• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহস্পতি অস্ত গৈ দুৰ্ভোগ বাঢ়িব ৩ ৰাশিৰ, সমস্যাই আগুৰি ধৰিব এইকেইটা ৰাশিৰ লোকক

বৃহস্পতি অস্ত গৈ দুৰ্ভোগ বাঢ়িব ৩ ৰাশিৰ, সমস্যাই আগুৰি ধৰিব এইকেইটা ৰাশিৰ লোকক

3 years ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

40 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

1 hour ago
ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

ভাৰতত কেতিয়া আৰু কেনেকৈ আহিছিল ইছলাম?

3 hours ago
কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

কেটন আগৰৱালা হ*ত্যাকাণ্ডৰ পুনৰাবৃত্তি! 

3 hours ago
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

4 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

বিশ্বৰ আটাইতকৈ ধনী ফুটবলাৰ কোন?

5 hours ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

6 hours ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

6 hours ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

7 hours ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

8 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

9 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহস্পতি অস্ত গৈ দুৰ্ভোগ বাঢ়িব ৩ ৰাশিৰ, সমস্যাই আগুৰি ধৰিব এইকেইটা ৰাশিৰ লোকক

editor by editor
January 8, 2024
in জীৱনশৈলী
0
বৃহস্পতি অস্ত গৈ দুৰ্ভোগ বাঢ়িব ৩ ৰাশিৰ, সমস্যাই আগুৰি ধৰিব এইকেইটা ৰাশিৰ লোকক
0
SHARES
60.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেৱগুৰু বৃহস্পতিয়ে এটা ৰাশিত ১ বছৰ ধৰি বিচৰণ কৰে। পুনৰ সেই ৰাশিত প্ৰৱেশ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে। বৰ্তমান বৃহস্পতিয়ে স্বৰাশি মেষত মাৰ্গী গতিত বিচৰণ কৰি আছে। ১ মেত মেষৰ পৰা ওলাই বৃষ ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই। জ্যোতিষ শাস্ত্ৰত বৃহস্পতিক শুভ গ্ৰহ বুলি কোৱা হয়। সেয়ে বৃহস্পতিৰ অস্ত দশাক শুভ বুলি ধৰা নহয়। সেই অশুভ সময়েই আহি আছে সন্মুখত। ১ মেত বৃষ ৰাশিত প্ৰৱেশ কৰিয়েই ৩ মে’ত অস্ত যাব বৃহস্পতি। শাস্ত্ৰমতে বৃহস্পতি সন্তান, ভাগ্য, বিবাহ, ধনৰ কাৰক গ্ৰহ। বৃহস্পতি অস্ত গ’লে ব্যক্তিৰ জীৱনত এই সমস্ত ক্ষেত্ৰসমূহ প্ৰভাৱিত হ’ব। ৩ মেত বৃহস্পতি অস্ত যোৱাৰ পাছতেই ৩ জুনত পুনৰ উদিত হ’ব। এই এমাহ সময়ত তিনি ৰাশিৰ জাতক যথেষ্ট সচেতন হৈ থাকক।

মেষ ৰাশি
এই ৰাশিৰ দ্বিতীয় কক্ষত অস্ত যাব বৃহস্পতি। আকৌ এই ৰাশিৰ নৱম আৰু দশম স্থানৰ অধিপতি হৈছে বৃহস্পতি। এই পৰিস্থিতিত বৃহস্পতি অস্ত গ’লে মিশ্ৰ ফলাফল লাভ কৰিব মেষ ৰাশিৰ জাতকে। ৩ মেৰ পৰা মেষ ৰাশিৰ জাতকে সৰু কামৰ বাবেও প্ৰচুৰ পৰিশ্ৰম কৰিব লাগিব। ভাৱিচিন্তি কথা কওক, অন্যথা লোকচানৰ সন্মুখীন হ’ব। চাকৰি আৰু ব্যৱসায়তো বেয়া ফল আহিব পাৰে। ৩ জুনৰ পাছত এই ৰাশিৰ জাতকৰ সময় অনুকূল। গুৰু অস্ত যোৱাৰ সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল’ব লাগিব মেষ ৰাশিৰ জাতকে। এই সময়ত আপুনি অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰিব বৃহস্পতিয়ে। ইয়াৰ ফলত আপোনাৰ অৰ্থ সঞ্চয় হ’ব।

বৃষ ৰাশি
এই ৰাশিৰ অষ্টম আৰু একাদশ কক্ষৰ অধিপতি বৃহস্পতি লগ্ন স্থানত অস্ত যাব। এই সময়ত বৃষ ৰাশিৰ জাতকে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। কাৰণ সামান্য গাফিলতি হ’লে এই ৰাশিৰ জাতকৰ জীৱনলৈ অসুবিধা আহিব পাৰে। ভাগ্যৰ সংগ লাভ নকৰিব এই ৰাশিৰ জাতকে। ইয়াৰোপৰি পিতৃৰ সমৰ্থন লাভ নকৰি হতাশ হ’ব। দূৰ যাত্ৰা কৰিব পাৰে। প্ৰথমে প্ৰত্যাশা অনুসৰি ফল নাপাব। একাধিক চেলেঞ্জৰ মুখামুখি হ’ব পাৰে।

কৰ্কট ৰাশি
জ্যোতিষ অনুসৰি এই ৰাশিৰ ষষ্ঠ আৰু নৱম স্থানৰ অধিপতি বৃহস্পতিয়ে আপোনাৰ একাদশ স্থানত অস্ত যাব। বৃহস্পতি অস্ত যোৱাৰ ফলত এই ৰাশিৰ জাতক সতৰ্ক হৈ থাকক। সৰু সুৰা সকলো কামতেই বাধা আহিব। আয় কমিব পাৰে। এই সময়ত চাকৰিয়াল কৰ্কট ৰাশিৰ জাতকে কাৰ্যালয়ত সতৰ্ক হৈ থাকক। ইয়াৰোপৰি মেৰ পৰা জুন মাহলৈ পাৰিবাৰিক জীৱনত প্ৰেমৰ সম্পৰ্কত সমস্যাই দেখা দিব। সন্তানৰ কাৰণে চিন্তিত হৈ থাকিব। মানসিক অৱসাদৰ মুখামুখি হ’ব পাৰে। এই সময়ত ধৈৰ্য্যৰে আৰু সংযমী হৈ সমস্ত কাম কৰিলে সফলতা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!
জীৱনশৈলী

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

July 11, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

July 11, 2026
‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?
বিনোদন

‘দীপিকাই মোক আগবঢ়াইছিল প্ৰেমৰ প্ৰস্তাৱ’ কাৰ এই দাবী?

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
Next Post
বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু… সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু... সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.