• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

2 years ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

7 minutes ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

33 minutes ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

1 hour ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

2 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

3 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

3 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

4 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

5 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

6 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

7 hours ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

editor by editor
April 22, 2025
in জীৱনশৈলী
0
মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শাৰীৰিক কাৰ্যকলাপৰ বাবে অপৰিহাৰ্য ভিটামিন ডি৷ কেৱল শৰীৰ নহয়, মনকো নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা ৰাখে এই ভিটামিনে৷ ভিটামিন ডিৰ মাত্ৰা কম থাকিলে বিষণ্ণতাৰ পৰা আৰম্ভ কৰি কৰ্কট, নানান ধৰণৰ ৰোগৰ আশংকা বাঢ়ি যায়৷ আৰু এই ভিটামিনৰ মূল উৎস হৈছে সূৰ্যৰ পোহৰ৷ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলেই দেহত এই ভিটমিনৰ মাত্ৰা বৃদ্ধি পায়৷ কিন্তু ভাৰতৰ দৰে ক্ৰান্তীয় দেশত ৰ’দৰ অভাৱ নাথাকিলেও ভিটামিন ডিৰ ঘাটিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷
দেশত ভিটামিন ডিৰ ঘাটিৰ হাৰ অঞ্চলভেদে ৪০শতাংশৰ পৰা ৯৯ শতাংশ পৰ্যন্ত৷ কেতিয়াবা কেতিয়াবা সেয়া ৮০শতাংশৰ পৰা ৯০ শতাংশও হয়৷ ভিটামিন ডিৰ ঘাটিক লৈ দুশ্চিন্তা দেশজুৰি বাঢ়িছে৷ একাধিক গৱেষণাই ইয়াৰ কাৰণে হিচাপে বাচি ওলিয়াইছে আমাৰ খাদ্যভাষ আৰু বায়ু প্ৰদুষণক৷ ৰ’দ এৰাই চলাৰ অভ্যাসো ইয়াৰ নেপথ্যত আছে৷ সেয়ে সূৰ্যলোকৰ ওপৰিও অন্যান্য স্বাস্থ্যকৰ উপায়েৰে ভিটামিন ডিৰ মাত্ৰা বঢ়োৱাৰ বাবে চেষ্টা কৰিব লাগে৷ পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি পাইছেনে সেয়া নিশ্চিত কৰাৰ ৬টা উপায়-

শৰীৰত মেগনেচিয়ামৰ মাত্ৰা বঢ়োৱা

ভিটামিন ডিয়ে সঠিকভাৱে ৰক্ত সৰবৰাহৰ বাবে মেগনেছিয়ামৰ গুৰুত্ব অপৰিসীম৷ আমেৰিকাৰ নেশ্ব্যনেল লাইব্ৰেৰী অফ মেডিচিনৰ এক সাম্প্ৰতিক প্ৰতিবেদনত লেখা হৈছে যে মেগনেছিয়ামে ভিটামিন ডিৰ সক্ৰিয়তা বঢ়োৱাত সহায় কৰে৷ ইয়াৰ ফলত হাড় মজবুত হয়৷ মেগনেছিয়ামৰ ঘাটিত ভিটামিন ডিৰ ঘাটি আৰু বাঢ়ি যায়৷ শৰীৰত মেগনেছিয়ামৰ মাত্ৰা ঠিকে ৰখাত নজৰ দিয়ক৷

ভিটামিন ডি সমৃদ্ধ খাদ্য

দুগ্ধজাত খাদ্যৰ পৰা ভিটামিন ডি পাব পাৰে শৰীৰে৷ গাখীৰ আৰু দৈৰ দৰে পূৰ্ণ চৰ্বিযুক্ত দুগ্ধজাত খাদ্যত ভিটামিন ডিৰ পৰিমাণ বেছি থাকে৷ কাৰণ এই ভিটামিনবিধ চৰ্বিত দ্ৰৱণীয়৷ ইয়াৰোপৰি কমলাৰ ৰস, ছেমন মাছ, ছাৰ্ডিন মাছ, কড লিভাৰ অইলো ভিটামিন ডিৰ ভাল উৎস৷

খাদ্যৰ সৈতে ভিটামিন ডি ছাপ্লিমেণ্ট

ভিটামিন ডি চৰ্বিত দ্ৰবণীয় এবিধ ভিটামিন৷ অৰ্থাৎ লিপিডত মিহলি হৈ থাকিব পাৰে৷ সাধাৰণতে তেলৰ ফৰ্মুলেছনত দিয়া হয় ছাপ্লিমেণ্ট, যাতে শৰীৰত খুব সহজেই এয়া শোষিত হব পাৰে৷ খাদ্যৰ সৈতে ভিটামিন ডি ছাপ্লিমেণ্ট খোৱা উচিত যিসমূহৰ মাজত স্বাস্থ্যকৰ চৰ্বি আছে৷ যেনে এভোকাডো, বীজ, বাদাম, চাৰ্ডিন আৰু ছেমন মাছ৷ কিছু গৱেষণাত জনা গৈছে যে দিনত আপুনি খোৱা খাদ্যৰ সৈতে ভিটামিন ডি ছাপ্লিমেণ্ট খালে ভাল ফল লাভ কৰিবই৷

ভিটামিন কেৰ ঘাটি দূৰ কৰা

ভিটামিন ডিয়ে হাড়ৰ কাৰ্যকাৰিতাৰ সৈতে জড়িত৷ ভিটামিন ডিয়েই নহয়, ভিটামিন কেও চৰ্বিত মিহলি হৈ থকা ভিটামিন আৰু হাড়ৰ স্বাস্থ্যৰক্ষাত ডাঙৰ ভূমিকা পালন কৰে৷ হাড়ৰ ভিতৰত কেলছিয়ামৰ প্ৰৱেশ হৈছে নে নাই সেই দিশতো নজৰ ৰাখে ভিটামিন কেই৷ ভিটামিন ডিৰ সৈতে মিলি কাম কৰে ভিটামিন কেই৷ সেয়ে এই দুই ভিটামিন যদি শৰীৰত একেলগে প্ৰৱেশ কৰে তেন্তে উপকাৰ বেছি৷ আনকি হৃদপিণ্ডৰ স্বাস্থ্যৰ বাবেও উপকাৰী৷

পুৱাই সূৰ্যৰ তাপ শৰীৰত লোৱা

পুৱা ১০ বজাৰ পূৰ্বে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে প্ৰয়োজনীয় ভিটামিন ডি পোৱা যায়৷ ছালৰ ৰং আৰু ছানস্ক্ৰিণৰ ব্যৱহাৰ, এইসমূহ মূৰত ৰাখি সূৰ্যৰ পোহৰ গ্ৰহণ কৰিলে ভিটামিন ডিৰ ঘাটিও দূৰ হয়৷ অন্য সমস্যাৰো সম্ভাৱনা কমে৷

নিয়মিত ৰক্ত পৰীক্ষা

ভিটামিন ডিৰ অভাৱ আছে নে নাই সেয়া জনাৰ একমাত্ৰ উপায় হৈছে তেজৰ পৰীক্ষা৷ নিয়মিত ভিটামিন ডিৰ পৰীক্ষা কৰিলেই বুজা যায় চিকিৎসকৰ দ্বাৰস্ত হোৱাৰ প্ৰয়োজন আছে নে নাই৷ যিহেতু এই দেশত ভিটামিন ডিৰ ঘাটি খুবেই সাধাৰণ শাৰীৰিক সমস্যাৰ ভিতৰত পৰে সেয়ে পৰীক্ষা কৰি পদক্ষেপ গ্ৰহণ কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ
জীৱনশৈলী

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

October 23, 2026
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!
জীৱনশৈলী

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

October 23, 2026
Next Post
আৰম্ভ হৈছে  Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই  Gold ATM?

আৰম্ভ হৈছে Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই Gold ATM?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.