• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

4 years ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

10 minutes ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

36 minutes ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

1 hour ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

2 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

3 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

4 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

5 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

5 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

7 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

7 hours ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

7 hours ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

editor by editor
March 5, 2022
in বিশ্ব, ৰাজনীতি
0
সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইনৰ সৈতে সাময়িক যুদ্ধবিৰতি ঘোষণা কৰাৰ খবৰে সমগ্ৰ বিশ্ববাসীৰ লগতে ইউক্ৰেইনৰ বাবে বৃহৎ সকাহ লৈ অহা বুলি ভবা হৈছিল৷ কিন্তু যুদ্ধবাজ ৰাছিয়াই এই যুদ্ধবিৰতি কেৱল দুখন চহৰত মাত্ৰ চাৰে পাঁচ ঘণ্টাৰ বাবেহে ঘোষণা কৰিছে৷

শনিবাৰে মস্কোৱে নিশা ১০.০০ বজাত (ভাৰতীয় সময় অনুসৰি ১২.৩০ বজাত) এই যুদ্ধ বিৰতি ঘোষণা কৰিছে৷ সংবাদ সংস্থাত এএফপিৰ মতে ৰাছিয়াই আজভ সাগৰৰ মাৰিয়’পুলৰ বাসিন্দাসকলক দেশ ত্যাগ কৰি যাবলৈ মানৱীয়তাৰ খাতিৰত এই যুদ্ধ বিৰতি ঘোষণা কৰিছে৷

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতিৰে সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি মাৰিয়’পুলৰ লগতে ভল’ন’ভাকা চহৰতো ৰাছিয়াই যুদ্ধ বিৰতি ঘোষণা কৰিছে৷

লগতে পঢ়ক প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

উল্লেখ্য যে চলিত সপ্তাহত বেলাৰুছত অনুষ্ঠিত শান্তি আলোচনাত যুদ্ধ বিধ্বস্ত চহৰসমূহৰ লগতে ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ অসামৰিক লোকসকলক সুৰক্ষিতভাৱে চহৰ এৰি যাবলৈ মানৱীয়তাৰ খাতিৰত ৰাছিয়াই সুবিধা দিব লাগে বুলি এক সিদ্ধান্তত উপণীত হৈছিল৷ মস্কোৱে এই সিদ্ধান্তৰ প্ৰতি সহাঁৰি জনায়ে দুই চহৰত যুদ্ধ বিৰতি ঘোষণা কৰা বুলি ধাৰণা কৰা হৈছে৷

ইউক্ৰেইনৰ দক্ষিণৰ খাৰচন চহৰ ৰাছিয়াই দখল কৰিলেও এতিয়াও ওডেতা আৰু মাৰিয়’পুল চহৰৰ গুৰুত্বপূৰ্ণ দুটা বন্দৰ দখল কৰিবলৈ বাকী আছে৷ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু বিমান আক্ৰমণেৰে এই দুই চহৰৰ বন্দৰ দুটা দখলৰ চেষ্টা কৰোতে বহু অসামৰিক লোকৰ মৃত্যু হোৱাৰ খবৰো আহিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assamrussia ceasefireRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?
ৰাজনীতি

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

July 27, 2026
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন
ভাৰত

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

July 27, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
Next Post
লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

আধুনিকতাৰ দিশে আৰৱ বিশ্ব! ’সুৰা, জুৱা, গাহৰি মাংসও উপলব্ধ হ’ব চৌদি আৰৱত’

আধুনিকতাৰ দিশে আৰৱ বিশ্ব! ’সুৰা, জুৱা, গাহৰি মাংসও উপলব্ধ হ’ব চৌদি আৰৱত’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.