• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

3 years ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

39 minutes ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

1 hour ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

3 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

11 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

12 hours ago
পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

পানীত তিতিলে ফোনটো কি কৰে? ভুলতো নাৰাখিব চাউল থোৱা পাত্ৰত!

12 hours ago
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

13 hours ago
হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

হনুমানক কিদৰে কৰিব সন্তুষ্ট? জানক সহজ উপায়

14 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

15 hours ago
এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

এপ্ৰিল মাহত কু-প্ৰভাৱ পৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ ওপৰত, আহিব ডাঙৰ বিপদ!

15 hours ago
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?

editor by editor
March 11, 2023
in জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
হংকং ফ্লু-ত দেশত বৰ্তমানলৈ দুজনৰ মৃত্যু! H3N2ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কি কি সতৰ্কতা অৱলম্বন কৰিব?
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ H3N2 ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ হৈ উঠিছে৷ বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে দেশৰ দুগৰাকী লোকৰ৷ মৃত দুগৰাকীৰ এজন হাৰিয়ানাৰ আৰু আনজন কৰ্ণাটকৰ বাসিন্দা৷ মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে৷ চিকিৎসকে প্ৰকাশ কৰাৰ মতে এই ভাইৰাছে আৰু কঠিন ৰূপ লোৱাৰো সম্ভাৱনা আছে৷ ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে লবলগীয়া সাৱধানতাৰ কথাও উল্লেখ কৰিছে চিকিৎসকে৷

H3N2 ভাইৰাছে বিগত ছমাহৰ ভিতৰতেই সংক্ৰামক ৰূপ ধাৰণ কৰিছে বুলি উল্লেখ কৰিছে চিকিৎসকে৷ এই ভাইৰাছৰ নাম দিয়া হৈছে হংকং ফ্লু৷ ইনফ্লুয়েঞ্জা ভাইৰাছৰ তুলনাত এই ভাইৰাছ অধিক সংক্ৰামক৷ এই ভাইৰাছে শ্বাসনলীৰ লগতে হাওঁফাওঁতো বিশেষভাৱে প্ৰভাৱ পেলাই৷ শিশুসকলকো বাহিৰলৈ উলিয়াই নিওতে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী৷

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা ৰিপোৰ্ট অনুযায়ী কৰ্ণাটকত H3N2ত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ বয়স প্ৰায় ৮২ বছৰ৷ মৃত ব্যক্তিগৰাকী ডায়াবেটিছ আৰু উচ্চ ৰক্তচাপ জনিত ৰোগতো আক্ৰান্ত আছিল৷ চিকিৎসকে এই ৰোগক লৈ দিয়া প্ৰতিবেদনত উল্লেখ কৰামতে বয়স্ক লোকসকলে বিশেষ সতৰ্কতা অৱলম্বন কৰাটো অতি জৰুৰী৷ বিশেষকৈ যিসকল লোকৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা আছে, হাৰ্টৰ সমস্যা আছে তেওঁলোকে ঘৰৰ বাহিৰলৈ যাওঁতে সতৰ্ক হোৱাটো অতি জৰুৰী৷

শিশুসকলো এই ভাইৰাছত সহজেই আক্ৰান্ত হ’ব পাৰে৷ সেয়ে শিশু একোটাক পৰাপক্ষত জনসমাগমৰ পৰা আঁতৰাই ৰাখিব লাগে৷ বতৰৰ পৰিবৰ্তনৰ সৈতেও এই ভাইৰাছ অধিক সংক্ৰামক হৈ পৰিছে৷ কভিডৰ প্ৰকোপ কিছু ক্ষাম কটাৰ লগে লগেই আমি মাস্ক পৰিধান কৰিবলৈকো পাহৰি পেলাইছো৷ H3N2 সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে মাস্ক পিন্ধাটোও অতি জৰুৰী৷ সঘনাই হাত ধোৱাটোও অতি জৰুৰী৷ সকলো সময়তে পানী লগত নাথাকিবও পাৰে সেয়ে ছেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰাটো প্ৰয়োজন৷ লেতেৰা হাতেৰে মুখ, চকু, নাক স্পৰ্শ কৰিব নালাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ
জীৱনশৈলী

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

March 30, 2026
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

March 30, 2026
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
জীৱনশৈলী

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

March 30, 2026
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ
জীৱনশৈলী

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

March 29, 2026
Next Post
অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ…

অভিনেতা সতীশ কৌশিকৰ মৃত্যুত ৰহস্য! ঘৰত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাবিধো ঔষধ...

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.