• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

11 months ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

5 minutes ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

46 minutes ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

2 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

10 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

10 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

11 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

12 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

13 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

14 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

15 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে

editor by editor
May 3, 2025
in জীৱনশৈলী
0
কোনো পথেৰেই আহিব নোৱাৰিব পাকিস্তানী পণ্য! পাকিস্তানৰ পৰা প্ৰত্যক্ষ-পৰোক্ষ সকলো আমদানি নিষিদ্ধ কৰিলে ভাৰতীয় বাণিজ্য মন্ত্ৰণালয়ে
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক সকলো পাকিস্তানী পণ্য কোনোধৰণেই দেশত প্ৰৱেশ কৰিব নোৱাৰিব৷ পহেলগাম কাণ্ডৰ পাছতেই উদ্ভূত পৰিস্থিতিত পাকিস্তানৰ পৰা প্ৰত্যক্ষ আৰু পৰোক্ষ সমস্ত আমদানি নিষিদ্ধ কৰিলে ভাৰতে৷ বাণিজ্য মন্ত্ৰণালয়ৰ পৰা বিজ্ঞাপ্তি জাৰি কৰি এই কথা জনোৱা হৈছে৷ বিজ্ঞাপ্তিত কোৱা হৈছে পাকিস্তানে তৈয়াৰ কৰা কোনো পণ্য চিধাকৈ বা ঘূৰিও আমদানি কৰিব নোৱাৰিব দেশে৷ জাতীয় নিৰাপত্তা আৰু চৰকাৰী নীতিৰ স্বাৰ্থত এই নিষেধাজ্ঞাৰ সিদ্ধান্ত লোৱা হৈছে৷ পৰবৰ্তী নিৰ্দেশিকা জাৰি নকৰা পৰ্যন্ত এই সিদ্ধান্ত কাৰ্যকৰী থাকিব৷ এই নিৰ্দেশিকাৰ কোনো সালসলনি কৰিলেও ভাৰত চৰকাৰে এই বিষয়ে পূৰ্বেই নিজা সিদ্ধান্ত বিজ্ঞাপ্তিৰ জৰিয়তে প্ৰকাশ কৰিব বুলিও জনাই দিছে৷

আন্তৰ্জাতিক বাণিজ্য সম্পৰ্কে একাংশৰ মত, পাকিস্তানৰ পৰা বেছি পৰিমানৰ পণ্য ভাৰতে আমদানি নকৰে৷ পৰোক্ষভাৱেই ডুবাই হৈ কিছু পণ্য ভাৰতলৈ আহে৷ বিশেষকৈ, পোছাক, মছলা, সৰু যন্ত্ৰাংশৰ দৰে কিছু পণ্য পৰোক্ষভাৱে ভাৰতৰ বজাৰলৈ আহে৷ বাণিজ্য মহলৰ কিছু সংখ্যক বিশেষজ্ঞৰ মতে, পৰোক্ষভাৱেও এতিয়া পাকিস্তানী কোনো পণ্য ভাৰতে আমদানি নকৰে সেই কথাকেই স্পষ্টভাৱে জনাইছে নৰেন্দ্ৰ মোদী চৰকাৰে৷

বিগত ২২ এপ্ৰিলত পহেলগামৰ আক্ৰমণৰ পাছতেই বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা সংক্ৰান্তীয় কমিটি বৈঠকত বহিছিল৷ সেই বৈঠকৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে একাধিক কূটনৈতিক পদক্ষেপ ঘোষণা কৰিছিল মোদী চৰকাৰে৷ তাৰ এদিন পাছতেই আকৌ পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে কেইবাটাও কূটনৈতিক পদক্ষেপ লৈছিল৷ ইছলামাবাদেও জনাইছিল যে ভাৰতৰ সৈতে তেওঁলোকে বাণিজ্যিক সম্পৰ্ক স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে৷ তৃতীয় কোনো দেশ হৈয়ো ভাৰতৰ কোনো পণ্য তেওঁলোকে ক্ৰয় নকৰে৷

উল্লেখ্য যে ২০১৯ চনৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ বাণিজ্যিক সম্পৰ্কত ক্ৰমশ অৱনতি হৈছিল৷ সেই সময়ত ফল, চিমেণ্ট, পেট্ৰোপণ্য, আকৰিকসহ পাকিস্তানৰ পৰা অহা কিছু পণ্যৰ ওপৰত আমদানি শুল্ক ২০০শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছিল ভাৰতে৷ বাণিজ্যিকভাৱে ভাৰতৰ অন্যতম পছন্দৰ দেশৰ তালিকাতৰ পৰা পাকিস্তানত তেতিয়াও আঁতৰাই দিছিল ভাৰতে৷ তাৰপাছৰে পৰা বিগত কেইবাবছৰ ভাৰত আৰু পাকিস্তানৰ বাণিজ্যিক সম্পৰ্ক বিশেষ উন্নত নহয়৷ বিগত বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ জানুৱাৰীৰ ভিতৰত পাকিস্তানৰ পৰা মাত্ৰ ৪লাখ ২০ হাজাৰ ডলাৰৰ পন্য আমদানি কৰিছে ভাৰতে৷ এবছৰ পূৰ্বেও ইয়াৰ পৰিসংখ্যা আছিল ২০ লাখ ডলাৰতকৈ কম৷

পাকিস্তানী পণ্য আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ ওপৰিও পাকিস্তানী পণ্যবাহী জাহাজৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ডাইৰেক্টৰেট জেনেৰেল অফ ছিপিংৰ তৰফৰ পৰা জনোৱা হৈছে যে পাকিস্তানৰ পতাকা থকা কোনো জাহাজ ভাৰতীয় বন্দৰত প্ৰৱেশ কৰিব নোৱাৰিব৷ ইয়াৰোপৰি কোনো ভাৰতীয় জাহাজো পাকিস্তানলৈ যাতে নাযায় সেই বিষয়েও সতৰ্কতা জাৰি কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

March 23, 2026
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব
জীৱনশৈলী

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

March 23, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

March 23, 2026
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!
জীৱনশৈলী

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

March 22, 2026
Next Post
দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

দুখৰ দিন শেষ! ৩মে’ৰ পৰা এই ৫ৰাশিৰ আৰম্ভ হৈছে ভালদিন, ধনৰ বৃষ্টি হ’ব এওঁলোকৰ ওপৰত

বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

বন্ধ হোৱাটো খাটাং এই ১৫টা বেংক, আপোনাৰো এইকেইটা বেংকত ধন জমা আছে নেকি? কি হ’ব সেই ধনৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.