মেঘঃ সকলো দিশতেই উদাৰতা আৰু সংযম ৰক্ষা পৰিব। হনুমানক পূজা কৰক। পানীৰ পৰা সাৱধান। ভ্ৰমণত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৫
বৃষঃ আৰ্থিক লাভ বৃদ্ধি। ধৈৰ্য, সাহসী আৰু মেধাৱী দিশ প্ৰকাশ পাব। কৰ্মসংস্থাপনৰ বাট মুকলি। গেৰুৱা শুভ ৰং। শুভ সংখ্যা ২
মিথুনঃ কৰ্মস্থানত শুভ। খৰচ বৃদ্ধি। প্ৰেমত শুভ। মনৰ অস্থিৰতা বৃদ্ধি। ঘৰুৱা চিন্তা বৃদ্ধি। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬
কৰ্কটঃ ধৈৰ্যৰ সুফল পাব। কোনো আত্মীয়ৰ সু-সংবাদ পাব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত উপকৃত হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১
সিংহঃ আৰ্থিকত নতুন সুযোগৰ আশা। শৰীৰৰ প্ৰতি যত্ন লওঁক। গণেশক মিঠাই দি পূজা কৰিব। বন্ধুৰ পৰা উপকৃত হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫
কন্যাঃ দূৰ ভ্ৰমণৰ যোগ। সু-সংবাদ লাভ কৰিব। কৰ্মস্থানত মধ্যম। বঞ্চিত কামত অগ্ৰগতি বৃদ্ধি। সেউজীয়া শুভ ৰং। শুভ সংখ্যা ৮
তুলাঃ শাৰীৰিক উন্নতি। যোগ্য ব্যক্তিৰ মান-সন্মান বৃদ্ধি। ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি। কৰ্মক্ষেত্ৰত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৭
বৃশ্চিকঃ কৰ্মস্থানত শুভ। পাৰিবাৰিক কিছু সমস্যা থাকিব। বিদ্যাত মধ্যম। আৰ্থিক ব্যয়। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।
ধনুঃ ব্যৱসায়ীসকলৰ শুভ। পাৰিবাৰিক দুৰ্ভাৱনা থাকিব পাৰে। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। ভ্ৰমণত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২
মকৰঃ মানসিক বা অযথা চিন্তাই মনৰ অশান্তি বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি। ব্যৱসায় বাণিজ্যত মধ্যম। বেঙুনীয়া শুভ ৰং। শুভ সংখ্যা ৯
কুম্ভঃ হঠাৎ অৰ্থলাভ কৰিব পাৰে। বন্ধুৰ পৰা উৎসাহ পাব। দাম্পত্যত বুজা-বুজিৰ অভাৱ। শুভ ৰং মটীয়া। শুভ সংখ্যা ৪ বিদ্যাত শুভ।
মীনঃ ব্যৱসায়ত শুভ। ঘৰুৱা কাম-কাজৰ লগতে নতুন চিন্তাত সুফল পাব। প্ৰেমত শুভ। শৰীৰৰ প্ৰতি যত্ন লওঁক। শুভ ৰং কমলা। শুভ সংখ্যা ৬
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
ReplyForward |
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ