• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰম্ভ হৈছে  Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই  Gold ATM?

আৰম্ভ হৈছে Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই Gold ATM?

1 year ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

6 minutes ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

17 minutes ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

41 minutes ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

1 hour ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

2 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

2 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

4 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

7 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

20 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

20 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আৰম্ভ হৈছে Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই Gold ATM?

আৰম্ভ হৈছে Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই Gold ATM?

editor by editor
April 22, 2025
in জীৱনশৈলী
0
আৰম্ভ হৈছে  Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই  Gold ATM?
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৰ্তমান সোণৰ দাম আকাশলংঘী৷ বহুতেই ধাৰণা কৰিছে যে সোণ বিক্ৰি কৰাৰ এয়াই সঠিক সময়৷ আৰু সময়োপযোগীকৈ তৈয়াৰো হৈছে এইবাৰ গ’ল্ড এটিএম৷ ছাংহাইৰ এখন ব্যস্ত মলত চীনৰ প্ৰথম গ’ল্ড এটিএম ইনষ্টল কৰা হৈছে৷ যাক লৈ বিশ্ব জুৰি চলিছে চৰ্চা৷ কেনেকৈ কাম কৰিব এই মেছিনে?
প্ৰকৃততে ১২০০ ডিগ্ৰী চেলছিয়াছত এই মেছিনে সোণ গলাই দিয়ে৷ ইয়াৰ সৈতে সোণৰ বিশুদ্ধতাও পৰীক্ষা কৰে৷ ছাংহাই গ’ল্ড এক্সচেঞ্জৰ লাইভ ৰেটৰ ওপৰত ভিত্তি কৰি পেমেণ্ট কৰা হয়৷ যাৰ মাজত অৱশ্যে এটা পৰিসেৱা চাৰ্জ বা চাৰ্ভিছ চাৰ্জো অন্তৰ্ভূক্ত থাকে৷ এই সুবিধাই প্ৰকৃততে গ্ৰাহকৰ ট্ৰেডিছনেল জুৱেলাৰী ষ্টোৰৰ পৰিবৰ্তে দ্ৰুত আৰু স্বচ্ছ বিকল্প প্ৰদান কৰে৷
চীনৰ কিংহুড গ্ৰুপে তৈয়াৰ কৰা স্মাৰ্ট গ’ল্ড এটিএমটো এনেধৰণে ডিজাইন কৰা হৈছে যিয়ে সোণৰ সামগ্ৰী গলাই, ওজন কৰি, তাৰ বিশুদ্ধতা নিৰ্ধাৰণ কৰিব৷ ইয়াৰপাছতেই সোণৰ বজাৰমূল্য অনুসৰি সমপৰিমাণে টকা বিক্ৰেতাৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিব৷ এই মেছিনত তিনি গ্ৰাম বা তাতোকৈ বেছি ওজনৰ আৰু অন্তত ৫০শতাংশ বিশুদ্ধতাৰ সোণৰ সামগ্ৰীহে গ্ৰহণ কৰে৷ বিখ্যাত আৰু জনপ্ৰিয় ব্যৱসায়ী তানছু ইয়েগেনে সমগ্ৰ বিষয়টোক লৈ সামাজিক মাধ্যমত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে৷
ৰিপৰ্ট অনুসৰি এই মেছিনটো আৰম্ভ হোৱাৰ পাছৰে পৰাই ব্যাপক ভিৰ হৈছে এই মেছিনৰ কাষত৷ এলেকাৰ বহু বাসিন্দাই তেওঁলোকৰ পাৰিবাৰিক আৰু বংশপৰম্পৰাত পোৱা সোণ বিক্ৰি কৰিবলৈ লাইনত থিয় হৈ আছে৷ Chinatimes.com-ৰ তথ্যমতে মেছিনটো ব্যৱহাৰৰ বাবে মে মাহ মৰ্যন্ত সমস্ত এপয়েণ্টমেণ্ট শ্লটো বুক হৈ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
Next Post
মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

‘তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰিলা কুঁহি?’ বীৰাংগনা পাপৰি কলিতা ওৰফে ইউটিউবাৰ কুঁহিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী মহিলাৰ, ভাইৰেল ফোনকলত কি কি অভিযোগ কুঁহিৰ বিৰুদ্ধে?

‘তুমি মোৰ জীৱনটো কিয় ধ্বংস কৰিলা কুঁহি?’ বীৰাংগনা পাপৰি কলিতা ওৰফে ইউটিউবাৰ কুঁহিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী মহিলাৰ, ভাইৰেল ফোনকলত কি কি অভিযোগ কুঁহিৰ বিৰুদ্ধে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.