• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
notification of next eviction at dhing and dhekiajuli

চৰকাৰৰ সিদ্ধান্ত আৰু প্ৰশাসনৰ গুৰুদায়িত্ব। ক্ৰমাগতভাৱে অব্যাহত আছে চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰাৰ অভিযান

5 years ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

6 minutes ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

55 minutes ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

3 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

4 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

5 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

18 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

18 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

19 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

20 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰৰ সিদ্ধান্ত আৰু প্ৰশাসনৰ গুৰুদায়িত্ব। ক্ৰমাগতভাৱে অব্যাহত আছে চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰাৰ অভিযান

editor by editor
November 14, 2021
in অসম, উত্তৰ-পূব
0
notification of next eviction at dhing and dhekiajuli

notification of next eviction at dhing and dhekiajuli

0
SHARES
409
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চৰকাৰৰ সিদ্ধান্ত আৰু প্ৰশাসনৰ গুৰুদায়িত্বৰে ক্ৰমাগতভাৱে অব্যাহত আছে চৰকাৰী ভূমি অবৈধ দখলমুক্ত কৰাৰ অভিযান। লামদিং বনাঞ্চল, গৰুখুঁটি, কাজিৰঙাৰ এনিমেল ক’ৰিডৰত বুলড’জাৰ চলাৰ পাছত চৰ খালী কৰাৰ জাননী ধিং আৰু ঢেকীয়াজুলিৰ কেইবাটাও চৰৰ ৰাইজলৈ। এইবাৰ ঢেকীয়াজুলিৰ মুছলেম চাপৰিবাসীয়ে লাভ কৰিছে চাপৰি খালী কৰাৰ জাননী। হাহাকাৰ লাগিছে চাপৰিবাসীৰ মাজত। মুছলেম চাপৰিত প্ৰায় এক লাখ লোকৰ বসতি। এইসকল সংখ্যালঘু লোকৰ হাতে হাতে আছে ভাৰতীয় নগৰিকৰ নথিপত্ৰ।  ইয়াৰে বহু ভোটাৰ বৰছলা, তেজপুৰ সমষ্টিৰ। কিন্তু এওঁলোক এতিয়া শংকিত। এই মানুহবোৰ চৰলৈ আহিছিল ধিং, লাহৰিঘাট, ৰূপহীহাট আদিৰ পৰা। খহনীয়াত সৰ্বস্বান্ত লোক এইসকল। কংগ্ৰেছৰ শাসনকালত মুছলেম চৰবাসীয়ে লাভ কৰিছিল স্বাস্থ্য, শিক্ষা আদিৰ সা-সুবিধা। কিন্তু শাসক সলনি হ’ল। সলনি হ’ল নীতি। এইবাৰ এওঁলোক পৰিণত হ’ল অবৈধ দখলকাৰীৰূপে। ঢেকীয়াজুলিৰ চৰ অঞ্চলত শীঘ্ৰেই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী অশোক সিংহল, বিধায়ক গণেশ লিম্বুৱে কিছুদিন পূর্বে ঢেকিয়াজুলি পৰিদৰ্শন বাংলাত শোণিতপুৰ প্ৰশাসনৰ সৈতে এক বৈঠকত মিলিত হৈ বেদখলকাৰীৰ উচ্ছেদৰ বিষয়ে আলোচনা কৰে। এই বৈঠকৰ পাছতে আৰু অধিক স্পষ্ট হৈ পৰিল উচ্ছেদৰ বিষয়টো। ইতিমধ্যে বেদখলকাৰীলৈ জাননীও প্ৰেৰণ কৰিছে। কিন্তু এতিয়া বিবুদ্ধিত পৰিছে চৰবাসী। সংস্থাপনৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ। কি হ’ব এওঁলোকৰ ভৱিষ্যৎ? ক’লৈ যাব, কি কৰিব মানুহবোৰে? গুৰুত্ব পাবনে এওঁলোকৰ প্ৰতিবাদে।

ঢেকীয়াজুলিৰ পৰা জেহেৰুল ইছলাম, অসম লাইভ 24

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam eviction newsassam live 24axom live 24current affairscurrent affairs of assamcurrent affairs of india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?
অসম

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
Next Post
jyotichitraban

জ্যোতি চিত্ৰবনত কাৰিকৰী বিপ্লৱ। জ্যোতি চিত্ৰবনত জেমছ বণ্ডৰ চিনেমা!

new-prohibition-rule-for-guwahati-spa-saloon-by-gmc

মহিলাই পুৰুষক দিব নোৱাৰিব মাছাজ। একেদৰে পুৰুষেও মহিলাক দিব নোৱাৰিব মাছাজ।

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.