অসম লাইভ ২৪ঃ জ্যোতি চিত্ৰবনত কাৰিকৰী বিপ্লৱ। এতিয়া কালাৰ মিক্সিঙো হ’ব গুৱাহাটীতে। উপলব্ধ হ’ব কম টকাত অত্যাধুনিক এলেক্সা কেমেৰা। জ্যোতি চিত্ৰবনত জেমছ বণ্ডৰ চিনেমা! মাত্ৰ ১৮ হাজাৰ টকাত উপলব্ধ হ’ব অত্যাধুনিক এলেক্সা কেমেৰা। চলচ্চিত্ৰ শিল্পীৰ অভাৱ দূৰ কৰিলে চৰকাৰে। bjpৰ উদ্যোগত অসমত প্ৰণয়ন হ’ল চলচ্চিত্ৰ নীতি। জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ৫০ বছৰে চলচ্চিত্ৰৰ সেৱাত জ্যোতি চিত্ৰবন। উল্লেখ্য যে এইটোৱে দেশৰ প্ৰথম আৰু একমাত্ৰ চৰকাৰী ষ্টুডিঅ’। সপোন পূৰণ হ’ল ভূপেন হাজৰিকা আৰু বিষ্ণুৰাভাৰ। জ্যোতি চিত্ৰবনত প্ৰথমে কাম কৰিছিল ৰুদ্ৰ বৰুৱাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ