• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেল্টাতকৈ ৫ গুণ অধিক দ্ৰুতগতিত বৃদ্ধি অমিক্ৰণৰ সংক্ৰমণ, ভাৰতত কোভিড ভেকচিনৰ বুষ্টাৰ ড’জক অনুমোদনৰ চিন্তা-চৰ্চা

4 years ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

17 minutes ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

40 minutes ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

1 hour ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

2 hours ago
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

পুৰুষৰ বাবে এই খাদ্য আশীৰ্বাদৰ দৰে, খাদ্যতালিকাত কি কি ৰাখিলে আপুনি শক্তিশালী হৈ থাকিব?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

4 hours ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

ডেল্টাতকৈ ৫ গুণ অধিক দ্ৰুতগতিত বৃদ্ধি অমিক্ৰণৰ সংক্ৰমণ, ভাৰতত কোভিড ভেকচিনৰ বুষ্টাৰ ড’জক অনুমোদনৰ চিন্তা-চৰ্চা

editor by editor
December 11, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত
0
ডেল্টাতকৈ ৫ গুণ অধিক দ্ৰুতগতিত বৃদ্ধি অমিক্ৰণৰ সংক্ৰমণ, ভাৰতত কোভিড ভেকচিনৰ বুষ্টাৰ ড’জক অনুমোদনৰ চিন্তা-চৰ্চা
0
SHARES
877
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কোভিডৰ বুষ্টাৰ ড’জৰ অনুমোদন সন্দৰ্ভত চিন্তা-চৰ্চা চলাইচে ভাৰতে৷ কেন্দ্ৰৰ বিশেষজ্ঞ পেনেলৰ বৈঠকত আলোচনা অব্যাহত আছে৷ কোভিশ্বিল্ডৰ বুষ্টাৰ ড’জৰ অনুমোদনৰ পূৰ্বে বিশেষজ্ঞ পেনেলে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক স্থানীয় ক্লিনিকেল ট্ৰায়েলৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ ১ ডিচেম্বৰত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই কোভিশ্বিল্ডৰ বুষ্টাৰ ড’জক অনুমোদনৰ বাবে আৱেদন জনাইছিল DCGIক৷ অমিক্ৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই দেশত প্ৰয়োজন হ’ব কোভিড ভেকচিনৰ বুষ্টাৰ ড’জৰ৷ বিশ্বৰ ৬০ খন দেশত ইতিমধ্যে বুষ্টাৰ ড’জক অনুমোদন প্ৰদান কৰা হৈছে৷ ইপিনে ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমিত লোকৰ সংখ্যা৷ বৰ্তমানলৈকে ৩৭ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে অমিক্ৰণত৷ ডেল্টা ভেৰিয়েণ্টৰ তুলনাত ৫ গুণ দ্ৰুত গতিত বৃদ্ধি হৈছে অমিক্ৰণৰ সংক্ৰমণ৷ বিভিন্ন দেশৰ লগতে ভাৰততো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbooster dosecovid vaccineomicron
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?
জীৱনশৈলী

২৮ দিন নহয়, ৩০ দিন চলিব এই প্লেন! জিঅ’ৰ নতুন প্লেনত আনলিমিটেড কলিং আৰু ডাটাৰ সৈতে পাব কি কি বিশেষ সুবিধা?

April 6, 2026
Next Post
অসমত উদ্ধাৰ কিংবদন্তী মাৰাড’নাৰ সংৰক্ষিত বিলাসী ঘড়ী,  শিৱসাগৰৰ পৰা গ্ৰেপ্তাৰ এজনক

ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন