• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন গাৰ্গৰ ছিজাৰ এটেক, হাস্পতালত ভৰ্তি

জুবিন গাৰ্গৰ ছিজাৰ এটেক, হাস্পতালত ভৰ্তি

12 months ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

21 mins ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

4 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

5 hours ago
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

6 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

6 hours ago
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

6 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

23 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

24 hours ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

1 day ago
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

1 day ago
লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

লৰ্ডছৰ খেলপথাৰত ১ ৰান কৰিলেই ভংগ হ’ব ষ্টিভ স্মিথৰ অনন্য ৰেকৰ্ড

1 day ago
পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

পিতৃয়ে কিয় কাঢ়িলে টেনিছ খেলুৱৈ কন্যা ৰাধিকাৰ প্ৰাণ, তদন্তত প্ৰকাশ চাঞ্চল্যকৰ তথ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জুবিন গাৰ্গৰ ছিজাৰ এটেক, হাস্পতালত ভৰ্তি

editor by editor
July 28, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
জুবিন গাৰ্গৰ ছিজাৰ এটেক, হাস্পতালত ভৰ্তি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুবিন গাৰ্গৰ ছিজাৰ এটেক, হাস্পতালত ভৰ্তি

অসমবাসীৰ হিয়াৰ আমঠু তথা হার্টথ্রব জুবিন গাৰ্গ পুনৰ অসুস্থ। ছিজাৰ এটেক হৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গক। আজি ২৮ জুলাই দেওবাৰে পুৱা ১০ মান বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে কণ্ঠশিল্পী গৰাকীক।

হাস্পতালখনৰ চিকিৎসকৰ ফালৰ পৰা জানিব পৰা অনুসৰি জুবিন গাৰ্গৰ ছিজাৰ এটেক হৈছে। বৰ্তমান জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ MICUত ভৰ্তি কৰা হৈছে।

খবৰ লাভ কৰা মাত্ৰেই জুবিনৰ স্বাস্থ্যৰ বুজ ল’বলৈ নেমকেয়াৰত উপস্থিত হয় পবিত্ৰ মাৰ্ঘেৰিটা। জুবিনক সাক্ষাৎ কৰি চিকিৎসকৰ সৈতে কথা বতৰাৰ অন্তত মাৰ্ঘেৰিটাই কয়, জুবিনক জিৰণীৰ প্ৰয়োজন, তেওঁ বিৰামহীনভাবে কাম কৰে, অসমৰ ৰাইজৰ আশীৰ্বাদ আছে, জুবিন সোনকালে সুস্থ হৈ উঠিব।

আনহাতে জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি যোৱা নিশা জুবিন গাৰ্গ মহানগৰীৰ জোনালীত পৰিয়ালৰ সৈতে আছিল। কোনো কাম বা চিন্তাত নাছিল বুলি জনাইছে জয়ন্ত কাকতিয়ে। কিন্তু পুৱাই জুবিন গাৰ্গৰ ছিজাৰ এটেক আহে।

জয়ন্ত কাকতিয়ে জনোৱা অনুসৰি জুবিন হাস্পতালত ভৰ্তি হোৱাৰ লগে লগে কেইবাগৰাকী চিকিৎসকে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। পাছত পৰীক্ষা নিৰিক্ষাৰ অন্তত যাৱতীয় চিকিৎসা আগবঢ়ায়। বৰ্তমানে নেমকেয়াৰ হাস্পতালৰ অভিজ্ঞ চিকিৎসকৰ নিৰিক্ষণত আছে জুবিন গাৰ্গ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Admitted HospitalassamguwahatiHospital Admittedzubeenzubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ
অসম

কেবিনেটৰ বিশেষ বৈঠক- গাঁওবুঢ়া, উদাসীন ভকত, অংগনবাড়ী কৰ্মী, সহায়িকা আদিলৈ সুখবৰ

July 10, 2025
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে
অসম

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

July 9, 2025
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে
অসম

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

July 8, 2025
গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?
অসম

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

July 5, 2025
Next Post
পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে

পূৰৱী গাখীৰৰ মূল্য বৃদ্ধি, গাখীৰৰ লগতে পনীৰৰো দাম বৃদ্ধি কৰিলে অসমৰ দুগ্ধ কোম্পানীটোৱে

২০২৪ বৰ্ষৰ ৰক্ষা বন্ধন কেতিয়া, কোন শুভ মুহূৰ্তত বান্ধিব ৰাখী

২০২৪ বৰ্ষৰ ৰক্ষা বন্ধন কেতিয়া, কোন শুভ মুহূৰ্তত বান্ধিব ৰাখী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.