মেঘ— সাৱধানেৰে কামত আগুৱাওক। সন্তানৰ ভালেই। পঢ়া-শুনাত দৃঢ়তাৰ দৰকাৰ হ’ব। দাম্পত্যত বুজা-বুজি ৰাখক।
বৃষ— আৰ্থিকত কষ্ট অনুভৱ কৰিব। কর্মক্ষেত্ৰত যোগ্যতা দেখা যাব। লিখা-পঢ়াত অগ্রগতি। বন্ধু-বান্ধৱৰ আদৰ। শৰীৰ মধ্যম।
মিথুন— প্রায় অনুকূল প্ৰভাৱ। শৰীৰো প্ৰায় ভালেৰেই পাৰ হ’ব। সন্তানৰ পৰা সু-সংবাদ লাভ। দাম্পত্যত সহায় পাব।
SEE MORE: কাৰাগাৰতে ট্ৰেন্সজেণ্ডাৰ ব্যক্তিৰে যৌন সম্পৰ্ক! গৰ্ভৱতী হ’ল দুই মহিলা কয়দী
কর্কট— আর্থিকত তেনে বাধা দেখা নাযায়। ঘৰুৱা দিশতো খুব বেয়া নহ’ব। নিবনুৱাৰ কৰ্ম প্ৰাপ্তি লাভ। ভ্ৰমণৰ সুযোগ।
সিংহ— কর্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব। বিদ্যাত যত্ন লোৱাৰ দৰকাৰ হ’ব। দৈহিক দিশত শুভ। প্ৰেমত মধ্যম। ঘৰুৱা চিন্তা।
কন্যা— শাৰীৰিক দিশত শুভ। পুৰণি মামলা-মোকদ্দমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য।
তুলা— আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান।
বৃশ্চিক— শৰীৰ মধ্যম। কৰ্মত সৰু-সুৰা বাধা থাকিব। ব্যৱসায়ত আনৰ সহায় লাভ। দাম্পত্যত চিন্তা।
ধনু— মধ্যম ফল। বিদ্যাত জটিল চিন্তা এৰাব পাৰিব। সন্তানৰ বাবে চিন্তা থাকিব। দাম্পত্যতো তদ্রূপ।
মকৰ— দিনৰ দহ বজাৰ পৰা ভাল সংযোগ দেখা যায়। মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব।
কুম্ভ— গতানুগতিক কামত বেছি বাধা নাই। দাম্পত্যত ভালেই। কর্মক্ষেত্ৰত বাধা আঁতৰিব। শুভ সংবাদ লাভ।
মীন— আনন্দ প্রাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি। শৰীৰ খুব উন্নত নহ’ব।
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ