• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

43 minutes ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

1 hour ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

2 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

2 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

15 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

16 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

16 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

17 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

18 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

18 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

19 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ৯ এপ্ৰিল দিনটো...

editor by editor
April 9, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব৷ শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা৷ আৰ্থিক ক্ষেত্ৰত শুভ যদিও ব্যয় বৃদ্ধি৷ মানসিক চিন্তা৷ আইনজীৱীৰ বাবে দিনটো শুভ৷ প্ৰেমত অশুভ৷

বৃষ— বিভিন্ন কাৰণত ব্যয় বৃদ্ধি৷ আকস্মিক অৰ্থপ্ৰাপ্তিৰ যোগ৷ পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব৷ সামাজিক কাম-কাজত সন্মান বৃদ্ধি৷ বিদ্যাৰ্থীৰ মধ্যম৷

মিথুন— কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে৷ শুভ সংবাদ প্ৰাপ্তিৰ যোগ৷ আকস্মিকভাৱে কৰ্মক্ষেত্ৰত বাধা দেখা দিব৷ বুধৰ প্ৰভাৱত ব্যৱসায়-বাণিজ্যত শুভ প্ৰভাৱ পৰিব৷

SEE MORE: লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?

কৰ্কট— নতুন কামত উন্নতি অব্যাহত থাকিব৷ আৰ্থিক উন্নতিৰ ফলত কিছু ধন পৰিশোধ৷ গৃহবিবাদৰ ভয়৷ ভ্ৰমণৰ যোগ আছে যদিও, ভ্ৰমণ নকৰাই ভাল৷ প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰ অশান্তি৷

সিংহ— ৰাহুৰ অশুভ প্ৰভাৱৰ ফলত কামত ব্যাঘাত৷ যান-বাহনৰ পৰা সাৱধানে থাকক৷ চলা-ফুৰাত সাৱধানে চলিব৷ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে৷ বিদ্যাৰ্থীৰ মধ্যম৷

কন্যা— বুধৰ প্ৰভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব৷ বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ৷ তেজ সংক্ৰান্ত ৰোগত ভুগিব পাৰে৷ ব্যৱসায়-বাণিজ্যত ভাল ফল আশা কৰিব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷

SEE MORE: গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?

তুলা— শুক্ৰৰ শুভ প্ৰভাৱত ৰাজহুৱাভাৱে সন্মান লাভ৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি৷ পতি-পত্নীৰ মাজত মত-বিৰোধ হ’ব পাৰে৷ সন্তানৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব৷ প্ৰেমত অশুভ৷

বৃশ্চিক— নানা বাধা-বিঘিনিৰ মাজেৰে দিনটো পাৰ হ’ব৷ শত্ৰুৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে৷ গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখক৷ কিবা বিষয়ক লৈ নিকট আত্মীয়ৰ লগত মত-বিৰোধ৷ বিদ্যাৰ্থীৰ শুভ৷

ধনু— বৃহস্পতিৰ প্ৰভাৱত মনত কোনো আশাৰ সঞ্চাৰ হ’ব পাৰে৷ শত্ৰুৱে বিৰোধিতা কৰিও একো ক্ষতি কৰিব নোৱাৰে৷ ঘৰত আত্মীয়ৰ সমাগম ঘটিব৷ ব্যৱসায়-বাণিজ্যত মধ্যম ফল৷ প্ৰেমত আৰু দাম্পত্যত শুভ৷

মকৰ— দৈনন্দিন কাম-কাজত উন্নতি৷ আকস্মিক কোনো বিপদৰ সন্মুখীন৷ দিনটোত সতৰ্কতা অৱলম্বন কৰিব৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ৷ অশুভ সংবাদপ্ৰাপ্তিৰ ফলত মানসিক অশান্তি৷ বিদ্যাৰ্থীৰ শুভ৷

কুম্ভ— সামাজিক দিশত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধিৰ যোগ৷ দুৰ্ঘটনাৰ ভয়৷ গতিকে চলা-ফুৰাত সতৰ্ক থাকিব৷ সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ৷ আকস্মিক অৰ্থপ্ৰাপ্তিৰ যোগ৷ বিদ্যাৰ্থীৰ শুভ৷

মীন— পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল৷ কিবা বিষয়ক লৈ ভাতৃৰ লগত মত-বিৰোধ৷ পিতৃ-মাতৃৰ অসুস্থতাৰ কাৰণে অৰ্থ ব্যয়৷ চাকৰিয়ালসকলে সতৰ্কতাৰ লগতে কৰ্তব্য পালন কৰিব৷ বিদ্যাৰ্থীৰ অশুভ ফলদায়ক৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

May 24, 2026
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

May 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

May 24, 2026
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
Next Post
কেন্দ্ৰই পংগু কৰিব মহাৰাষ্ট্ৰক : মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিব কেন্দ্ৰই!

কেন্দ্ৰই পংগু কৰিব মহাৰাষ্ট্ৰক : মুম্বাইক মহাৰাষ্ট্ৰৰ পৰা পৃথক কৰিব কেন্দ্ৰই!

গুৱাহাটীৰ ‘ৰঙালী’ত প্ৰাক-বিহু উদযাপন কৰিব বলিউদৰ অভিনেত্ৰী শ্ৰুতি হাছানে

গুৱাহাটীৰ ‘ৰঙালী’ত প্ৰাক-বিহু উদযাপন কৰিব বলিউদৰ অভিনেত্ৰী শ্ৰুতি হাছানে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.