• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

8 months ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

4 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

6 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

7 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

8 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

9 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

10 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

editor by editor
May 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ
0
SHARES
188
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেচন SINDOOR, পেহেলগাম ঘটনাৰ প্ৰথমটো প্ৰতিশোধ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰথমটো ঘাটক প্ৰতিশোধ ল’লে ভাৰতে। মাজনিশা ভাৰতে ঘোষণা কৰে অপাৰেচন সিন্দুৰ। পাকিস্তানী সংবাদ মাধ্যমৰ মতে ভাৰতে মুজাফ্ফৰাবাদকে ধৰি পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দ্বাৰা ধ্বংস কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ এই দাবীৰ কিছু সময়ৰ পাছতে ভাৰত চৰকাৰেও আনুষ্ঠানিকভাৱে এই আক্ৰমণ নিশ্চিত কৰে। এই আক্ৰমণৰ পিছতে পাকিস্তানত সৃষ্টি হৈছে হুলস্থুল।

মুজাফ্ফৰাবাদ, কোটলি আৰু বাহাৱালপুৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানত ভাৰতে বৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে।

এই আক্ৰমণত বৰ্তমানলৈ বহু সন্ত্ৰাসবাদী নিহত হ’ব পাৰে বুলি আশংকা কৰা হৈছে। বাহাৱালপুৰত নিহত হৈছে কমেও ৩০ জন জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী। ইয়াৰ উপৰি ৫০ৰো অধিক আহতৰ খবৰ।

পাকিস্তানত কেৱল সন্ত্ৰাসবাদী আত্মগোপন স্থানকহে লক্ষ্য কৰি লৈছে ভাৰতে। এতিয়া ভাৰতীয় সেনাইও পাকিস্তানৰ ওপৰত আক্ৰমণ নিশ্চিত কৰিছে।

এই আক্ৰমণ অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানত সংঘটিত হৈছে। ভাৰতে পাকিস্তানৰ ওপৰত এতিয়ালৈকে চলোৱা এইটোৱেই হৈছে সৰ্ববৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Operation SindoorPahalgam AttackPak AttackSindooe
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

Next Post
ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ’ল ‘অপাৰেচন সিন্দূৰ’ ?

ভাৰতৰ প্ৰথমটো পাকিস্তান আক্ৰমণৰ কিয় নাম দিয়া হ'ল 'অপাৰেচন সিন্দূৰ' ?

অপাৰেচন সিন্দূৰ- ভাৰতৰ বিমানবন্দৰ বন্ধ, বিমান সংস্থাই বাতিল কৰে বিমান সেৱা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন