• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

3 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

3 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

4 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

5 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

6 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

7 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

8 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

9 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

10 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

editor by editor
January 8, 2024
in Uncategorized
0
ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম
0
SHARES
778
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্প্ৰতি এটা ডাঙৰ ঘোষণা কৰা হৈছে। বায়োমেট্ৰিক অবিহনেই আধাৰ কাৰ্ড লাভ কৰিবনে? বায়োমেট্ৰিক অবিহনে কেনেকৈ আধাৰৰ বাবে এপ্লাই কৰিব এই বিষয়টোক লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কৰিছে বৃহৎ মন্তব্য। বায়োমেট্ৰিক অবিহনেই এতিয়াৰে পৰা তৈয়াৰ কৰিব পাৰিব আধাৰ কাৰ্ড। তাৰবাবে মানিব লাগিব কেইটামান বিশেষ নিয়ম। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দেশৰ ২৯ লাখ মানুহক বায়োমেট্ৰিক অবিহনেই আধাৰকাৰ্ড দিয়া হৈছে। অৰ্থাৎ ইয়াৰ পৰা এই কথা স্পষ্ট যে বায়োমেট্ৰিক অবিহনেই আধাৰ কাৰ্ড তৈয়াৰ কৰিব পাৰিব।

বায়োমেট্ৰিক অবিহনে কেনেকৈ আধাৰ কাৰ্ডৰ আবেদন কৰিব?

বায়োমেট্ৰিক অবিহনে আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব যিকোনো লোকেই। অৱশ্যে এইক্ষেত্ৰত কেইটামান বিশেষ নিয়ম মানি চলিব লাগিব। কোনো আবেদনকাৰীৰ যদি হাত নাথাকে বা তেওঁলোকৰ ফিংগাৰপ্ৰিণ্ট দিয়াৰ সুবিধা নাথাকে তেওঁলোকে বৈধ মেডিকেল চাৰ্টিফিকেট দাখিল কৰিব লাগিব। তেনেকৈ কোনো লোকৰ যদি চকুৰ সমস্যা থাকে তেওঁলোকেও আধাৰ কাৰ্ডৰ বাবে মেডিকেল চাৰ্টিফিকেট দাখিল কৰিব লাগে। তেতিয়া বায়োমেট্ৰিক অবিহনেই আপুনি আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰিব।

আধাৰ চেণ্টাৰলৈ বিশেষ নিৰ্দেশনা চৰকাৰৰ

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰ শেখৰে জনোৱা অনুসৰি বিশেষভাৱে সক্ষম নাগৰিকৰ বাবে চৰকাৰৰ তৰফৰ পৰা আধাৰ ছাৰ্ভিছ চেণ্টাৰক কেইবাটাও নিৰ্দেশনা দিয়া হৈছে। চৰকাৰৰ পক্ষৰ পৰা জনোৱা অনুসৰি কাৰোবাৰ যদি ফিংগাৰপ্ৰিণ্ট অস্পষ্ট হৈ থাকে তেন্তে কেৱল আইৰিছ স্কেন কৰি আধাৰ কাৰ্ডৰ আবেদন কৰিব পাৰে। ঠিক তেনেকৈয়ে যদি কাৰোবাৰ চকুৰ সমস্যা থাকে তেন্তে কেৱল ফিংগাৰপ্ৰিণ্টৰ মাধ্যমেৰেই আধাৰ কাৰ্ড লাভ কৰিব। ইয়াৰ বাবে সঠিক ডকুমেণ্ট জমা দিব লাগিব। তাৰপিছতহে নাগৰিকৰ আধাৰ কাৰ্ড ইছ্যু হ’ব।

বায়োমেট্ৰিক অবিহনে কেনেকৈ আধাৰ কাৰ্ডৰ আবেদন কৰিব?

আধাৰ কাৰ্ডৰ আবেদন কৰাৰ বাবে যিসমূহ নিয়ম আছে তেওঁলোকৰ বাবে কিছু পৃথক পদ্ধতি আছে। বিশেষভাৱে সক্ষম নাগৰিকৰ বাবেহে এই সুবিধা আছে। কোনোৱে যদি ফিংগাৰপ্ৰিণ্ট আৰু আইৰিছ স্কেন দুটাই দিব নোৱাৰে তেন্তে তেনে লোকে লিংগ, ঠিকনা আৰু জন্ম তাৰিখ দি আবেদন কৰিব পাৰে। এইক্ষেত্ৰত কিন্তু সঠিক মেডিকেল ছাৰ্টিফিকেট দিব লাগিব। বিশেষভাৱে সক্ষম ব্যক্তিৰ ছবিও আধাৰ কাৰ্ডৰ আবেদনৰ সৈতে জমা দিব লাগিব। অনলাইন আৰু অফলাইন দুইধৰণেই আপুনি ডকুমেণ্ট ছাবমিট কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

গম পালেনে...মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

অযোধ্যাত আদৱানীঃ বাবৰি মছজিদৰ ঠাইত ৰামমন্দিৰ নিৰ্মাণত আগভাগ লোৱা নেতাজনৰেই নাই কোনো চৰ্চা, ক’ত কেনেকৈ কোনে পৰিকল্পিতভাৱে আঁতৰাই দিছে আদৱানীৰ ৰামমন্দিৰ নিৰ্মাণৰ অৱদানৰ কাহিনী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.