• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

3 years ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

17 minutes ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

42 minutes ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

1 hour ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

2 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

3 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

3 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

4 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

5 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

5 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

6 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

7 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

editor by editor
October 7, 2023
in জীৱনশৈলী, বিবিধ
0
কালীপূজাৰ আগে আগেই ভাঙিব কেতু-মঙলৰ অশুভ যুঁটি! দীপাৱলীত টকাই টকা আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ
0
SHARES
37k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১১ নৱেম্বৰত পালিত হ’ব কালীপূজা। ১২ নৱেম্বৰত দীপাৱলী। ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত তুলা ৰাশি এৰি বক্ৰী দশাত থাকিত কেতু। বৰ্তমান কেতু আৰু মঙলে একেলগে তুলা ৰাশিত অৱস্থান কৰিছে। কেতু আৰু মঙলৰ এই মিলন অত্যন্ত অশুভ বুলিও জনাইছে জ্যোতিষীয়ে। এই দুই গ্ৰহই একেলগে থাকিলে হিংসা, যুদ্ধ আদি হ’ব পাৰে। কালীপূজাৰ আগত মঙল আৰু কেতু বিচ্ছিন্ন হৈ যোৱাৰ ফলত দীপাৱলীত লাভৰ মুখ দেখিব ৫ৰাশিৰ জাতকে। এই বছৰ কালীপূজাৰ ভাগ্যোদয় হ’ব কোন কোন ৰাশিৰ?

মেষ ৰাশি
মঙল আৰু কেতুৰ যুঁটি ভাঙি যোৱাৰ ফলত কেৰিয়াৰত উন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ। আৰ্থিকতো উন্নতি হ’ব। বিনিয়োগ সংক্ৰান্তীয় যিসমূহ পৰিকল্পনা আপুনি কৰিছে সকলোবোৰেই আপোনাৰ বাবে লাভজনক হ’ব। সাফল্যৰ নতুন স্তৰত যাব পাৰিব। আপোনাৰ কথা কোৱাৰ ধৰণ সকলোৰে পছন্দ হ’ব। পৰিয়ালৰ সৈতে কোনো পছন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ যোগ আছে।

বৃষ ৰাশি
কেতু আৰু মঙলৰ যুঁটি শেষ হোৱাৰ শুভ প্ৰভাৱ লাভ কৰিব বৃষ ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ মাজত প্ৰচুৰ পজিটিভ এনাৰ্জী বাঢ়িব। বহু দিন ধৰি কোনো কাম কৰাৰ চেষ্টা কৰি আছে যদি সুফল পাব। এই সময়ত খৰচ বাঢ়িব যদিও আয়ৰ সৈতে বেলেন্স ৰক্ষা হৈ থাকিব। পঢ়াশুনাৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল পাব।

মিথুন ৰাশি
কালীপূজাৰ আৰম্ভণিৰ সময়তে কেৰিয়াৰত উন্নতি হ’ব মিথুন ৰাশিৰ জাতকৰ। বহুদিন ধৰি যিসকলে আৰ্থিক সংকটৰ ভূগি আছে তেওঁলোকৰ আৰ্থিক লাভৰ যোগ আছে। আগতে কৰা বিনিয়োগৰ পৰা লাভৱান হ’ব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে।

তুলা ৰাশি
মঙল কেতুৰ মিলনত কেৰিয়াৰত উন্নতি হ’ব তুলা ৰাশিৰ জাতকৰ। বহুদিন ধৰি চাকৰি পৰিবৰ্তনৰ বাবে চেষ্টা কৰি থকাসকলে কোনো সংস্থাৰ পৰা ভাল খবৰ লাভ কৰিব। ব্যৱসায়ৰ নতুন পথ খুলিব। কঠোৰ পৰিশ্ৰম কৰিলে সম্পূৰ্ণ লাভৰ মুখ দেখিব তুলা ৰাশিৰ জাতকে।

বৃশ্চিক ৰাশি
কেতুৰ গোচৰৰ ফলত মঙল আৰু কেতুৰ যুঁটি ভাঙি যাব। তাৰপাছতেই উন্নতি কৰাৰ সুযোগ আহিব বৃশ্চিক ৰাশিৰ জাতকলৈ। কেৰিয়াৰত এই সময়ত সুযোগ আহিব। খৰচ বাঢ়িব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশে বিৰাজ কৰিব। ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰাৰ যোগ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?
অপৰাধ

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

July 29, 2026
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম
প্ৰযুক্তি

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

July 29, 2026
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
Next Post
‘হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

'হিজাবহীন’ ভাৱে ওলাই যোৱাটোৱেই কাল হ’ল! ক’মাত কিশোৰী, ইৰাণৰ আৰক্ষীলৈ কিয় উঠিছে আঙুলি?

ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?

ICC World Cupত মেচত নমাৰ পূৰ্বে ৰোহিতৰ ওপৰত সকলো এৰি দিলে দ্ৰাবিড়ে! কিয় কোচ ৰাহুলে অধিনায়কক লৈ কৰিলে এই মন্তব্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.