• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

11 months ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

10 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

11 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

12 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

12 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

13 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

13 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

14 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

15 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

15 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

16 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

17 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ

editor by editor
April 21, 2025
in জীৱনশৈলী
0
সংবিধানৰ ১৫টা গুৰুত্বপূৰ্ণ ধাৰা, যি প্ৰত্যেক ভাৰতীয়ই জনাটো দৰকাৰ
0
SHARES
455
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাগৰিক অধিকাৰ, আদালতৰ শক্তি আৰু ধাৰাবাহিক বিতৰ্কৰ কেন্দ্ৰ সংবিধানৰ ১৪২ ধাৰা৷ ভাৰতৰ সংবিধান কেৱল এখন আইনগত নথি নহয়, এয়া দেশৰ গণতন্ত্ৰৰ প্ৰাণ৷ এই সংবিধানে নাগৰিক আৰু ৰাষ্ট্ৰৰ পথনিৰ্দেশ কৰে৷ তাতেই সমতা, ন্যায় আৰু স্বাধীনতা হৈছে মূল ভিত্তি৷ সম্প্ৰতি ভাৰতৰ উপৰাষ্ট্ৰপতিৰ মন্তব্যত আকৌ আলোচনাৰ কেন্দ্ৰ হৈছে Article 142৷ Article 142ক পাৰমাণৱিক মিছাইল বুলি সমালোচনা কৰিছে তেওঁ৷ বিষয়টোক লৈ দেশজুৰি আইনী আৰু নাগৰিক চেতনা নতুনকৈ আলোচনাৰ কেন্দ্ৰ হৈ উঠিছে৷

নাগৰিকৰ বাবে সংবিধানত যিসমূহ গুৰুত্বপূৰ্ণ ধাৰা নিৰ্ধাৰণ কৰা হৈছে সেইসমূহৰ মাজত কেইটামান বিশেষভাৱে উল্লেখযোগ্য৷

১. ARTICLE 14 –আইনৰ দৃষ্টিত সমতা

ভাৰতত কোনোৱে আইনত ঊৰ্ধত নহয়৷ কৃষক বা কৰ্পোৰেট কৰ্তা সকলোৱে আইনৰ চকুত সমান৷

২ .ARTICLE 15- বৈষম্যৰ বিৰুদ্ধে সুৰক্ষা

জাতি, ধৰ্ম, লিংগ, জন্মস্থান ইত্যাদিৰ ভিত্তিত বৈষম্য কৰা নিষিদ্ধ৷

৩. ARTICLE 16 –চৰকাৰী চাকৰিত সমান সুযোগ
চৰকাৰী চাকৰি কেৱল কিছু শ্ৰেণীৰ বাবে নহয়৷ সকলোৱে বাবে যোগ্যতাৰ ভিত্তিত উন্মুক্ত৷
৪. ARTICLE 17 –অস্পৃশ্যতা নিৰ্মূল
এয়া ভাৰতৰ সামাজিক ইতিহাসত এক ঐতিহাসিক পদক্ষেপ, যি অস্পৃশ্যতাক বেআইনী ঘোষণা কৰে৷
৫. ARTICLE 19- মৌলিক স্বাধীনতাৰ পাঁচটা অধিকাৰ
বক্তৃতা, সমাবেশ, সংঘ, চলাচল আৰু পেছাৰ স্বাধীনতা, আইনৰ সীমাৰ মাজত এই অধিকাৰসমূহ সুৰক্ষিত৷
৬. ARTICLE 21 – জীৱন আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰ
এই ধাৰা কেৱল জীৱিত থকাৰ অধিকাৰ নহয়, মৰ্যাদাসম্পন্ন জীৱনৰ অধিকাৰো নিশ্চিত কৰে৷
৭. ARTICLE 21A – শিক্ষাৰ অধিকাৰ
৬ৰ পৰা ১৪ বছৰ বয়সীয়া প্ৰতিটো শিশুৰ বাবে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষাৰ অধিকাৰ৷
৮. ARTICLE 25- ধৰ্মীয় স্বাধীনতা
আপুনি যি ধৰ্মত বিশ্বাস কৰক সেয়া আপোনাৰ স্বাধীনতা৷

৯. ARTICLE 32 – সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ

ডঃ অম্বেদকাৰে ARTICLE 32 –ক সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল৷

১০. ARTICLE 44 – ইউনিফৰ্ম ছিভিল কোড

এতিয়াও বিকাশমান এক ধাৰণা৷ যিয়ে ধৰ্ম নিৰ্বিশেষে ব্যক্তিগত আইন সংৰক্ষণ কৰাৰ চেষ্টা কৰে৷

১১. ARTICLE 51A- মৌলিক কৰ্তব্য

এই ধাৰাই আমাক মনত পেলাই দিয়ে আমি কি দায়িত্ব পালন কৰিম৷

১২. ARTICLE 243-পঞ্চায়তীৰাজ শক্তিশালীকৰণ

গণতন্ত্ৰ আৰম্ভ হয় তৃণমূলৰ পৰা৷ এই ধাৰাই গাওঁৰ মানুহক সিদ্ধান্তগ্ৰহণ কৰাৰ সুযোগ দিয়ে৷

১৩. ARTICLE 280-অৰ্থ কমিছন

প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অৰ্থবণ্টনৰ ন্যায়সংগত নিয়ম স্থিৰ কৰে৷

১৪. ARTICLE 324- নিৰ্বাচন কমিছনৰ ক্ষমতা

নিৰ্বাচন পৰিচালনাৰ স্বাধীনতা আৰু স্বচ্ছতা ৰক্ষাৰ বাবে এই ধাৰা অপৰিহাৰ্য৷

১৫. ARTICLE 368 – সংবিধানৰ সংশোধনৰ উপায়

গণতন্ত্ৰ পৰিবৰ্তনশীল- এই ধাৰাই সংশোধনৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে৷

১৬. ARTICLE 142 –ছুপ্ৰিম কৰ্টৰ সম্পূৰ্ণ ন্যায়বিচাৰ প্ৰদানৰ ক্ষমতা৷

এই ধাৰাই ছুপ্ৰিম  কৰ্টক যি কোনো বিচাৰাধীন বিষয়ত সম্পূৰ্ণ ন্যায়বিচাৰ কৰাৰ বাবে প্ৰয়োজনীয় আদেশ বা নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ দিয়ে৷ এয়া এনে এক হাঁথিয়াৰ যি কামত আহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

March 20, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

March 20, 2026
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…
জীৱনশৈলী

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

March 20, 2026
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
Next Post
মে মাহতেই বাম্পাৰ লাভ! ৫ৰাশিৰ বৃহস্পতি তুংগত, আহিছে গোল্ডেন টাইম, ধন সম্পদৰ বৃষ্টি হ’ব কাৰ কাৰ?

মে মাহতেই বাম্পাৰ লাভ! ৫ৰাশিৰ বৃহস্পতি তুংগত, আহিছে গোল্ডেন টাইম, ধন সম্পদৰ বৃষ্টি হ’ব কাৰ কাৰ?

মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?

মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.