• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

3 years ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

22 minutes ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

2 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

2 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

3 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

4 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

5 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

5 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

7 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

7 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

8 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?

editor by editor
June 10, 2023
in বিবিধ, বিশ্ব
0
তীৰ্থযাত্ৰীৰ বাবে ৰাজকীয় আয়োজন! হজৰ পৰাই ক্ৰুইড অইলতকৈয়ো অধিক উপাৰ্জন কৰে ছৌদি আৰৱে, হজৰ পৰা ছৌদি আৰৱৰ বাৰ্ষিক আয় কিমান জানেনে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হৈছে হজ যাত্ৰা। ধৰ্মপ্ৰাণ মুছলমান তীৰ্থযাত্ৰীয়ে ভীৰ কৰিছে মক্কাত। ছৌদি আৰৱৰ মক্কাত এতিয়া তীৰ্থযাত্ৰীক আদৰিবলৈ চলিছে জোৰদাৰ আয়োজন। মধ্যপ্ৰাচ্যৰ দেশখনত প্ৰত্যেক বছৰেই ১০ লাখতকৈয়ো অধিক তীৰ্থযাত্ৰী উপস্থিত হয়। ২০২০ চনত এবছৰৰ বাবে হজ যাত্ৰা বন্ধ কৰিছিল যদিও তাৰপিছৰে পৰাই দেশখনত তীৰ্থযাত্ৰীৰ যথেষ্ট ভীৰ হোৱা পৰিলক্ষিত হৈছে।

এইবাৰো বিভিন্ন দেশৰ লগতে আমাৰ দেশৰো বহু তীৰ্থযাত্ৰী মক্কাৰ উদ্দেশ্যে ৰাওনা হৈছে। হজ উপলক্ষে উপস্থিত হ’বলগীয়া তীৰ্থযাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰবাবে সমস্ত ব্যৱস্থাই কৰিছে ছৌদী আৰৱে। তীৰ্থযাত্ৰীৰ বাবে মক্কাৰ কাষৰীয়া অঞ্চলত কেম্প নিৰ্মাণ কৰা হৈছে। ইয়াৰ মাজতেই বহুসংখ্যক কেম্প বহু ৰাজকীয়ভাৱেই নিৰ্মাণ কৰা হৈছে।

পবিত্ৰ মক্কা আৰু মুজদালিফাহ চহৰৰ মধ্যবৰ্তী এটা সৰু এলেকা হৈছে মিনা। হজযাত্ৰীসকলৰ বাবে মিনাত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক কেম্পসমূহ। এই কেম্পসমূহৰ ভিতৰতেই নিৰ্মাণ কৰা হৈছে দামী দামী ৰেস্তোৰাও। তীৰ্থযাত্ৰীসকলৰ বাবে বিছনা চাদৰ, কম্বল আদি দিয়াৰো ব্যৱস্থা কৰা হৈছে। অস্থায়ী কেম্পৰ ভিতৰতেই অত্যাধুনিক শৌচাগাৰ আৰু স্নানাগাৰো নিৰ্মাণ কৰা হৈছে। ফ্ৰি ইণ্টাৰনেট ব্যৱহাৰৰো সুবিধা আছে এই এলেকাত।

চলিত বছৰৰ ২২ মে’ত প্ৰথমে এটা হজযাত্ৰীৰ দলে ভৰি দিছে ছৌদি আৰৱত। তাৰপাছতেই তীৰ্থযাত্ৰীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। প্রথম পৰ্যায়ত মালয়েছিয়া আৰু বাংলাদেশৰ তীৰ্থযাত্ৰীসকলক মক্কাত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। সোমবাৰৰ পৰা মক্কালৈ যাবৰ বাবে অনুমতি দিয়া হৈছে ভাৰতীয় তীৰ্থযাত্ৰীক। মক্কাত যাতে অত্যাধিক ভীৰ নহয় তাৰবাবেই সকলো দেশৰ বাবে পৃথক পৃথক সময় বান্ধি দিছে ছৌদি আৰৱ চৰকাৰে।

উল্লেখ্য যে পবিত্ৰ হজযাত্ৰাৰ পৰা বিপুল পৰিমানৰ ধন আহৰণ কৰে মধ্যপাচ্যৰ দেশখনে। বিবিচিয়ে দাবী কৰা মতে ক্ৰুইড অইল বিক্ৰি কৰি ছৌদি আৰৱে যিমান ধন আহৰণ কৰে তাতোকৈ বেছি ধন আয় কৰে হজযাত্ৰাৰ পৰা। এই প্ৰতিবেদন ২০১৮ চনতেই প্ৰকাশ কৰিছিল সংবাদ সংস্থা বিবিচিয়ে। তাত কোৱা হৈছিল যে ২০১৮ বৰ্ষত হজ যাত্ৰা কৰা যাত্ৰীৰ পৰা ১২ বিলিয়ন ডলাৰ আয় কৰিছিল ছৌদি প্ৰশাসনে। যি ধন ভাৰতীয় মুদ্ৰাত প্ৰায় ডেৰ হাজাৰ কোটিৰো বেছি।

আন্তৰ্জাতিক সংবাদমাধ্যমসমূহতো এই বাতৰি বহুবাৰ প্ৰচাৰ হৈছে। ছৌদি আৰৱৰ ৰাজহৰ প্ৰায় ৩০ ভাগেই হজৰ পৰাই আহে। মক্কাৰ চেম্বাৰ অৱ কমাৰ্ছে জনোৱা অনুসৰি এই তীৰ্থযাত্ৰাত বিদেশি মুছলমান একোজনৰ ব্যয় হয় প্ৰায় ৪৫০০ ডলাৰকৈ ধন। ছৌদি আৰৱৰ লোকৰ বাবে এই ধনৰ পৰিমান হৈছে ২৫০০ ডলাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
Next Post
ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

ইউটিউবাৰ CarryMinati-এ এটা ভিডিঅ’ৰ পৰা কিমান আয় কৰে?

বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

বিমান দুৰ্ঘটনাৰ ৪০ দিনৰ পিছত আমাজনত জীৱন্তে উদ্ধাৰ চাৰিটি শিশু, কেনেদৰে ৪০ দিন ধৰি সহবাস কৰিলে আমাজানৰ ঘন জংঘলত? বিশ্বক আচৰিত কৰা এক সঁচা ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.