• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?

কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?

12 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?

কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?

editor by editor
March 17, 2025
in জীৱনশৈলী, বিবিধ
0
কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?
0
SHARES
478
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহে আৰ্থিক জীৱন উন্নত কৰাৰ বাবে প্ৰতিসময়তে চেষ্টা ৰাখে৷ বহুতেই কোটিপতি হোৱাৰো সপোন দেখে৷ এই সপোন পূৰণৰ বাবে সঠিক বিনিয়োগ নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ৷ পাব্লিক প্ৰভিডেণ্ট ফাণ্ড এনে এক নিৰাপদ আৰু লাভজনক বিনিয়োগ বিকল্প, যিয়ে কেৱল ভাল ৰিটাৰ্ণেই নিদিয়ে বৰং কৰৰ পৰা ৰেহাই পোৱাৰো দুৰ্দান্ত উপায়৷ জানি থওক পাব্লিক প্ৰভিডেণ্ট ফাণ্ডত ধন জমা কৰিলে কেনেকৈ কোটিপতি হব?

পিপিএফ কি আৰু ইয়াৰ বৈশিষ্ট্য জানেনে?

পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পিপিএফ হৈছে এক চৰকাৰী সঞ্চয় প্ৰকল্প, যি দীৰ্ঘম্যাদি বিনিয়োগৰ বাবেই তৈয়াৰী৷ ইয়াৰ ম্যাদ ১৫ বছৰ আৰু প্ৰতি আৰ্থিক বছৰত আপুনি সৰ্বনিম্ন ৫০০ টকাৰ পৰা সৰ্বোচ্চ ১৫০০০০ টকা পৰ্যন্ত জমা কৰি যাব পাৰে৷ বৰ্তমান পিপিএফত ৭.১ শতাংশ বাৰ্ষিক সুদ প্ৰদান কৰি থকা হৈছে৷ যি ত্ৰিমাসিক ভিত্তিত নিৰ্ধাৰিত হয়৷ এটা এটা ব্যক্তিগত একাউণ্ট বা যৌথভাৱে একাউণ্ট খুলাৰো সুবিধা আছে৷ ইয়াৰোপৰি নমিনি দিয়াৰো ব্যৱস্থা আছে৷

কিয় পিপিএফক এক ভাল বিকল্প হিচাপে বিবেচনা কৰা হয়?

পিপি এফ ভাল বিনিয়োগৰ বিকল্প, কাৰণ এয়া EEE (Exempt-Exempt-Exempt)  বিভাগৰ আওতাধীন৷ ইয়াৰ অৰ্থ হৈছে ইয়াত বিনিয়োগ, প্ৰাপ্ত সুদ আৰু ম্যাদৰ শেষত প্ৰাপ্ত সম্পূৰ্ণ পৰিমাণ, তিনিটাই আয়কৰ ৰেহাইৰ আওঁতাধীন৷ আয়কৰ আইনৰ ধাৰা ৮০ চিৰ অধীনত প্ৰতি বছৰে ১,৫০,০০০ টকা পৰ্যন্ত বিনিয়োগৰ ওপৰত কৰ ৰেহাইৰ সুবিধা পোৱা যায়৷ ইয়াৰোপৰি এটা এটা চৰকাৰী প্ৰকল্প, যাৰ কাৰণে বিনিয়োগ সম্পূৰ্ণ নিৰাপদে থাকে৷

পিপিএফত কোনে কোনে বিনিয়োগ কৰিব পাৰে?

ভাৰতৰ যিকোনো নাগৰিকে পি পি এফ একাউণ্ট খুলিব পাৰে৷ এই একাউণ্টটো পোষ্ট অফিচ বা যিকোনো বেংকত খুলিব পাৰে৷ অভিভাৱকে নাবালক শিশুসকলৰ বাবে একাউণ্ট খুলিব পাৰে, এই ব্যৱস্থা কেৱলমাত্ৰ সন্তানৰ ১৮ বছৰ নোহোৱা পৰ্যন্ত বৈধ থাকে৷ চাকৰিয়াল, ব্যৱসায়ী বা গৃহণীসকলো শ্ৰেণীৰ মানুহে পি পিএফৰ সুবিধা পাব পাৰে৷

পি পি এফ দি কেনেকৈ কোটিপতি হব?

পিপিএফত নিয়মিত বিনিয়োগ কৰি আপুনিও কোটিপতি হব পাৰে৷ ধৰক আপোনাৰ বয়স ২৫ বছৰ আৰু আপুনি প্ৰতি বছৰ পি পিএফত সৰ্বোচ্চ ১,৫০,০০০টকা বিনিয়োগ কৰে৷ প্ৰথম বছৰৰ শেষত আপুনি ৭.১ শতাংশ হাৰত ১০,৬৫০ টকা সুদ পাব৷ যাৰ ফলত আপোনাৰ একাউণ্টত বেলেন্স হব ১,৬০,৬৫০ টকা৷

আপুনি যদি তাৰ পিছৰ বছৰত ১,৫০,০০০ টকা জমা কৰে তেন্তে আপোনাৰ বেলেন্স ৩,১০,৬৫০ টকা হব৷ এই পৰিমাণত সুদ হব ২২,০৫৬টকা৷ এই চক্ৰবৃদ্ধি সুদৰ ওপৰত সুদ অৰ্জন সম্ভৱ৷ ১৫ বছৰ পূৰ্ণ হলে আপোনাৰ একাউণ্টত থাকিব ৪০,৬৮,২০৯ টকা থাকিব, যাৰ মাজত ২২,৫০,০০০টকা আপোনাৰ বিনিয়োগ আৰু ১৮,১৮,২০৯ টকা হব সুদ৷

পিপিএফ এটা নিৰাপদ আৰু লাভজনক বিনিয়োগৰ বিকল্প৷ যি দীৰ্ঘম্যাদত আপোনাৰ অৰ্থ বৃদ্ধি আৰু কৰ সাশ্ৰয়ৰ এক ভাল উপায়৷ নিয়মিত আৰু সুশৃংখলভাৱে বিনিয়োগ কৰিলে আপুনি পিপিএফৰ মাধ্যমেৰে আপোনাৰ সপোন পূৰণ কৰিব পাৰিব আৰু আৰ্থিকভাৱে শক্তিশালী হব পাৰে৷ আপুনি ভৱিষ্যতেও বহু বেছি বিনিয়োগ কৰাৰ পৰিকল্পনা ৰাখিলে পিপিএফ অৱশ্যেই আপোনাৰ বিবেচনাৰ যোগ্য এক বিকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
হোলি খেলাটো অপৰাধ! এইবাৰ মহম্মদ ছামীৰ কন্যাক টাৰ্গেট মৌলবী ৰিজভীৰ

হোলি খেলাটো অপৰাধ! এইবাৰ মহম্মদ ছামীৰ কন্যাক টাৰ্গেট মৌলবী ৰিজভীৰ

বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?

বুধবাৰৰ দিনটো মনত ৰাখক! ফ্লৰিডা উপকূলত নামিব সুনীতাক কঢ়িয়াই অনা বিশেষ যান, লাইভ সম্প্ৰচাৰ কৰিব নাছাই, কিমান সময়ত হ’ব লেণ্ডিং?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.