• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল কেনেকৈ ঠাণ্ডা কৰিব? জানি লওক…

ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল কেনেকৈ ঠাণ্ডা কৰিব? জানি লওক…

4 years ago
মংগলে সলাব গতি, ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এইসমূহ ৰাশিৰ  হ’ব লাভ!

মংগলে সলাব গতি, ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এইসমূহ ৰাশিৰ হ’ব লাভ!

20 minutes ago
বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ প্ৰয়োজনীয় কাম

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ প্ৰয়োজনীয় কাম

58 minutes ago
৯৮ বছৰ পিছত দেৱালীত দুৰ্লভ সংযোগ, কপাল ফুলিব এইসমূহ ৰাশিৰ!

৯৮ বছৰ পিছত দেৱালীত দুৰ্লভ সংযোগ, কপাল ফুলিব এইসমূহ ৰাশিৰ!

14 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

‘আল্লাহ ৰক্ষা কৰা!’ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল চফেদ আলী আৰু জাকিৰ আলী

15 hours ago
দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

দীপাৱলীত নকৰিব এইবোৰ ভুল, গোটেই বছৰ ভুগিব কষ্ট, অসন্তুষ্ট হ’ব মা লক্ষ্মী!

16 hours ago
নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

নামনি অসমত চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীৰ মাজত হাহাকাৰ

16 hours ago
দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

দীপাৱলীত ফটকাই পুৰিলে কি কৰিব? প্ৰাথমিক চিকিৎসা জানক

17 hours ago

গুৰুতৰভাৱে অসুস্থ অমিতাভ বচ্চন, হঠাৎ স্থগিত কেবিচি’ৰ শ্বুটিং!

17 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৮ নৱেম্বৰৰ ৰাশিফল, জানক ১২টা ৰাশিৰ ভাগ্য!

18 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

ডাকঘৰৰ সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে ৮,০০০ টকা, ২১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

18 hours ago
PNB 5 lakh FD: ৫ বছৰৰ বাবে ৫ লাখ টকাৰ FD! সাধাৰণ গ্ৰাহকতকৈ জ্যেষ্ঠ নাগৰিকে কিমান বেছি পাব?

PNB 5 lakh FD: ৫ বছৰৰ বাবে ৫ লাখ টকাৰ FD! সাধাৰণ গ্ৰাহকতকৈ জ্যেষ্ঠ নাগৰিকে কিমান বেছি পাব?

19 hours ago
দেৱালীত ৰাজযোগ, ৩ ৰাশিৰ বাবে অত্যন্ত শুভ!

দেৱালীত ৰাজযোগ, ৩ ৰাশিৰ বাবে অত্যন্ত শুভ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল কেনেকৈ ঠাণ্ডা কৰিব? জানি লওক…

editor by editor
May 28, 2022
in জীৱনশৈলী, বিবিধ
0
ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল কেনেকৈ ঠাণ্ডা কৰিব? জানি লওক…
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰীষ্ম আহিলে৷ দিনক দিনে ক্ৰমাৎ গৰম বাঢ়ি গৈ আছে। ঘৰৰ পৰা বাহিৰলৈ গ’লেই ঘামেৰে চিপপিয়া হৈ পৰা দিন আহিল৷

এনে গৰমত বাহিৰতে হওক বা বাহিৰৰ পৰা ঘৰলৈ উভতি আহিয়ে হওক এগিলাচ ঠাণ্ডা পানী খাবলৈ নাপালে দেহা শাঁত নপৰে।

সকলোৱে এনে গৰমত দেহা শাঁত পেলাবলৈ এগিলাচ ঠাণ্ডা পানী বা অন্য পানীয় বিচাৰে৷ কিন্তু তেনে অৱস্থাত যদি ফ্ৰীজ নাথাকে তেন্তে কি কৰিব?

 

লগতে পঢ়ক প্ৰথমে প্ৰতিষ্ঠানৰ পৰা বৰ্খাস্ত : ছিংগাপুৰস্থিত ষ্টাৰ্টআপৰ সহপ্ৰতিষ্ঠাপকক ধৰ্ষণৰ ভাবুকি!

অথবা প্ৰচণ্ড গৰমত এটা বীয়েৰ খাবলৈ ইচ্ছা কৰিছে, কিন্তু ফ্ৰীজ নাই! তেনে ক্ষেত্ৰত বীয়েৰটো কেনেকৈ ঠাণ্ডা কৰিব? ফ্ৰীজ নাথাকিলেও চিন্তা নকৰিব, কাৰণ ফ্ৰীজ নোহোৱাকৈও বীয়েৰ ঠাণ্ডা কৰিব পাৰি৷

কি উপায়েৰে বীয়েৰ ঠাণ্ডা কৰিব পাৰি? আজি আমি সেই বিষয়ে সংক্ষিপ্তভাৱে ক’বলৈ আগবাঢ়িছো৷

কিন্তু ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল এটা কেনেকৈ ঠাণ্ডা কৰাৰ দুটা উপায়ৰ বিষয়ে ক’ব বিচাৰিছো।

 

লগতে পঢ়ক মুখ্যমন্ত্ৰী মানৰ পুনৰ চমক! ৪২৪ ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে কৰ্তন

প্ৰথম উপায়টো হৈছে, বাতৰি কাকতখন ফালি পানীত তিয়াই বটলত লগাব লাগে। পেপাৰেৰে বীয়েৰৰ বটলটো ভালদৰে ঢাক খোৱাকৈ মেৰিয়াব লাগে৷ বীয়েৰৰ বটলটো কাগজেৰে মেৰিয়াই তাৰ পিছত অলপ সময় যিকোনো ছাঁত থৈ দিলে বটলটো ঠাণ্ডা হৈ পৰিব।

দ্বিতীয় পদ্ধতিত কাঁচৰ টেমা এটা লওক। তাত আন এটা সৰু কাঁচৰ টেমা লৈ লওক। পাত্ৰ দুটাৰ মাজৰ ঠাইখিনি বালিৰে ভৰাই দিব লাগে। এই সময়ত শীতল বটলটো এটা সৰু পাত্ৰত থৈ দিব। ওপৰৰ পৰা বালিৰ ওপৰত পানী ঢালি ভিজা টাৱেলেৰে ঢাকি দিব। বালিয়ে পানী শোষণ কৰাৰ লগে লগে বটলৰ উষ্ণতাও কমি যাব।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbeerbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে সলাব গতি, ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এইসমূহ ৰাশিৰ  হ’ব লাভ!
জীৱনশৈলী

মংগলে সলাব গতি, ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ এইসমূহ ৰাশিৰ হ’ব লাভ!

November 8, 2026
বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ প্ৰয়োজনীয় কাম
বাণিজ্য

বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক আপোনাৰ প্ৰয়োজনীয় কাম

November 8, 2026
৯৮ বছৰ পিছত দেৱালীত দুৰ্লভ সংযোগ, কপাল ফুলিব এইসমূহ ৰাশিৰ!
জীৱনশৈলী

৯৮ বছৰ পিছত দেৱালীত দুৰ্লভ সংযোগ, কপাল ফুলিব এইসমূহ ৰাশিৰ!

November 7, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

‘আল্লাহ ৰক্ষা কৰা!’ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল চফেদ আলী আৰু জাকিৰ আলী

November 7, 2026
Next Post
ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.