• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

60 minutes ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

1 hour ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

3 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

3 hours ago
এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

এপ্ৰিলত জ্ঞান-বুদ্ধি-সাহসেৰে উজ্জ্বল হ’ব মেষ, মিথুনসহ ৪ৰাশি, মঙ্গল-বুধৰ মিলনে আনিছে ভাল খবৰ

3 hours ago
সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

সঘনাই মুখত ঘাঁ হৈছে নেকি? নকৰিব আওকাণ

4 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

4 hours ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

5 hours ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

6 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

7 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ০১ মে' দিনটো...

editor by editor
May 1, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ: আর্থিক ক্ষেত্ৰত উন্নত পৰিবেশ। আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব। দাম্পত্যত শুভ। শুভ সংখ্যা ৫

বৃষ: কর্মক্ষেত্ৰত জটিলতা আছে। সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব। নীলা ৰং আপোনাৰ বাবে শুভ। প্ৰেমত শুভ। যাত্রা নকৰাই উচিত। শুভ সংখ্যা ৫

মিথুন: আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ। আজি আপুনি যাত্ৰা কৰিলে বগা বং ব্যৱহাৰ কৰিব। শুভ কাম কৰিব। বগা ৰং আপোনাৰ শুভ ৰং। শুভ সংখ্যা ৬

SEE MORE: এই ৰাশিৰ ল’ৰা-ছোৱালীৰ আয়তকৈ খৰচ বেছি আপুনিও আছে নেকি ইয়াত?

কর্কট: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভ সংখ্যা ৬

সিংহঃ কর্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব। পুৱাৰ ভাগত ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰি মন্দিৰত যাব। যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব। শুভ সংখ্যা ৭

কন্যা: পাৰিবাৰিক জীৱনত স্বামী-স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে। পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল। কৰিলেও মন্দিৰত পূজা-পাতল কৰি ল’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪

SEE MORE: ‘চাণক্য’ৰ স্বীকাৰোক্তি ’২৪ত মোদীক পৰাজিত কৰিব নোৱাৰে কোনো তৃতীয়/চতুৰ্থ মৰ্চাই

তুলা: কর্মক্ষেত্ৰত উন্নতিৰ যোগ আছে। কোনো সমস্যাৰ সমাধান হ’ল। শুভ ৰং ৰঙা। যাত্ৰা কৰিব পাৰে। শুভ সংখ্যা ২

বৃশ্চিকঃ ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা। বিদ্যার্থীকলৰ শুভ। আবেলিও বজাৰ পিছত যাত্রা নকৰাই ভাল। বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰি ল’ব। শুভ সংখ্যা ৩

ধনু: কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰোগৰ উপশম ঘটিব। কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক। পুৱা ভাগত যাত্ৰা কৰিব। শুভ সংখ্যা ২

মকৰ: আৰ্থিকত শুভ। শৰীৰ মধ্যম। উত্তৰ দিশত যাত্রা নকৰিব। মেৰুণ ৰং ব্যৱহাৰ কৰক। বিদ্যাৰ্থীসকলৰ শুভ। শুভ সংখ্যা ৯

কুম্ভ: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। যাত্রা নকৰাই ভাল। সন্ধিয়া মন্দিৰত যাব। ক’লা ৰং আপোনাৰ বাবে শুভ। শুভ সংখ্যা ৮। কথা-বতৰাত সতর্কতাৰ প্ৰয়োজন।

মীন: আজিৰ দিনটো যাত্ৰাৰ বাবে শুভ। বেঙুণীয়া ৰং ব্যৱহাৰ কৰিব। প্রেম প্রণয়ৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰিব। শুভ সংখ্যা ৭

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

March 17, 2026
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ
জীৱনশৈলী

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

March 17, 2026
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

March 17, 2026
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?
জীৱনশৈলী

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

March 17, 2026
Next Post
মাটিৰ পাত্ৰত গৰম চাহ খোৱাৰ উপকাৰিতা

মাটিৰ পাত্ৰত গৰম চাহ খোৱাৰ উপকাৰিতা

শ্বেয়াৰ বজাৰত টকাৰ উজান। কিয় কমিছে পেনি ষ্টকৰ দাম?

শ্বেয়াৰ বজাৰত টকাৰ উজান। কিয় কমিছে পেনি ষ্টকৰ দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.