• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?

হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?

4 years ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

17 minutes ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

2 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

4 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

4 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

4 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

5 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

17 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

18 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

18 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

18 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?

editor by editor
April 8, 2022
in অসম
0
হঠাতে শিৱসাগৰত জিলা প্ৰশাসনৰ ১৪৪ ধাৰা বলৱৎ, কিন্তু কিয়?
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহাগ বিহুৰ পূৰ্বে হঠাতে শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে৷ জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিতোপন নেওগে সমগ্ৰ জিলাখনত কাৰ্যকৰী হোৱাকৈ ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে৷ জিলাখনত অসামাজিক লোক তথা উগ্ৰপন্থীৰ আইন বিৰুদ্ধ কাৰ্যকলাপ, গুলীচালনা, হত্যা, অপহৰণ বা ধনলুটৰ আদিৰ আশংকা কৰিয়ে এই নিষেধাজ্ঞা জাৰি কৰা বুলি কোৱা হৈছে৷

এই নিৰ্দেশ জাৰি কৰি জিলা প্ৰশাসনে জিলাখনত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেই অনুসৰি ৰাজহুৱা স্থানত পাঁচ বা ততোধিক লোকৰ সমাৱেশ, শোভাযাত্ৰা, ছহিদ বেদী নিৰ্মাণ, দেৱাল লিখন, সভা সমিতিৰ আয়োজন, শ্ল’গান ছপা কৰা আৰু পোষ্টাৰ অঁৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিহুৰ নামত চান্দা তথা দান বৰঙণি সংগ্ৰহ কৰা নিষিদ্ধ কৰা হৈছে৷

লগতে পঢ়ক পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

তদুপৰি জিলাখনৰ সীমামূৰীয়া অঞ্চলেদি উগ্ৰপন্থীৰ আহ-যাহ আৰু অসমাজিক কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি অসম-নগালেণ্ড সীমান্তত নৈশ সান্ধ্য আইন প্ৰৱৰ্তন কৰি সীমান্তৰ ৫ কিলোমিটাৰ পৰিধিৰ ভিতৰত সন্ধিয়া ৬-০০ বজাৰ পৰা পুৱা ৬-০০ বজালৈ যিকোনো ব্যক্তি বা গোট আৰু গাড়ী-মটৰৰ চলাচল নিষিদ্ধ কৰিছে।

আনহাতে, ৫০ মাইক্ৰন ঘনত্বৰ কম প্লাষ্টিক কেৰীবেগ, যি কোনো ধৰণৰ ধঁপাত বা ধঁপাত জাতীয় সামগ্ৰী যেনে গুটখা, শিখৰ আদি বেচা-কিনা আদিও সমগ্ৰ জিলাখনতে নিষিদ্ধ কৰা হৈছে৷

সমগ্ৰ জিলাখনতে জনস্বাস্থ্য হানি হোৱাৰ আশংকা কৰি থলুৱা মদ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা লালীগুড়ৰ বেচা-কিনাও নিষিদ্ধ কৰা হৈছে। অৱশ্যে পশু খাদ্য হিচাবে ব্যৱহাৰ কৰা সকলে জিলা দণ্ডাধীশ/অতিৰিক্ত জিলা দণ্ডাধীশ বা পশু পালন বিভাগৰ অনুমতি সাপেক্ষে লালীগুৰ বেচা-কিনা কৰিব পাৰিব।

লগতে পঢ়ক মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?

অৱশ্যে, ৬০ বছৰ উৰ্দ্ধৰ লোক, ১২ বছৰ বয়সৰ তলৰ ল’ৰা-ছোৱালী, মহিলা, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীৰ লোকক এই নিষেধজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

এই সমগ্ৰ নিষেধাজ্ঞাসমূহ তৎকালীনভাৱে বলৱৎ কৰা হৈছে আৰু পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত ৬০ দিনলৈ এই নিৰ্দেশ বাহাল থাকিব। ১৪৪ ধাৰা অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ’ব বুলি এই নিৰ্দেশত উল্লেখ কৰা হৈছে।

See MOre

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambihubohag bihuSection 144Section 144 impose in sivasagarsivasagar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’
অপৰাধ

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

September 14, 2026
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক
অসম

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

September 14, 2026
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী
অপৰাধ

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

September 14, 2026
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

September 13, 2026
Next Post
লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?

লজ্জাজনক! কোন স্পা চেলুনৰ বিজ্ঞাপন ব’ৰ্ডত যৌনতাৰ মুকলি বিজ্ঞাপন?

গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?

গভীৰৰ সাগৰৰ মাজত কোনে ধৰিলে বেবী ড্ৰেগন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.