মেঘ— চলা-ফুৰাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব৷ বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল হ’ব৷
বৃষ— ভ্ৰমণৰ যোগ দেখা যায় যদিও ভ্ৰমণত সাৱধান অৱলম্বন কৰিব৷
মিথুন— দাম্পত্যত সুখ৷ বিদ্যাৰ্থীসকলৰ শুভ৷
SEE MORE: এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
কৰ্কট— মাহটোৰ শেষৰ ফালে আৰ্থিক চিন্তা বাঢ়িব৷ খৰচৰ মাত্ৰা বাঢ়িব৷ প্ৰেমত শুভ৷
সিংহ— ৰাজনৈতিক ক্ষেত্ৰত সুনাম বৃদ্ধি৷ ব্যৱসায়ত লাভবান৷ আৰ্থিকত শুভ৷
কন্যা— সেউজীয়া ৰঙৰ কাপোৰ কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পৰিধান কৰিব৷ শুভ কৰ্ম আৰম্ভ কৰিব পাৰে৷
তুলা— কোনো বিশ্বাসী মানুহে আপোনাৰ বিশ্বাস ভাঙিব৷ প্ৰেমত শান্ত৷ বিদ্যাৰ্থীৰ মধ্যম৷
বৃশ্চিক— ব্যৱসায়ত জটিলতা পাব৷ ঘৰুৱা সমস্যা বাঢ়িব৷ ভ্ৰমণৰ যোগ আছে৷
ধনু— ব্যৱসায়ত লাভবান৷ চাকৰিয়ালসকলে সাৱধান হোৱা ভাল৷ সন্তানৰ বাবে চিন্তা৷
মকৰ— শৰীৰৰ প্ৰতি যত্ন লওঁক৷ মাতৃৰ বাবে চিন্তা৷ গাড়ী চলাওতে সাৱধানতা অৱলম্বন কৰিব৷
কুম্ভ— বিদ্যাৰ্থীসকলে যত্ন কৰা উচিত৷ ব্যৱসায়ীসকলৰ ব্যয় হোৱাৰ সম্ভাৱনা৷
মীন— প্ৰেমত শুভ৷ পিতৃৰ শুভ৷ আৰ্থিক উন্নতি৷ নতুন কৰ্ম লাভ৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















