• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?

মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?

4 years ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

8 minutes ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

21 minutes ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

56 minutes ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

2 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

3 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

3 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

4 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

4 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

5 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

6 hours ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

6 hours ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?

editor by editor
April 8, 2022
in অপৰাধ, ভাৰত
0
মুছলমান মহিলাক অপহৰণ কৰি ধৰ্ষণৰ ভাবুকি ‘সাধুবাবা’ৰ, কি পদক্ষেপ ল’লে যোগীয়ে?
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্বিতীয়বাৰ শাসনলৈ অহাৰ পিছতে যোগী আদিত্যনাথৰ ৰাজ্যত পুনৰ সয়ম্ভূ হিন্দু সাধু বাবাৰ সাম্প্ৰদায়িক উচতনিমূলক ভাষণ বৃদ্ধি পাবলৈ ধৰিছে৷ কিছুদিন পূৰ্বে এজন স্বয়ম্ভূ সাধু বাবাৰ এক ভিডিঅ’ ভাইৰেল হৈছিল৷

সংবাদ সংস্থাত প্ৰকাশিত বাতৰিৰ মতে ৰাজ্যখনৰ ৰাজধানী লক্ষ্ণৌৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ নিলগৰ সীতাপুৰ জিলাৰ খাইৰাবাদৰ এটা মছজিদৰ সন্মুখত সাধুবাবাজনে তীব্ৰ মুছলমান বিৰোধী মন্তব্য প্ৰদান কৰিছিল৷

লগতে পঢ়ক বিনা টিকটেৰে যাত্ৰা : এজন লোকৰ সংগ্ৰহ ১ কোটি ১১ লাখ টকাৰ জৰিমনা

বজৰং মুনী নামৰ সাধুবাবাজনে ‘জয়শ্ৰী ৰাম’ ধ্বনিৰে তেওঁক কোনোবাই হত্যা কৰিবলৈ ২৮ লাখ টকা সংগ্ৰহ কৰা বুলি দাবী কৰি কৈছিল যে যদি কোনো মুছলমানে হিন্দু যুৱতীক উৎপীড়ন চলাই তেনে মুছলমান মহিলাক অপহৰণ কৰি ৰাজহুৱাভাৱে ধৰ্ষণ কৰা হ’ব৷ ভিডিঅ’টোত তেওঁৰ এই আহ্বানত বহুলোক উল্লাসিত হৈ পৰা দেখা গৈছিল৷

ইয়াৰ পিছতে স্থানীয় লোকে স্বয়ম্ভূ সাধুবাবাজনৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে৷

লগতে পঢ়ক উৰন্ত বিমানত মহিলা যাত্ৰীৰ সন্মুখতে হস্তমৈথুন যাত্ৰীৰ! কি হ’ল ইয়াৰ পিছত?

কিন্তু প্ৰায় ৬ টা দিন যোৱাৰ পিছত যোগী আদিত্যনাথৰ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তৎপৰ হোৱা দেখা গৈছে৷ ৬ টা দিনৰ পিছত সীতাপুৰ আৰক্ষীয়ে ভিডিঅ’টোৰ সত্যাসত্য নিৰ্ণয় কৰাৰ পিছত স্বয়ম্ভূ সাধুবাবাজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি ঘোষণা কৰিছে৷

কিন্তু অভিযুক্ত সাধুবাবাজনৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়াও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamRape ThreatupUP police
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

September 16, 2026
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ
নিয়োগ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

September 16, 2026
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
Next Post
পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

পুটিনৰ দুই কন্যা বিৰুদ্ধে এইবাৰ ইউৰোপীয়ান ইউনিয়ন নিষেধাজ্ঞা

গ্ৰাহকৰ বাবে সুখবৰ : এতিয়াৰে পৰা ATM কাৰ্ডৰ অবিহনে উলিয়াব পাৰিব ধন; জানো আহক সবিশেষ

গ্ৰাহকৰ বাবে সুখবৰ : এতিয়াৰে পৰা ATM কাৰ্ডৰ অবিহনে উলিয়াব পাৰিব ধন; জানো আহক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.