• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হেক হ’ব সহজতেঃ  খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন…

হেক হ’ব সহজতেঃ খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন…

2 years ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

5 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

5 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

5 hours ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

6 hours ago
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

6 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

7 hours ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

7 hours ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

8 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

8 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

9 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

10 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হেক হ’ব সহজতেঃ খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন…

কেন্দ্ৰীয় চৰকাৰে samsung ব্যৱহাৰকাৰীলৈ প্ৰদান কৰিছে সৰ্তকবাণী

editor by editor
December 16, 2023
in প্ৰযুক্তি
0
হেক হ’ব সহজতেঃ  খৰখেদাকৈ UPDATE কৰক আপোনাৰ SAMSUNG ফোন…
0
SHARES
402
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ আপুনি কি কোম্পানীৰ ফোন চলায়! samsungৰ ফোন আপুনি ব্যৱহাৰ কৰে নেকি! যদিহে samsungৰ ফোন আপুনি ব্যৱহাৰ কৰে, তেন্তে এই খবৰ আপোনাৰ বাবেই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে samsung ব্যৱহাৰকাৰীলৈ সৰ্তকবাণী প্ৰদান কৰিছে।  অতিশীঘ্ৰে samsung ফোন সমূহ আপডেট কৰিবলৈ  সকলো ব্যৱহাৰকাৰীক পৰামৰ্শ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে সৰ্তকবাণী প্ৰদান কৰি কৈছে যে, যিসকলে চেমচাঙৰ এনডয়ৰড ১১, ১২, ১৩ আৰু ১৪ মডেলৰ ফোন ব্যৱহাৰ কৰি আছে, তেওলোকে অচিৰেই আপডেট কৰক তেওঁলোকৰ ফোন।  যদিহে আপডেট নকৰে, তেনেহলে তেওঁলোকৰ বহু গোপন তথ্য লীক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰে লগতে সকলো ব্যৱহাৰকাৰীক জনাইছে যে, চেমচাঙৰ সকলো ব্যৱহাৰকাৰীয়ে এই এৰ্লাট গুৰুত্বসহকাৰে লওক। বিশেষকৈ ১১ আৰু ১৪নং মডেলৰ ফোন ব্যৱহাৰীয়ে এই সৰ্তকতা গুৰুত্ব সহকাৰে লওক।  যদিহে কোনো ব্যৱহাৰীয়ে তেওঁলোকৰ ফোনসমূহ আপডেট নকৰাকৈ ব্যৱহাৰ কৰি থাকে, তেনেহলে বহু সংবেদনশীল তথ্য হেক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: PHONESAMSUNG
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!
বাণিজ্য

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

March 24, 2026
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ
প্ৰযুক্তি

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

March 23, 2026
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ
প্ৰযুক্তি

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

March 23, 2026
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম
বাণিজ্য

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

March 22, 2026
Next Post
বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ’লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন…

বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ'লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন...

প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট…

প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.