শৈশৱৰ স্মৃতি বিচাৰি যোৰহাটত মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শর্মা অভিভূত হ’ল শৈশৱৰ স্মৃতি দেখি। যোৰহাটত উপস্থিত হৈ বহুকেইটা গুৰুত্বপূর্ণ ঘোষণা।