• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

4 years ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

3 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

3 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

4 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

4 hours ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

5 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

5 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

6 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

6 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

7 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

7 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

8 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ

editor by editor
March 5, 2022
in বিশ্ব, ভাৰত, ৰাজনীতি
0
লক্ষ্য ভাৰত সীমান্ত! জিডিপি বৃদ্ধিৰ হাৰ হ্ৰাস হ’লেও প্ৰতিৰক্ষা ব্যয় বৃদ্ধি চীনৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ হ্ৰাস হ’লেও ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ চীনে প্ৰতিৰক্ষা শিতানৰ ব্যয় বৃদ্ধি কৰিছে৷ শনিবাৰে বেইজিঙত চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙে ঘোষণা কৰিছে যে চীনে বিগত বৰ্ষতকৈ আগন্তুক বিত্তীয় বৰ্ষৰ প্ৰতিৰক্ষা শিতানৰ ব্যয় ৭.১ শতাংশ বৃদ্ধি কৰিছে৷

বেইজিঙৰ গ্ৰেট হল অৱ দ্য পিপলছ ৰাষ্ট্ৰীয় আইন সভাৰ বাৰ্ষিক অধিৱেশনত বাজেট উপস্থাপন কৰাৰ সময়ত চীনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০২২ বৰ্ষত চীনে সামৰিক খণ্ডত ২৩,০০০ কোটি ডলাৰ (ভাৰতীয় মূল্যত প্ৰায় ১৭,৫৭,৭৮৭ কোটি) ব্যয় কৰিব৷

উল্লেখ্য যে লাডাখ আৰু টাইৱানৰ চাৰিওফালে চীনে আগ্ৰাস চলাই সামৰিক উত্তেজনা সৃষ্টি কৰাৰ পিছৰে পৰা চীনে ক্ৰমশঃ প্ৰতিৰক্ষা শিতানৰ ব্যয় বৃদ্ধি কৰি আহিছে৷ কিন্তু এই উত্তেজনাক অধিক তৰান্বিত কৰি এইবাৰ চীনে ২০০ বিলিয়ন ডলাৰৰো অধিক প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰিছে৷ চলিত বৰ্ষত এই বৃদ্ধিৰ পৰিমাণ হৈছে ৭.১ শতাংশ৷

লগতে পঢ়ক বৃহৎ স্বতি ইউক্ৰেইনৰ লগতে বিশ্ববাসীৰ : ৰাছিয়াই ঘোষণা কৰিলে যুদ্ধ বিৰতি

এই বৃ্দ্ধিৰ হাৰ চীনৰ মুঠ ঘৰুৱা উৎপাদনতকৈ অধিক৷ চীনৰ মুঠ ঘৰুৱা উৎপাদন হৈছে ৫.৫ শতাংশ৷ এই হাৰ হৈছে যোৱা এটা দশকত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ সৰ্বনিম্ন হাৰ৷

যোৱা এটা দশকৰ ভিতৰত দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ সৰ্বনিম্ন হোৱাৰ পিছতো প্ৰতিৰক্ষা ব্যয় ৭.১ শতাংশ বৃদ্ধিয়ে ভাৰতৰ বাবেও উদ্বেগজনক বুলিয়েই বিবেচিত হৈছে৷ কিয়নো যোৱা দুটা বছৰৰ পৰা চীনে লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে ভাৰতৰ সীমান্তত আগ্ৰাসনৰ প্ৰচেষ্টা চলাই আহিছে৷

অৱশ্যে, পশ্চিমীয়া সামৰিক পৰ্যবেক্ষকসকলে বিশ্বাস কৰে যে চীনৰ একদলীয় কমিউনিষ্ট পাৰ্টি পৰিচালিত চৰকাৰে প্ৰতিৰক্ষা খণ্ডত বহু বেছি ব্যয় কৰে।

লগতে পঢ়ক সমগ্ৰ ইউক্ৰেইনতে নহয়, মাত্ৰ দুখন চহৰতে কিয় ৰাছিয়াৰ এই সাময়িক যুদ্ধবিৰতি?

চুইডেনৰ প্ৰতিৰক্ষা গৱেষণা সংস্থা ষ্ট’কহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ ২০২১ চনৰ প্ৰতিবেদন অনুসৰি, ২০২০ চনত চীনৰ সামৰিক খণ্ডৰ প্ৰকৃত ব্যয় আছিল ২,৫২,০০০ নিযুত ডলাৰ (প্ৰায় ২২,৭১,৮৪৪ কোটি টকা)।

চীন সেই বৰ্ষত প্ৰতিৰক্ষা ব্যয়ৰ তালিকাত দ্বিতীয় স্থানত আছিল। প্ৰথম স্থানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেই বৰ্ষৰ সামৰিক ব্যয় ৭৭.৮ বিলিয়ন ডলাৰ (প্ৰায় ৫৮,৮৩,৪০৫ কোটি টকা) আৰু তৃতীয় স্থানত থকা ভাৰতে ৭,২৯০ নিযুত ডলাৰ (প্ৰায় ৬,৫৭,২১২ কোটি টকা) ব্যয় কৰিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamchinaChina defence budgetChina increase defence budget
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব
ভাৰত

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

May 4, 2026
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
অসম

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ
অসম

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

May 4, 2026
Next Post
আধুনিকতাৰ দিশে আৰৱ বিশ্ব! ’সুৰা, জুৱা, গাহৰি মাংসও উপলব্ধ হ’ব চৌদি আৰৱত’

আধুনিকতাৰ দিশে আৰৱ বিশ্ব! ’সুৰা, জুৱা, গাহৰি মাংসও উপলব্ধ হ’ব চৌদি আৰৱত’

৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?

৫শ বছৰ পূৰ্বৰ নাষ্ট্ৰাডাম’ছৰ ভৱিষ্যদ্বাণী : ৰাছিয়াই ইউক্ৰেইনত পেলাব পৰমাণু বোমা! কোন এই নাষ্ট্ৰাডাম’ছ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.