• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইংলেণ্ডৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড

ইংলেণ্ডৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড

1 year ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

53 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

1 hour ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

3 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

5 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

7 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

7 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইংলেণ্ডৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড

editor by editor
February 6, 2025
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ইংলেণ্ডৰ বিৰুদ্ধে সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সহজ জয় ভাৰতৰ, বলিঙত ৰবিন্দ্ৰ জাদেজাই গঢ়িলে ৰেকৰ্ড

ভাৰত- ইংলেণ্ডৰ মাজৰ এদিনীয়া মেচৰ শৃংখলাৰ আজি প্ৰথমখন খেল অনুষ্ঠিত হয়। আজিৰ খেল খনত সহজ বিজয় সাব্যস্ত কৰে ভাৰতীয় দলটোৱে। ব্যৱধানত জয়ী হয় ভৰাতীয় দল।

টচত জিকি আজি ইংলেণ্ডে প্ৰথমে বেট ধৰে। কিন্তু ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত বলাৰে ৫০ অভাৰেই কৰিবলৈ নিদিয়ে ইংৰাজ দলক। ৪৭.৪ অভাৰতে অলআউট কৰায় ইংলেণ্ডক।

দলটোৱে ৪৭ .৪ অভাৰত ২৪৮ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলটোৱে সেই লক্ষ্য লৈ খেলপথাৰত নামি ৩৮.৪ অভাৰতে ২৫১ ৰান কৰি লক্ষ্য পাৰ কৰি জয়ী হয়।

ভাৰতৰ হৈ সৰ্বাধিক ৰান কৰে শুভমন গিলে। শুভমনে ৮৭ ৰান কৰাৰ লগতে শ্ৰেয়াছ আৰু অক্ষৰে ক্ৰমে ৫৯ আৰু ৫২ ৰান কৰে। ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান কৰে জছ বাটলাৰে। বাটলাৰে ৫২ ৰান কৰে।

পাছে আজিৰ এই খেলখনত ৰেকৰ্ড গঢ়ে ভাৰতীয় অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাদেজাই। খেলখনত জাদেজাই হৰ্ষিত ৰানাৰ সৈতে ৩ টাকৈ উইকেট দখল কৰে। কিন্তু এই ৩ টা উইকেটেৰেই ৰেকৰ্ড হয় জাদেজাৰ নামত।

ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া মেচত এতিয়া সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে ৰবীন্দ্ৰ জাদেজা। ইংলেণ্ডৰ বিৰুদ্ধে ২৭খন খেলৰ ২৬খন ইনিংছত ৪.৬৯ ৰানত ৪২টা উইকেট দখল কৰিছে ৰবীন্দ্ৰ জাদেজাই। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ইংলেণ্ডৰ জেমছ এণ্ডাৰছনৰ নামত, যিয়ে ৩১খন মেচত ৪০টা উইকেট দখল কৰিছিল।

আনহাতে তৃতীয় স্থানত আছে ইংলেণ্ডৰেই এণ্ড্ৰু ফ্লিনটফ, যিয়ে ৩০খন মেচত ৩৭টা উইকেট দখল কৰিছে। এই তালিকাত চতুৰ্থ স্থানত আছে হৰভজন সিং। ২৩খন মেচত হৰভজনে ৩৬টা উইকেট দখল কৰিছিল। আনহাতে জগৱাল শ্ৰীনাথ আৰু ৰবিচন্দ্ৰন অশ্বিন যৌথভাৱে এই তালিকাত পঞ্চম স্থানত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketIndia Vs Englandindian teamRavindra Jadeja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?
ভাৰত

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

March 19, 2026
Next Post
মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

মালব্য ৰাজযোগত শুক্ৰবাৰে বিপুল অৰ্থলাভ ৫ৰাশিৰ, তালিকাত কোন কোন আছে?

নভৱাকৈয়ে বয়স বাঢ়ে…!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

নভৱাকৈয়ে বয়স বাঢ়ে...!ওপজা দিনটোত দীপলিনাই প্রথমবাৰ জনালে নিজৰ কিছু গোপন কথা, বিচাৰিলে আশীৰ্বাদ আৰু সহযোগীতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.