• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰাজয়ৰ যন্ত্ৰণা বুকুতে সামৰি ক্ৰীড়াপ্ৰেমীয়ে জানিব বিচাৰিছে এইবাৰৰ বিশ্বকাপত ৰানাৰ্ছ আপ হৈ কিমান ধন লাভ কৰিলে টীম ব্লুৱে?

পৰাজয়ৰ যন্ত্ৰণা বুকুতে সামৰি ক্ৰীড়াপ্ৰেমীয়ে জানিব বিচাৰিছে এইবাৰৰ বিশ্বকাপত ৰানাৰ্ছ আপ হৈ কিমান ধন লাভ কৰিলে টীম ব্লুৱে?

2 years ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

28 minutes ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

2 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

2 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

3 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

4 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

4 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

5 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

5 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

5 hours ago
৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

৬দিন পাছতেই উদয় হ’ব বুধ, সৌভাগ্য উজলি উঠিব এই ৫ৰাশিৰ, আপুনি তালিকাত আছেনে?

6 hours ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

23 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পৰাজয়ৰ যন্ত্ৰণা বুকুতে সামৰি ক্ৰীড়াপ্ৰেমীয়ে জানিব বিচাৰিছে এইবাৰৰ বিশ্বকাপত ৰানাৰ্ছ আপ হৈ কিমান ধন লাভ কৰিলে টীম ব্লুৱে?

editor by editor
November 23, 2023
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, লেখা
0
পৰাজয়ৰ যন্ত্ৰণা বুকুতে সামৰি ক্ৰীড়াপ্ৰেমীয়ে জানিব বিচাৰিছে এইবাৰৰ বিশ্বকাপত ৰানাৰ্ছ আপ হৈ কিমান ধন লাভ কৰিলে টীম ব্লুৱে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই পৰাজয়ৰ যন্ত্ৰণা ইমান সহজে জানো পাহৰিব পাৰি। বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছে টীম ইণ্ডিয়া। দেওবাৰে বিশ্বকাপৰ ফাইনেলৰ কেইবাটাও দিন পাৰ হ’ল যদিও এতিয়াও দেশত এই পৰাজয়ৰেই চৰ্চা চলি আছে। পৰাজয়ৰ যন্ত্ৰণা বুকুত থাকিলেও সময় জানো ৰৈ থাকিব। সময় বাগৰিবই এই আমোঘ নিয়মৰ সূত্ৰ ধৰিয়েই বিশ্বকাপ জয়ৰ পাছত কিমান ধন লাভ কৰিলে অষ্ট্ৰেলিয়াই? ৰানাৰ্ছ আপ হৈ ভাৰতে কিমান ধন লাভ কৰিলে সেই হিচাপ ভাইৰেল হৈছে।

আইচিচিৰ এক সূত্ৰই প্ৰকাশ কৰামতে এইবাৰৰ বিশ্বকাপত সকলোতকৈ বেছি ধন লাভ কৰিছে অষ্ট্ৰেলিয়াই। ৰানাৰ্ছ আপ হৈ ৰোহিতৰ দলেও যথেষ্ট ধন লাভ কৰিছে। বিশ্বকাপত অংশ লোৱা ১০টা দলে কিমান ধন লাভ কৰিছে?

১) বিশ্বকাপৰ চেম্পিয়ন দল অষ্ট্ৰেলিয়াই ভাৰতীয় মুদ্ৰাত ৩৩কোটি টকা লাভ কৰিছে বুলি জনাইছে আইচিচিয়ে। ফলত অষ্ট্ৰেলিয়াই ২০২৩ৰ এদিনীয়া বিশ্বকাপত চেম্পিয়ন হিচাপে প্ৰায় ৩৩ কোটি লাভ কৰিছে অষ্ট্ৰেলিয়াই।

২) গ্ৰুপ লিগৰ প্ৰতিখন মেচত জয়ী হোৱাৰ বাবেও ৩৩ লাখ টকা লাভ কৰিছে অষ্ট্ৰেলিয়াই। এই হিচাপ প্ৰতিটো দলৰ বাবেই প্ৰযোজ্য। এইবাৰৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ মুঠ আয় ৩৫.১০কোটি টকা।

৩) বিশ্বকাপৰ ৰানাৰ্ছ দল হিচাপে টীম ইণ্ডিয়াই লাভ কৰিছে ১৬কোটি টকা।

৪) গ্ৰুপ লীগৰ ৮খন মেচত ভাৰত জয়ী হৈছিল। ফলত এইবাৰৰ বিশ্বকাপৰ পৰা ভাৰতীয় দলে মুঠ ১৮.৯৭ কোটি লাভ কৰিছে।

৫) বিশ্বকাপৰ দুই ছেমিফাইনেলিষ্ট দল হিচাপে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাই ৬কোটি টকা লাভ কৰিছে। ইয়াৰ সৈতে যুক্ত হৈছে গ্ৰুপ লীগ জয় কৰা মেচৰ হিচাপ।

৬) কোনো দলে যদি লীগ পৰ্যায়ৰ ৯খন মেচৰ এখনতো জয়লাভ কৰা নাই তেন্তে কেৱল পাৰ্টিশ্বন ফি’হে আইচিচিয়ে দিছে। আইচিচিয়ে এই দলসমূহক প্ৰায় ৮৬লাখ টকা প্ৰদান কৰিছে। ছেমিফাইনেলত নুঠা আটাইকেইটা দলেই এই ধন লাভ কৰিছে।

৭) এইবাৰৰ বিশ্বকাপত নেদাৰলেণ্ড, বাংলাদেশ আৰু শ্ৰীলংকাই সৰ্বনিম্ন দুখন মেচ জয় কৰিছে। লীগ পৰ্যায়ৰ এখন মেচ জয় কৰাৰ বাবে আইচিচিয়ে তেওঁলোকক ৪০হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় টকাত ৩৩লাখ টকা আগবঢ়াইছে। এই হিচাপত এই তিনিখন দেশে এইবাৰৰ বিশ্বকাপত প্ৰায় ১কোটি ৪৬লাখ ৭০হাজাৰকৈ ধন লাভ কৰিছে।

৮) এই হিচাপত এইবাৰৰ বিশ্বকাপত ৪খন মেচ জয় কৰা পাকিস্তান আৰু আফগানিস্তানে লাভ কৰিছে ২কোটি ১৫লাখ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

March 12, 2026
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?
জীৱনশৈলী

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

March 12, 2026
Next Post
নীৰৱ মোদীৰ ৭১কোটিৰ সম্পত্তি বেংকৰ হাতত তুলি দিলে বিশেষ আদালতে। কি কি আছে এই সম্পত্তিৰ তালিকাত?

নীৰৱ মোদীৰ ৭১কোটিৰ সম্পত্তি বেংকৰ হাতত তুলি দিলে বিশেষ আদালতে। কি কি আছে এই সম্পত্তিৰ তালিকাত?

মুছলমানক খেদি পতা গৰুখুটি প্ৰকল্প ফ্লপ! ৩০০ গিৰগাইৰ মাজৰ ৪০তকৈয়ো অধিক গিৰগাইৰ মৃত্যু

মুছলমানক খেদি পতা গৰুখুটি প্ৰকল্প ফ্লপ! ৩০০ গিৰগাইৰ মাজৰ ৪০তকৈয়ো অধিক গিৰগাইৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.