• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

editor by editor
March 23, 2024
in ভাৰত
0
কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো
0
SHARES
74
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেনেকৈ ইমান শক্তিশালী ED ! চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কৰিব পাৰে সকলো

চাৰ্জ ৱাৰেণ্ট নোহোৱাকৈ কেনেকৈ হঠাতে তালাচী চলালে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত। অৱশ্যে সেই তালাচীত কোনো ধৰণৰ আপত্তিজনক উদ্ধাৰ নহয়। তালাচীৰ লগতে গ্ৰেপ্তাৰী পাৰোৱানা নোহোৱাকৈয়ে গ্ৰেপ্তাৰ কৰিলে কেজৰিৱালক।

প্ৰথমে হেমন্ত ছোৰেন, এতিয়া কেজৰিৱাল। মাত্ৰ ৫০ দিনৰ ভিতৰতে দুজনকৈ মুখ্যমন্ত্ৰীক ইডিয়ে হঠাতে গ্ৰেপ্তাৰ কৰি নিজৰ শক্তিৰ পৰিচয় দিয়ে।

এফালে বৰ্তমানেও ইডিৰ জিম্মাত হেমন্ত ছোৰেণ, আনহাতে ২৮ মাৰ্চলৈ ইডিৰ জিম্মাত কেজৰিৱাল। এই ক্ষেত্ৰত অৱশ্যে হেমন্ত ছোৰেনে গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।তাৰ বিপৰীতে কেজৰিৱাল এতিয়াও মুখ্যমন্ত্ৰীৰ পদত।

কেজৰিৱালৰ লগতে ইয়াৰ পূৰ্বে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীশ শিশোদিয়া, আপ দলৰেই ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

পাছে ইমান শক্তিশালী কেনেকৈ হ’ল ইডি- ১৯৫৬ চনৰ ১ মাৰ্চ তাৰিখে গঠন হৈছিল ইডি। প্ৰথমে ইয়াৰ নাম এনফোৰ্চমেণ্ট ইউনিট আছিল। পাছলৈ সলনি হৈ এনফোৰ্চমেণ্ট ডাইৰেক্ট’ৰেট (Enforcement Directorate) হয়।

লাহে লাহে বহু আইন অহাৰ পাছত ইডিয়ো লাহে লাহে শক্তিশালী হৈ গৈ থাকে। ২০১২ চনত টকা সৰবৰাহৰ ঘটনা ইডিৰ মাজলৈ আহে। ২০১৩ চনত ইয়াক কিছু অধিক শক্তিশালী কৰা হয়।

পাছত মোডী চৰকাৰ অহাত এই টকা সৰবৰাহৰ আইনত অধিক নিয়ম আনি বহুত শক্তিশালী কৰি তোলে। চৰকাৰে পি এন এল এৰ ধাৰা ১৭ আৰু ১৮ সংশোধন কৰি যাৰে তাৰে ঘৰত আইনৰ মাজত থাকি চাৰ্জ অপাৰেচন কৰিব পৰা ক্ষমতা দিয়ে।

পাছত এই ধাৰাত আৰু সংশোধন কৰা হয়। যাৰ ফলত এতিয়া ইডিয়ে কোনো ৱাৰেণ্ট নোহোৱাকৈ যাৰে তাৰে ঘৰত তালাচী চলোৱাৰ লগতে কোনো ব্যক্তিক গ্ৰেপ্তাৰো কৰিব পাৰে।

কেৱল সিমানেই নহয়, কোনো ব্যক্তিক যদি চমন প্ৰেৰণ কৰে, তেন্তে ইয়াৰ কাৰণো কাকো জনোৱাৰ প্ৰয়োজন নাই। তাৰোপৰি ইডিৰ আগত দিয়া ভাষ্য ন্যায়ালয়ত প্ৰমাণ হিচাপে দাঙি ধৰিব পাৰে। ইডিৰ সকলো পাৱাৰকে উচ্চতম ন্যায়ালয়ৰো মোহৰ মাৰা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arvind kejriwaldelhi governmentedenforcement directorate
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
গুৰিৰ পৰা ক’লা কৰি তুলিব আপোনাৰ চুলি, প্ৰয়োজন মাত্ৰ এবিধ তেলৰ

গুৰিৰ পৰা ক'লা কৰি তুলিব আপোনাৰ চুলি, প্ৰয়োজন মাত্ৰ এবিধ তেলৰ

বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ আকস্মিক বিয়োগ

বটদ্ৰৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ আকস্মিক বিয়োগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.