• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
JAGUN TEA GARDEN CONFLICT

ভূমি বিবাদক কেন্দ্ৰ কৰি জুৱেল চাহ বাগিচাত ২ জনগোষ্ঠীৰ মাজত তীব্ৰ উত্তেজনা

5 years ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

5 minutes ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

54 minutes ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

3 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

4 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

5 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

18 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

18 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

19 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

20 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভূমি বিবাদক কেন্দ্ৰ কৰি জুৱেল চাহ বাগিচাত ২ জনগোষ্ঠীৰ মাজত তীব্ৰ উত্তেজনা

editor by editor
November 13, 2021
in অসম
0
JAGUN TEA GARDEN CONFLICT

JAGUN TEA GARDEN CONFLICT

0
SHARES
444
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তিনিচুকীয়া জিলাৰ পাহাৰপুৰৰ জুৱেল চাহ বাগিচাত ২ জনগোষ্ঠীৰ মাজত তীব্ৰ সংঘাত। এই সংঘাত চাহ শ্ৰমিক আৰু চেমা নগাৰ মাজত। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ সংঘাত। উল্লেখ্য যে চাহ বাগিচাখনৰ মাটিকালি প্ৰায় ১৩০০ বিঘা৷ এই বাগিচাখনত কমেও ২৫ বছৰ কাল ধৰি চাহ শ্ৰমিকৰূপে নিয়োজিত হৈ আহিছে প্ৰায় ৪৫০টা চাহ শ্ৰমিক পৰিয়াল৷ কিন্তু কিছুদিনৰে পৰা এই বাগিচাখনত নিশাৰ ভাগতে গঢ় লৈ উঠে জুপুৰি৷ আৰু এই জুপুৰি সাজিছে চেমা নগাসকলে।

চেমা নগাসকলৰ দাবী এই ভূমি তেওঁলোকৰ৷ এটা সময়সীমাৰ বাবেহে নিৰ্দিষ্ট ভূমিডৰা লীজত দিয়া হৈছিল৷ চেমা নগাসকলৰ এই দাবীত খৰ্গহস্ত বাগিচাখনৰ চাহ শ্ৰমিকসকল৷ এনে এক পৰিস্থিতিত প্ৰতিবাদমুখৰ হৈ উঠিছে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন আছা৷ প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰে আছাই৷ সমস্যাটোৰ সমাধান বিচাৰি ৭৫ ঘণ্টাৰ সময়সীমা বান্ধি দি আছাই পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীলৈ৷

আনহাতে উজনি অসম চেমা ছাত্ৰ সন্থাই ভূমিডৰাৰ ওপৰত আছাৰ দাবী নস্যাৎ কৰে৷ লীজৰ ম্যাদ উকলাত এয়া এতিয়া পাহাৰপুৰবাসী চেমা নগাসকলৰ বুলিহে দাবী কৰে চেমা ছাত্ৰ সন্থাই৷ সমস্যাটো শীঘ্ৰে সমাধানৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপ অনিবাৰ্য৷ অন্যথা দুই পক্ষৰ মাজত সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকাও নুই কৰিব নোৱাৰি৷

জাগুনৰ পৰা সীমান্ত চেতিয়া ৰিপ’ৰ্ট, অসম লাইভ ২৪

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24tea tribe conflicttribal conflict in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
Next Post
notification of next eviction at dhing and dhekiajuli

চৰকাৰৰ সিদ্ধান্ত আৰু প্ৰশাসনৰ গুৰুদায়িত্ব। ক্ৰমাগতভাৱে অব্যাহত আছে চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰাৰ অভিযান

jyotichitraban

জ্যোতি চিত্ৰবনত কাৰিকৰী বিপ্লৱ। জ্যোতি চিত্ৰবনত জেমছ বণ্ডৰ চিনেমা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.