• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

1 hour ago
মীন ৰাশিলৈ আহি খেল দেখুৱাৰ মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

26 seconds ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

56 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

2 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

4 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

5 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

6 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

16 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

editor by editor
March 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
0
SHARES
166
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৱেই ধনী হ’ব খোজে৷ কিছু ধনী হোৱাটো মুখৰ কথা নহয়৷ ইয়াৰ বাবে আপুনি নিজেই কিছু নিয়ম মানি চলিব৷ দৈনন্দিন জীৱনত গঢ়ি তুলিব লাগিব কিছু সু-অভ্যাস৷ তাৰ ফলত বেংকত জমা থাকিব লাগিব ধনো৷ তেতিয়াহে আপুনি ধনবান ব্যক্তি হৈ উঠিব পাৰিব৷ প্ৰশ্ন হয়, ঠিক কেনেকুৱা নিয়ম মানি চলিলে ধনী হোৱা সম্ভৱ? কি কি অভ্যাস আপুনি গঢ়ি তুলিব লাগিব?

ছেভিংছ মাষ্ট

বহুতেই ছেভিংছৰ কোনো ইচ্ছা নাৰাখে৷ কেৱল খৰচকহে বিশ্বাস কৰে৷ এই ভুল কৰিলে আপুনি ধন জমা কৰিব নোৱাৰিব৷ সেয়ে প্ৰথমে এই ভুল শুধৰাই লওক৷ চেষ্টা কৰক হাতলৈ টকা অহাৰ পাছতেই প্ৰথমে ছেভিংছ কৰি লওক৷ তাৰপিছতহে ধন খৰচ কৰিব৷ এই নিয়ম মানি চলিলেই ধনী হৈ উঠিব আপুনি৷

ধাৰ নল’ব

ধাৰ লোৱাৰ অভ্যাস বেয়া অভ্যাস৷ ই আপোনাক অত্যধিক খৰচ কৰাৰ মানসিকতা গঢ়ি তোলায়৷ আৰু এবাৰ ধাৰৰ ফান্দত পৰিলে তাৰপৰা বাহিৰ ওলোৱাটো খুবেই কঠিন৷ সেয়ে ভুলতো ধাৰ নল’ব৷ যিমান সম্ভৱ নিজেই আয় আনুযায়ী খৰচক সীমাবদ্ধ ৰাখক৷ তেনেকৈ নিজকে পৰিচালিত কৰিলে আপোনাৰ বেংকত থাকিব ধন৷

ইমাৰ্জেন্সি ফাণ্ড গঢ়িবই

বিপদ কাকো সুধি নাহে৷ সেয়ে এটা ইমাৰ্জেন্সি ফাণ্ড ৰাখিবই৷ অন্যথা আপোনাৰ জমা টকা এদিনতেই শেষ হৈ পৰিব৷ তেতিয়া কিন্তু কান্দিও লাভ নহয়৷ সেয়ে চেষ্টা কৰক ইমাৰ্জেন্সি ফাণ্ড অৱশ্যেই তৈয়াৰ কৰিব৷ এইক্ষেত্ৰত অন্তত কমেও ১০ৰ পৰা ১৫ শতাংশ ইমাৰ্জেন্সি ফাণ্ডত বিনিয়োগ কৰিব৷

ইনভেষ্টমেণ্টৰ বিকল্প

ছেভিংছৰ সকলো বেংকত ৰখাৰ প্ৰয়োজন নাই৷ তাৰ সলনি কিছু ধন বিশেষজ্ঞৰ পৰামৰ্শ মানি ষ্টকমাৰ্কেট, মিউচুৱেল ফাণ্ড বা বণ্ডত ইনভেষ্ট কৰক৷ এফ ডি বা ৰেকাৰিং ডিপজিটৰ পৰা বহু বেছি পৰিমাণে টকা পাব৷ আপোনাৰ ধন গ্ৰ কৰিব৷

ফোন বাইক, বাহনত বেছি খৰচ নকৰিব

বহুতেই কিছু ধন হাতলৈ আহিলেই ফোন, বাইক, বাহন কিনে৷ আৰু এই ভুল কৰিয়েই ধন জমা কৰিব নোৱাৰে৷ অদৰকাৰী খৰচ এৰাই চলক৷ এইসমূহ ক্ষেত্ৰত খৰচ কৰা টকা ছেভিংছ কৰক বা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰক৷

এইকেইটা নিয়ম মানিলেই ধনী হোৱাৰ পথত আগুৱাই যোৱাৰ পৰা কোনোৱে ৰখাব নোৱাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মীন ৰাশিলৈ আহি খেল দেখুৱাৰ মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাৰ মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ
জীৱনশৈলী

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

March 18, 2026
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ
জীৱনশৈলী

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

March 18, 2026
Next Post
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

মীন ৰাশিলৈ আহি খেল দেখুৱাৰ মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাৰ মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন