• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?

KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?

4 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

5 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

6 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

7 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

7 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

8 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

9 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

10 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

10 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

11 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

11 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

12 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?

editor by editor
May 28, 2022
in চিনেমা, বিবিধ, ভাৰত
0
KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক আশ্বৰ্যজনক ঘটনা পোহৰৈ আহিছে৷ শনিবাৰে প্ৰকাশ পোৱা অনুসৰি এগৰাকী কিশোৰে দক্ষিণৰ ব্লকবাষ্টাৰ ছবি কেজিএফ চেপ্টাৰ টু চাই চিগাৰেট হুপি চিকিৎসাধীন হ’বলগীয়া হৈছে৷

প্ৰকাশিত খবৰ মতে হায়দৰাবাদৰ এগৰাকী ১৫ বছৰীয়া কিশোৰে কেজিএফ চেফ্টাৰ টু মূল চৰিত্ৰ ৰ’কি ভাইৰ দ্বাৰা অণুপ্ৰাণিত হৈ চিগাৰেট হুপি অসুস্থ হৈ পৰে৷

কিশোৰজনে কেজিএফ চেপ্টাৰ টু ছবিখন মাত্ৰ দুটা দিনতে তিনিবাৰকৈ দৰ্শন কৰাৰ পিছতে একেৰাহে এটা পেকেট চিগাৰেট হুপি অসুস্থ হৈ পৰাৰ পিছতে শনিবাৰে চহৰখনৰ চেঞ্চুৰি হাস্পতালত ভৰ্তি কৰোৱা হয়৷

লগতে পঢ়ক মুখ্যমন্ত্ৰী মানৰ পুনৰ চমক! ৪২৪ ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে কৰ্তন

কিশোৰগৰাকীয়ে ছবিখন চাই এনে দৰে প্ৰভাৱিত হৈ পৰিছে মূল চৰিত্ৰ ৰ’কি ভাইৰ সম্পূৰ্ণ আদৱ কায়দাকো অনুসৰণ কৰিবলৈ ধৰিছে৷

চিকিৎসকে হাস্পতালখনত কিশোৰজনক চিকিৎসা কৰি থকাৰ সমান্তৰালভাৱে কাউন্সিলিঙো কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে৷

‘‘ৰ’কি ভাইৰ দৰে চৰিত্ৰৰ দ্বাৰা কিশোৰসকল অতি সহজে প্ৰভাৱিত হয়৷ এই কিশোৰটিয়ে ৰ’কি ভাইৰ দ্বাৰা প্ৰভাৱিত হৈ একেৰাহে এটা পেকেট চিগাৰেট হোপে৷’’ চিকিৎসক ডাঃ ৰোহিত ৰেড্ডী পাঠুৰীয়ে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKGF Chapter 2
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল কেনেকৈ ঠাণ্ডা কৰিব? জানি লওক…

ফ্ৰীজ নোহোৱাকৈ গৰম বীয়েৰৰ বটল কেনেকৈ ঠাণ্ডা কৰিব? জানি লওক…

ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.