• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

3 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

1 hour ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

3 hours ago
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

11 hours ago
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

12 hours ago
আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

আগন্তুক সপ্তাহত এইকেইটা ৰাশিৰ লোকে বিশেষভাৱে সাৱধান হওঁক

13 hours ago
অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

অলংকাৰ ক্ৰয়ৰ উচিত সময়, হোৰা-হোৰে কমিছে সোণ-ৰূপৰ মূল্য!

14 hours ago
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

15 hours ago
প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

প্ৰতিদিনে ১০ হাজাৰ খোজকাঢ়ক আৰু এইকেইটা ৰোগৰ পৰা মুক্ত থাকক

15 hours ago
‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

‘ৱৰ্ক ফৰ্ম হোম’ পদ্ধতিৰে খেলা ফুটবলাৰ নেইমাৰ!

16 hours ago
আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

16 hours ago
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

পুত্ৰৰ মৃত্যুৰ পিছত ভাগি পৰিছে কেতন আগৰৱালাৰ পিতৃ-মাতৃ।

editor by editor
June 24, 2026
in বিবিধ, ভাৰত
0
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমৰ কৰুণ পৰিণতি! পুনেৰ ঐতিহাসিক লোহাগড় দুৰ্গত কেতন বিশাল আগৰৱালাৰ হত্যাকাণ্ডই পুনৰ এবাৰ দেশবাসীক জোকাৰি গৈছে। কেতন আৰু তেওঁৰ পৰিয়ালে বোৱাৰী কৰিবলৈ বিচৰা ছোৱালীজনীয়ে প্ৰেমিকৰ লগতে কেতনকো হত্যা কৰে। এই ভয়ংকৰ সত্য পোহৰলৈ অহাৰ পিছত কেতনৰ পিতৃ-মাতৃ সম্পূৰ্ণৰূপে ভাগি পৰে। কান্দি কান্দি পিতৃ-মাতৃয়ে এতিয়া চৰকাৰক মাত্ৰ এটা অনুৰোধ কৰিছে – আমাৰ ল’ৰাৰ হত্যাকাৰীক ফাঁচী দিয়া উচিত।

কেতনৰ অসহায় পিতৃয়ে সমাজ আৰু সন্তান লালন-পালনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে, “ছিয়া গোৱালে যদি মোৰ ল’ৰাটোৰ সৈতে বিয়া হ’ব বিচৰা নাছিল, তেন্তে নাকচ কৰিব পাৰিলেহেঁতেন। আমি লগে লগে সম্পৰ্কটো ভাঙি দিলোহেঁতেন। কিন্তু তেওঁ ইমানেই নিষ্ঠুৰ মানসিকতা প্ৰদৰ্শন কৰিলে যে আমাৰ ২৬ বছৰীয়া, হাঁহিমুখীয়া ল’ৰাটোক পৃথিৱীৰ পৰাই খেদি পঠিয়ালে।”

দুয়ো ফেব্ৰুৱাৰী মাহত এংগেজমেণ্টৰ পিছত দুয়ো বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰি পিতৃয়ে এক আচৰিত ধৰণৰ প্ৰকাশ কৰে। ৬ জুনত চাৰিজন লোক বালিলৈ যাব লগিয়া আছিল যদিও শেষ মুহূৰ্তত কেতনৰ পাছপ’ৰ্ট চুৰি হৈছিল। ইয়াৰ কাৰণে কেতনে বিমানবন্দৰৰ পৰা উভতি আহিবলগীয়া হ’ল। এতিয়া স্পষ্ট হৈ পৰিছে যে এইটোও এটা সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল।

ঘটনাটোৰ কথা স্মৰণ কৰি তেওঁ কয় যে অভিযুক্ত চেতন চৌধুৰী বাইকেৰে লোহাগদ গড় পায়। তাতে তেওঁ আৰু ছিয়াই ট্ৰেক কৰিবলৈ ওপৰলৈ উঠে, তেনেতে গধুৰ বস্তু এটাৰে কেতনৰ মূৰত মাৰি পাহাৰৰ পৰা তললৈ ঠেলি দিয়ে। পুনে আৰক্ষী অধীক্ষক সন্দীপ সিং গিলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি পিতৃয়ে ক্ষিপ্ৰতাৰে কাম কৰা বুলি কয়। চৰকাৰে ফাষ্ট ট্ৰেক আদালতত গোচৰৰ বিচাৰ আৰু দোষীক এনে শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় যিয়ে সমাজলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব।

পুনেৰ গ্ৰাম্য আৰক্ষী অধীক্ষক সন্দীপ সিং গিলে কয় যে, প্ৰথম অৱস্থাত ১৮ জুনত ছিয়া গোৱালে আৰক্ষীক ফোন কৰি কেতন পিছলি গৈ খাৱৈত পৰিছে বুলি কৈ আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। যিহেতু কেতন এজন অভিজ্ঞ ট্ৰেকাৰ আছিল, সেয়েহে পৰিয়ালটোৱে এই কথা বিশ্বাস কৰা নাছিল। অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত কেতনৰ ভগ্নীয়ে ছিয়াক কিছু প্ৰশ্ন কৰাত তাইৰ বক্তব্যই সন্দেহক নিশ্চয়তালৈ ৰূপান্তৰিত কৰিলে।

কাৰিকৰী প্ৰমাণ, কল ৰেকৰ্ড, আৰু সাক্ষীৰ ভিত্তিত সমগ্ৰ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহিল যেতিয়া আৰক্ষীয়ে ছিয়াৰ বন্ধু চেতন চৌধুৰীক আটক কৰে। দুয়োজন অভিযুক্তই আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে কেতনক কিদৰে ঠেলি দি মৃত্যুৰ মুখলৈ আগুৱাই দিছিল। পুনেৰ আদালতে দুয়োজন অভিযুক্তক ২৯ জুনলৈকে আৰক্ষীৰ জিম্মাত ৰাখিছে, আৰু আৰক্ষীয়ে এই গোচৰৰ সম্যক তদন্ত চলাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

June 24, 2026
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।
বিনোদন

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

June 24, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

June 24, 2026
২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী
জীৱনশৈলী

২৮ হাজাৰ টকীয়া মিনি স্কাৰ্ট পিন্ধি চৰ্চাত পলক তিৱাৰী

June 23, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.