হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যত ঠায়ে ঠায়ে দেখা দিছে অসন্তুষ্টিৰ প্ৰতিবাদ। পৰীক্ষাৰ ফলাফলক লৈ কোনো কোনো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় কর্তৃপক্ষৰ প্ৰতি আনিছে গুৰুতৰ অভিযোগ।