• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

9 months ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

31 minutes ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

1 hour ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

2 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

12 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

12 hours ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

13 hours ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

13 hours ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

14 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

14 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

15 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

15 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও

editor by editor
July 28, 2025
in জীৱনশৈলী, বিবিধ
0
আমাৰ ভৰিতেই লুকাই আছে আৰু এটা হৃদপিণ্ড! এই ৰহস্য জানিলে অবাক হ’ব আপুনিও
0
SHARES
330
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সকলোৱেই জানো যে হৃদয় আমাৰ শৰীৰৰ প্ৰধান ৰক্তপাম্প৷ কিন্তু জানেনে আমাৰ ভৰিৰ কাফ মাছুল বা কলাফুলৰ পেশীসমূহকো দ্বিতীয় হৃদয় বুলি কোৱা হয়৷ এয়া কোনো ৰূপকথাৰ কাহিনী নহয়, শৰীৰবিজ্ঞানভিত্তিক এক বাস্তৱ সত্য এয়া৷

চলাফিৰা, চিৰি বগোৱা, বহাৰ পৰা থিয় হোৱা এই সকলো সময়তেই কলাফুলৰ মাছুল সংকোচিত হৈ এক বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে তেজক চাপ দি ওপৰৰ দিশলৈ ঠেলি দিয়ে৷ এই ৰক্তচলাচলৰ গতি ৰক্ষা কৰি ভৰিৰ দিশৰ পৰা হৃদপিণ্ডলৈ ওভতি অহা তেজৰ প্ৰবাহ যি আমাৰ সামগ্ৰিক ৰক্তসংবহনতন্ত্ৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷

বিশেষজ্ঞৰ মতে এই দ্বিতীয় হৃদয়ৰ কাৰ্যকাৰিতাই শৰীৰক দিয়ে একাধিক উপকাৰিতা৷ শিৰাৰ মাধ্যমেৰে ৰক্ত চলাচলত সহায় কৰে৷ ভৰিত তেজ গোট মৰা বা ওজন ভাৱ অহাও দূৰ হয়৷ ফোলাভাৱ, বিষ আনকি ভেৰিকোজ শিৰা প্ৰতিৰোধত সহায় কৰে৷ ডিপ ভেইন থ্ৰেম্বোচিছৰ আশংকাও হ্ৰাস কৰে৷ এই প্ৰক্ৰিয়াটি সম্ভৱ হয় কাফ মাছুল আৰু শিৰাৰ ভিতৰৰ ভালভৰ মিলিত কাৰ্যক্ষমতাত৷ ভালভসমূহে তেজক ওভতি যোৱাত বাধা দিয়ে, ফলত তেজ ধাপে ধাপে ওপৰৰ দিশে উঠিবলৈ ধৰে৷

ফলত দীৰ্ঘক্ষণ বহি থকা বা স্থিৰে থকাটোৱে আমাৰ স্বাস্থ্যৰ বাবে বিপজ্জনক হ’ব পাৰে৷ বৰং নিয়মিত খোজ কঢ়া, ঠিয় হোৱা কিংবা ষ্ট্ৰেচিং এই দ্বিতীয় হৃদয়ক সচল ৰাখে আৰু আমাৰ ৰক্তৰ চলাচল কাৰ্যকৰ কৰে৷ মনত ৰাখিব আপোনাৰ প্ৰতিটো খোজেই কেৱল আপোনাৰ ভৰিৰ যত্ন নহয়, আপোনাৰ হৃদয়ৰ পক্ষেও এক আশীৰ্বাদ৷ ভৰিৰ যত্ন লওক, হৃদয়ৰ সুৰক্ষা নিশ্চিত কৰক৷ সচল থাকক, সুস্থ থাকক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

May 5, 2026
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!
জীৱনশৈলী

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

May 5, 2026
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

May 5, 2026
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
Next Post
নিদাৰুণ…হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি

নিদাৰুণ...হঠাৎ বিদ্যুতৰ তাঁৰ ছিঙি পৰিল তীৰ্থযাত্ৰীৰ মাজত, দুজনৰ মৃত্যু, উত্তৰপ্ৰদেশৰ বিশেষ শিৱমন্দিৰত ভয়ংকৰ পৰিস্থিতি

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.