• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

2 years ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

10 minutes ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

37 minutes ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

1 hour ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

2 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

3 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

4 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

5 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

6 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

7 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

19 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

19 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?

editor by editor
December 10, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
নিশ্চয় এয়া আপোনাৰ বাবেও সুখবৰ হ’ব! ৫০লাখৰ গৃহ ঋণ ল’লে EMI বহু কমিব ২০২৫ চনত, কিন্তু কেনেকৈ?
0
SHARES
412
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৃহঋণগ্ৰহীতাই আগন্তুক বছৰৰ ফেব্ৰুৱাৰীত হ’বলগীয়া RBIৰ আৰ্থিক নীতি পৰ্যালোচনাৰ ফলত EMI কম হোৱাৰ আশা কৰা হৈছে৷ বিশেষজ্ঞৰমতে ৰিজাৰ্ভ বেংকে সম্ভৱত তেওঁলোকৰ মূল সুদৰ হাৰ, যাৰ ৰেপো ৰেট নামেৰে পৰিচিত, কমপক্ষেও ২৫ বেচিচ পয়েণ্ট কমাই আনিব পাৰে ফেব্ৰুৱাৰীৰ আৰ্থিক নীতিৰ বৈঠকত৷ যি কেন্দ্ৰীয় বাজেট ২০২৫-২০২৬ৰ উপস্থাপনৰ পাছত নিৰ্ধাৰিত হৈছিল৷

RBIৰ ২০২৫ চনৰ ফেব্ৰুৱাৰী, এপ্ৰিল, জুন, আগষ্ট, অক্টোবৰ আৰু ডিচেম্বৰ মাহত ৬খন মুদ্ৰা নীতি কমিটিৰ সভা কৰাৰ কথা আছে৷ বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছিল যে, কেন্দ্ৰীয় বেংকে এই মিটিঙসমূহৰ মাজত অন্তত চাৰিখনতেই ৰেপো ৰেট কমাব পাৰে৷ প্ৰতিবাৰে ২৫ বেছিছ পয়েণ্ট কমাই মুঠ ১০০ বেছিছ পয়েণ্ট কমাব পাৰে৷

RBIৰ দ্বাৰা এই ১০০ বেছিছ পয়েণ্ট ৰেপো ৰেট কটাই ঋণগ্ৰহীতাৰ বাবে উল্লেখযোগ্য স্বাস্তি আনিব পাৰে৷ কাৰণ এনে হ’লে বেংকসমূহৰ সুদৰ হাৰ কমাই ঋণ আৰু সহজ কৰি তুলিব বুলি আশা কৰা হৈছে৷ ৬ ডিচেম্বৰৰ সৰ্বশেষ আৰ্থিক নীতি পৰ্যালোচনাত ৰিজাৰ্ভ বেংকৰ বেঞ্চমাৰ্ক ৰেট ৬.৫শতাংশ অপৰিবৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে৷

যদিও আৰ বি আইৰ ডিচেম্বৰৰ বৈঠকত ৰেপো ৰেট অপৰিবৰ্তিত আছে৷ বিশ্লেষকে বিশ্বাস কৰে যে ২০২৫ চনৰ বাবে এই ৰেট কমোৱা হ’ব পাৰে৷ HSBS ৰিচাৰ্ছ অনুসৰি আৰবিআইৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত প্ৰতিটো ২৫ বিপিএছত ২শতাংশ ৰেপো ৰেট হ্ৰাস কৰিব পাৰে ৬শতাংশলৈকে৷

১০০ BPS ৰেপো ৰেট কাটিলে হোম লোনৰ EMI ত কি প্ৰভাৱ পৰিব?

বৰ্তমান প্ৰধান বেংকসমূহে হোম লোনৰ সুদৰ হাৰত ৯.৭৫শতাংশ পৰ্যন্ত চাৰ্জ কৰে৷ আৰ বি আইৰ যদি ৰেপো ৰেট ১০০ বেচিচ পয়েণ্ট কমায়, তেন্তে ঋণগ্ৰহীতা যথেষ্ট লাভাম্বিত হ’ব৷ উদাহৰণস্বৰূপে এজন হোমলোন গ্ৰহীতাই ৫০ লাখ ৰ লোনৰ ওপৰত ৯.২৫শতাংশ সুদৰ হাৰত প্ৰতিমাহে বেংকক ঘূৰাব লাগে ৪৫,৭৯৩ টকা৷ আৰু এই EMIৰ ম্যাদ ২০ বছৰ৷ যদি এই হাৰ ১শতাংস পয়েণ্ট কমি যায় তেন্তে EMI হ’ব ৪২,৬০৩ টকা৷ ইয়াৰ ফলত মাহিলী আপোনাৰ ৩১৯০ টকা ৰেহাই হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব
জীৱনশৈলী

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

July 10, 2026
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 10, 2026
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
Next Post
আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

আমাৰ দেশক এতিয়া জনসংখ্যাৰ প্ৰয়োজনঃ মধুসময় কটাবলৈকে চৰকাৰী কৰ্মচাৰীক সপ্তাহত ৩দিন ছুটি, ক’ত এই নতুন নিয়ম?

মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

মহাকাশত কেনেকৈ পানী খায় সুনীতা উইলিয়ামছে? ভিডিঅ’যোগে কি দেখুৱালে সুনীতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.