• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ! ছৌদিৰ সৈতে বিশেষ চুক্তি ভাৰতৰ, এতিয়াৰে পৰা হজযাত্ৰীয়ে লাভ কৰিব এইকেইটা সুবিধা

হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ! ছৌদিৰ সৈতে বিশেষ চুক্তি ভাৰতৰ, এতিয়াৰে পৰা হজযাত্ৰীয়ে লাভ কৰিব এইকেইটা সুবিধা

2 years ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

8 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

32 minutes ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

48 minutes ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

2 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

3 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

3 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

4 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

4 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

5 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

5 hours ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ! ছৌদিৰ সৈতে বিশেষ চুক্তি ভাৰতৰ, এতিয়াৰে পৰা হজযাত্ৰীয়ে লাভ কৰিব এইকেইটা সুবিধা

editor by editor
January 8, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ! ছৌদিৰ সৈতে বিশেষ চুক্তি ভাৰতৰ, এতিয়াৰে পৰা হজযাত্ৰীয়ে লাভ কৰিব এইকেইটা সুবিধা
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হজ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে আহিছে সুখবৰ। ভাৰতৰ পৰা আৰু বেছি সংখ্যক মুছলমান লোকে যাতে হজলৈ যাব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ হৈছে মোদী চৰকাৰে। ছৌদি আৰৱৰ সৈতে এই বিষয়টোক লৈ বিশেষ চুক্তিও স্বাক্ষৰিত হৈছে। চুক্তি অনুসৰি ডেৰ লাখতকৈয়ো অধিক মুছলমান ধৰ্মাৱলম্বী লোকে এতিয়া প্ৰতি বছৰে হজলৈ যাব পাৰিব। বৰ্তমান ছৌদি আৰৱ ভ্ৰমণত আছে সংখ্যালঘু মন্ত্ৰী স্মৃতি ইৰাণি। হজক লৈ জেড্ডাত ছৌদিৰ হজ সংক্ৰান্তিয় মন্ত্ৰী তৌফিক বিন ফাওজানৰ সৈতে এখন বৈঠকতো মিলিত হৈছে কেবিনেট মন্ত্ৰী স্মৃতি ইৰানী। এই বৈঠকৰ সমাপ্তিৰ লগে লগেই এক্স হেণ্ডেলত স্মৃতি ইৰানীয়ে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট।

https://x.com/smritiirani/status/1743966573725950264?s=20

পোষ্টত তেওঁ উল্লেখ কৰামতে ছৌদি আৰৱৰ সৈতে বিশেষ চুক্তি স্বাক্ষৰিত হৈছে। চুক্তি অনুসৰি চলিত বছৰৰ পৰা ১.৭৫ লাখতকৈ বেছি মুছলমান ধৰ্মাৱলম্বী লোকে হজলৈ যাব পাৰিব। প’ষ্টত লগতে উল্লেখ কৰিছে যে, ২০২৩ চন পৰ্যন্ত প্ৰতি বছৰে প্ৰায় ১ লাখ ৪০ হাজাৰ মুছলমান ধৰ্মাৱলম্বী লোকে ভাৰতৰ পৰা ছৌদিলৈ হজৰ বাবে যাব পৰা ব্যৱস্থা আছিল। এইবাৰ সেই কুটা বঢ়াই দিয়া হৈছে। চলিত বৰ্ষৰ পৰা বাৰ্ষিক ১ লাখ ৭৫ হাজাৰ লোকে হজৰ বাবে ছৌদিলৈ যাব পাৰিব। ইয়াৰ পৰা মুছলমান ধৰ্মাৱলম্বী লোকসকল উপকৃত হ’ব। ২০২৪ চনত যিসকলে হজত যাবৰ বাবে আগ্ৰহী তেওঁলোকে গ্ৰুপ অপাৰেটৰৰ মাধ্যমেৰে হজৰ বাবে যাব পাৰিব। ইয়াৰোপৰি প’ষ্টত উল্লেখ কৰামতে, যাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবেও দুইখন দেশৰ মাজত আলোচনা হৈছে। হজযাত্ৰীসকলৰ তথ্য প্ৰদানৰ ক্ষেত্ৰত ভাৰতে লোৱা ডিজিটেল ব্যৱস্থাৰ প্ৰশংসাও কৰিছে ছৌদিৰ প্ৰতিনিধিসকলে।

ইয়াৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, এতিয়াৰে পৰা হজত যাতে অধিক সংখ্যক মহিলা যাব পাৰে তাৰবাবে কেন্দ্ৰই বিশেষ পন্থা গ্ৰহণ কৰিব। স্মৃতি ইৰানীয়ে জনোৱা অনুসৰি কেৱল যাত্ৰীৰ কোটাই বৃদ্ধি কৰা হৈছে তেনে নহয়, নিৰাপত্তা সংক্ৰান্তীয় চুক্তিও কৰা হৈছে। ইয়াৰ মাজতেই আছে চিকিৎসাৰ সুবিধা। এই চুক্তিয়ে ছৌদি আৰু ভাৰতৰ সম্পৰ্কও দৃঢ় কৰিছে বুলি দাবী কৰিছে মন্ত্ৰী স্মৃতি ইৰানীয়ে।

উল্লেখ্য যে, স্মৃতি ইৰানীয়ে এই প’ষ্ট শ্বেয়াৰ কৰাৰ পাছতেই বহুতেই এতিয়া সামাজিক মাধ্যমত লিখিছে যে লোকসভা নিৰ্বাচনেই এই চুক্তিৰ প্রধান লক্ষ্য। হিন্দু ভোটক লৈ চিন্তা নাথাকিলেও মুছলমান ভোটক লৈ কিন্তু চিন্তা আছে কেন্দ্ৰৰ। মুছলমান ভোটাৰৰ মন জয় কৰিবলৈকে এই সিদ্ধান্ত লৈছে কেন্দ্ৰই বুলি বহুতে দাবী উত্থাপন কৰিছে। সংখ্যালঘু ভোটাৰৰ মন জয় কৰিবলৈকে হজযাত্ৰীসকলৰ কোটা বৃদ্ধি কৰিছে কেন্দ্ৰই বুলি প্ৰায়সংখ্যক নেটিজেনে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট
জীৱনশৈলী

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

March 26, 2026
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?
জীৱনশৈলী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

March 26, 2026
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?
বাণিজ্য

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

March 26, 2026
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 26, 2026
Next Post
বৃহস্পতি অস্ত গৈ দুৰ্ভোগ বাঢ়িব ৩ ৰাশিৰ, সমস্যাই আগুৰি ধৰিব এইকেইটা ৰাশিৰ লোকক

বৃহস্পতি অস্ত গৈ দুৰ্ভোগ বাঢ়িব ৩ ৰাশিৰ, সমস্যাই আগুৰি ধৰিব এইকেইটা ৰাশিৰ লোকক

বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু… সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু... সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.