• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?

লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?

4 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

5 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

5 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

6 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

6 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

7 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

7 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

8 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

9 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

10 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

11 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?

editor by editor
April 8, 2022
in অপৰাধ, ভাৰত
0
লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?
0
SHARES
546
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বিভিন্ন মহানগৰ আৰু প্ৰধান চহৰসমূহৰ স্পা চেলুনবোৰত নানা ধৰণৰ অসামাজিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উঠি আহিছে৷ আনকি স্পা চেলুনসমূহত ধনৰ বিনিময়ত যৌনতাৰ বেহা চলি অহাও অভিযোগ আছে৷ কিছুদিন পূৰ্বে দিল্লীৰ এখন স্পা চেলুনৰ পৰা অসংযত অৱস্থাত কে’বাগৰাকীও যুৱক-যুৱতীক দিল্লী আৰক্ষীয়ে আটক কৰি পিছত গ্ৰেপ্তাৰ কৰিছিল৷

ইয়াৰ পিছতো দেশৰ ৰাজধানী মহানগৰখনৰ স্পা চেলুনসমূহত অসামাজিক কাৰ্যকলাপ বন্ধ হোৱা নাই৷ বৰং এইবাৰ দিল্লীৰ এখন স্পা চেলুনত ইয়াতকৈ ভয়ানক তথা লজ্জাজনক কাণ্ড সংঘটিত হৈছে৷

লগতে পঢ়ক গ্ৰাহকৰ বাবে সুখবৰ : এতিয়াৰে পৰা ATM কাৰ্ডৰ অবিহনে উলিয়াব পাৰিব ধন; জানো আহক সবিশেষ

দিল্লীৰ পশ্চিম বিহাৰ এলেকাস্থিত এখন স্পা চেলুনখনে ডিজিটেল বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন প্ৰকাশ কৰিছে৷ বিজ্ঞাপনৰ দৃশ্যটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে বিশেষভাৱে চৰ্চা লাভ কৰিছে৷

উল্লেখ্য যে ৭ এপ্ৰিলৰ ৰাতি নবিৰ নামৰ এটা টুইটাৰ হেণ্ডলত স্পা চেলুনখনৰ ডিজিটেল বিজ্ঞাপনটো ভিডিঅ’ কৰি আপলোড কৰা হয়৷ উক্ত টুইটটো দিল্লীৰ মহিলা আয়োগৰ মুখ্য আয়ুক্তই শ্বাতী মালিৱালে শ্বেয়াৰ কৰিছে৷

शर्मनाक! दिल्ली के स्पा में सैक्स रैकेट इतना बढ़ गया है की स्पा वाले धड़ल्ले से ये धंधा चला रहे हैं। MCD और @DelhiPolice का स्पा को बिल्कुल डर नही है! @DelhiPolice को न सिर्फ़ ये स्पा तुरंत बंद करवाना चाहिए बल्कि अपने लोकल स्टाफ़ के ऊपर भी कार्यवाही करनी चाहिए! हद्द है! https://t.co/kGmdtMbU6a

— Swati Maliwal (@SwatiJaiHind) April 7, 2022

শ্বাতী মালিৱালে টুইটটো শ্বেয়াৰ কৰি যে দিল্লীত স্পাসমূহত মুকলিকৈ যৌনতাৰ বেহা চলাই অহা বুলিও অভিযোগ কৰিছে৷

লগতে পঢ়ক পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

‘‘লজ্জাজনক! দিল্লীৰ স্পাসমূহত যৌনতাৰ বেহা তীব্ৰতাৰে বৃদ্ধি পাবলৈ ধৰিছে৷ স্পাসমূহে এতিয়া দিল্লী পৌৰ নিগম আৰু দিল্লী আৰক্ষীক অকণো ভয় নকৰে৷ দিল্লী আৰক্ষীয়ে এই স্পাসমূহ অতি শীঘ্ৰেই বন্ধ কৰি স্থানীয় আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা উচিত৷’’ শ্বাতী মালিৱালে টুইটত এইদৰে কয়৷

উল্লেখ্য যে ভাইৰেল হোৱা ভিডিঅ’টোত মুকলিকৈ ২০০০ টকাত ‘যৌনতা উপলব্ধ’ বুলি উল্লেখ আছিল৷ অৱশ্যে উক্ত বিজ্ঞাপনটো কোনো চাইবাৰ অপৰাধীয়ে হেক কৰা বুলিও একাংশই সন্দেহ কৰিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamDehli policesex racketsex racket in spaSpa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
Next Post
গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?

গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.