• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

51 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

1 hour ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

2 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

3 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

4 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

5 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

5 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

6 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

7 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

8 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ০৩ মে দিনটো...

editor by editor
May 3, 2022
in জীৱনশৈলী, বিবিধ
0
আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?
0
SHARES
139
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ- মনত কিছু অহেতুক চিন্তাই স্থান ল’লেও আপোনার উপস্থিত বুদ্ধিৰে আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব। কর্মস্থানত আনন্দ। প্ৰেমত আনন্দ।

বৃষ- বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া বা উৎসৱ আদিত যোগদান কৰক৷ মাতৃৰ শৰীৰক লৈ চিন্তা। আর্থিকত ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম।

মিথুন- মধ্যম দিন হ’লেও কর্মস্থানত ভালেই। আৰ্থিকতো বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগলিক কৃতকাৰ্য হোৱাৰ সম্ভাৱনা। বিদ্যাত শুভ, শৰীৰ মধ্যম

SEE MORE: Love Vs Money : ধন নে প্ৰেম, মানুহে জীৱনত কোনটো অধিক বিচাৰে?

কৰ্কট- সহযোগীৰ সহায়ত উৎসাহ পাব। প্রতাৰকৰ বাবে দুঃচিন্তাত থাকিব। কর্মস্থানত আয় বৃদ্ধিৰ কাৰক। নতুন কোনো উদ্দেশ্যত সফল হ’ব৷ প্ৰেমত নিৰাশা।

সিংহ- আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকত শুভ৷ শৰীৰ সম্পর্কে উদাস নহ’ব। বিদাত বেয়া দেখা নাযায়। ভ্রমণত অলপ সাৱধান থাকক। ঘৰুৱা শুভ৷

কন্যা- মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকর্মীৰ পৰা অলপ সতর্ক থকাটো উচিত হ’ব। প্রেম-প্রীতিত চিন্তা। পঢ়াত মর্যাদা লাভ৷

SEE MORE: আপোনাৰ শিশুৰ হাতৰ আখৰ বেয়া নেকি? ৫টা পৰামৰ্শৰে ভাল হ’ব শিশুৰ হাতৰ আখৰ

তুলা- শৰীৰ পূর্বৰ তুলনাত ভালে থাকিব৷  উচ্চ বিদ্যাত সাফল্য লাভ। আৰ্থিকত আয় বৃদ্ধি পাব৷ কোনো প্রিয় লোকৰ যোগাযোগত আনন্দ।

বৃশ্চিক- ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব৷ আয় বৃদ্ধি পাব৷ । কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনোনিবেশ কৰিব। ভ্রমণত সাৱধান।

ধনু- দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ মাজেৰে পাৰ হ’ব। শৰীৰৰ প্ৰতি আওকাণ নকৰিব। কৰ্মত খ্যাতি বৃদ্ধিৰ যোগ। পিতৃৰ পৰা সহানুভূত লাভ৷

মকৰ- কর্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সন্মানৰ ক্ষেত্ৰত সচেতন হ’ব৷বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক বিবাদত সামান্য উৎকণ্ঠা দেখা যায়। দ্রব্য লাভভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ কাৰক৷

কুম্ভ- নিজস্ব উদ্দেশ্য সাধনত ব্ৰতী থাকিব৷ ব্যৱসায়-বাণিজ্যত সফলতাৰ ইংগিত দেখা যায়। পঢ়া শুনাত শুভ৷ পিতৃ-মাতৃৰ চিন্তা

মীন- যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ৷ আৰ্থিকত ব্যয় বৃদ্ধি৷ কোনো দুই বার্তাই আনন্দ লাভ কৰিব। বেংক কর্মচাৰীৰ শুভ। কোন কাৰণত মন চঞ্চল থাকিব। প্ৰেমত শুভ।

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
Next Post
আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

আকৌ ক্লীণ ব’ল্ড অৰুণ লাল, ৩৮ বছৰীয়া যুৱতীৰে দ্বিতীয় বিবাহ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ

প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

প্ৰদেশ কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত : কোন কোন জ্যেষ্ঠ নেতাই লেং মাৰিলে ভূপেন বৰাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.