মেঘ— নতুন কোনো শুভ সংবাদ আহিব পাৰে, বন্ধুৰ পৰা উৎসাহ পাব, আৰ্থিক লাভ, মনত শান্তি পাব, শুভ ৰং- কমলা, শুভ সংখ্যা- ৬
বৃষ— কৰ্মত উদাৰতা থাকিব, আৰ্থিক সম্পদ লাভ, প্ৰেমত মধ্যম, বন্ধুৰ পৰা উপকৃত হ’ব, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৯
মিথুন— খং নকৰিব, কৰ্মস্থানত কিছু জটিলতা, আত্মবিশ্বাস বৃদ্ধি, শাৰীৰিক-মানসিক কষ্ট পাব, বজৰংবলীক পূজা কৰক, শুভ ৰং- গেৰুৱা, শুভ সংখ্যা- ৩
SEE MORE: অষ্ট্ৰেলিয়াৰ কিম্বদন্তী ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যু
কৰ্কট— কৰ্মত উন্নতিৰ যুগ, সততাৰ পৰিচয় দিব, ধনৰ চিন্তা বৃদ্ধি, বিদ্যা-বুদ্ধিত শুভ, প্ৰেমত মধ্যম, শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৬
সিংহ— কৰ্মত উন্নতি, নিবনুৱাৰ কৰ্মসংস্থাপনৰ যুগ, শিল্পী-সাহিত্যিক-ৰাজনীতিবিদৰ সন্মান বৃদ্ধি, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৮
কন্যা— শুভ সংবাদ পাব, যান-বাহনৰ লাভৰ যুগ, দাম্পত্যত বুজাবুজি, বিদ্যাত শুভ, শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ৩
SEE MORE: প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!
তুলা— আশামতেই সফলতা অৰ্জন কৰিব পাৰিব, সহকৰ্মীৰ পৰা সাৱধান, বেল গছৰ তলত পানী দিব, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৭
বৃশ্চিক— কৰ্মস্থানত মধ্যম, শত্ৰু কমিব, পাৰিলে দুখীয়াক দান কৰি, চিন্তাশীল দিশ প্ৰকাশ পাব, শুভ ৰং- বগা, শুভ সংখ্যা- ৯
ধনু— নতুন কৰ্মসংস্থাপন, ভবামতে আনন্দ লাভ, আৰ্থিক মধ্যম, শত্ৰু বাঢ়িব, প্ৰদূষণৰ পৰা সাৱধান, শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ৪
SEE MORE: ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?
মকৰ— কৰ্মত উন্নতিৰ চিন্তা, খং-ৰাগ-ক্ষোভ কমাওক উন্নতি হ’ব, ইলেক্ট্ৰিক সামগ্ৰীৰ পৰা সাৱধান, শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ৫
কুম্ভ— গুৰুৰ কৃপা লাভ কৰিব, বিদ্যাত শুভ, জুইৰ পৰা সাৱধান, ব্যৱসায়ীৰ উন্নতি, শুভ ৰং- কমলা, শুভ সংখ্যা- ১
মীন— যান-বাহনৰ পৰা সাৱধান, ধৈৰ্য্যৰ প্ৰয়োজন, কৰ্মত পদোন্নতি, শিৱ মন্দিৰ দৰ্শন কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৫
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ