• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HYDRO ELECTRIC PROJECT

ৰাজ্যৰ বাবে আন এক ভয়াৱহ খবৰ৷ পুনৰ ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ

4 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

3 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

4 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

5 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

6 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

8 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ বাবে আন এক ভয়াৱহ খবৰ৷ পুনৰ ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ

editor by editor
November 13, 2021
in অসম, উত্তৰ-পূব
0
HYDRO ELECTRIC PROJECT

HYDRO ELECTRIC PROJECT of nhpc

0
SHARES
479
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৰাজ্যৰ বাবে আন এক ভয়াৱহ খবৰ৷ অৰুণাচলত পুনৰ ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ৷ ইতিমধ্যে ৰঙানদী প্ৰকল্পৰ কুফল ভুগি আছে লখিমপুৰৰ ৰাইজে৷ বাৰিষা কালৰূপ প্ৰকল্পৰ পানী এৰি দিয়াৰ পৰিণতিত লখিমপুৰৰ বিস্তৃত অঞ্চল প্ৰতি বছেৰ প্লাৱিত হয়৷ বিধ্বস্ত হয় খেতিপথাৰ৷ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় জিলাখনৰ ৰঙানদী আৰু ডিক্ৰংপৰীয়া ৰাইজৰ মাজত৷ আৰু খৰালি এখন মৃত নদীত পৰিণত হয় ৰঙানদী৷ ৰঙানদী প্ৰকল্পই ৰঙানদী আৰু ডিক্ৰং নদীৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰিছে৷ ৰঙানদী আৰু নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বিভিন্ন দল-সংগঠনে আন্দোলন কৰি আহিছে যদিও চৰকাৰ অথবা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কোনো পক্ষৰে গুৰুত্ব নাই৷ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাক গৌণ কৰি প্ৰকল্প নিৰ্মাণত উঠিপৰি লাগিছে নিৰ্মাণকাৰী সংস্থা৷ এনে প্ৰেক্ষাপটত পুনৰ অৰুণাচলত ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে কেন্দ্ৰই পূৰ্ব প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ দিবাং, কামেং, লোহিত আদি নৈত এই প্ৰকল্পসমূহ স্থাপনৰ প্ৰস্তুতি চলাইছে৷ এই প্ৰকল্পসমূহৰ অনুমোদন পূৰ্বেই হৈছিল, যদিও সম্প্ৰতি ইয়াৰ পূৰ্ব প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে আতংকিত হৈ পৰিছে লখিমপুৰীয়া ৰাইজ৷

এই প্ৰকল্পসমূহৰ কেইবাটাও এছিয়াৰ ভিতৰতে বৃহৎ বুলি জানিব পৰা গৈছে৷ ৪০৫ মেগাৱাটৰ ৰঙানদী প্ৰকল্প আৰু নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নামনি সোৱণশিৰি প্ৰকল্পই ইতিমধ্যে লখিমপুৰক বিধ্বস্ত কৰি ৰখাৰ সময়তে পুনৰ অৰুণাচলত ১০২টা জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ খবৰে অসমৰ বাবেই নহয়, উত্তৰ-পূবৰ প্ৰতিয়েই অশনি সংকেত কঢ়িয়াই আনিছে৷

লখিমপুৰৰ পৰা জীৱন গোস্বামী, অসম লাইভ ২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best tourist spot of indiaNHPCnhpc big damprotest against nhpctourist spottourist spot of north-east indiaworld's best tourist spot
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?
অসম

ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
Next Post
JAGUN TEA GARDEN CONFLICT

ভূমি বিবাদক কেন্দ্ৰ কৰি জুৱেল চাহ বাগিচাত ২ জনগোষ্ঠীৰ মাজত তীব্ৰ উত্তেজনা

notification of next eviction at dhing and dhekiajuli

চৰকাৰৰ সিদ্ধান্ত আৰু প্ৰশাসনৰ গুৰুদায়িত্ব। ক্ৰমাগতভাৱে অব্যাহত আছে চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰাৰ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.