• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ’লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন…

বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ’লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন…

2 years ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

7 minutes ago
সাজঘৰ

সাজঘৰ

18 minutes ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

11 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

12 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

12 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

12 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

13 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

13 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

13 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

14 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

14 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ’লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন…

১৫বছৰৰো অধিক কাল সাংবাদিকতা কৰা সকলোৱে পাব পেঞ্চন

editor by editor
December 16, 2023
in অসম, ৰাজনীতি
0
বাকী বাদ! কংগ্ৰেছৰ চৰকাৰ হ’লে সাংবাদিকেও পাব চৰকাৰী পেঞ্চন…
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন যিমানে কাষ চাপিছে সিমানেই ৰাজনৈতিক নেতাসমূহৰ মুখত প্ৰতিশ্ৰুতিৰ বন্যা বৈছে।  সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ হিত সাধনৰ উদ্দেশ্যৰে ৰাজনৈতিক নেতাসমূহে দিছে নানান প্ৰতিশ্ৰুতি। এনে প্ৰতিশ্ৰুতি বন্যাৰ মাজতে শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই প্ৰদান কৰিছে এটা বিশেষ প্ৰতিশ্ৰুতি।

সভাপতি ভুপেন বৰাই এইবাৰ সাংবাদিকসকলক উদ্দেশ্যি কৰিলে এটা বিশেষ ঘোষণা। বৰাই ঘোষণা কৰিলে যে, কংগ্ৰেছৰ চৰকাৰ গঠন হলে ১৫বছৰৰো অধিক সময় সাংবাদিকতা কৰা সকলো সাংবাদিকে লাভ কৰিব চৰকাৰী পেঞ্চন। কংগ্ৰেছ চৰকাৰ গঠন হলেই প্ৰাৰম্ভিক পৰ্যায়তে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বৰাই।

ইফালে বৰাৰ এই ঘোষণাৰ পাছতে একাংশই উভতি ধৰিছে। ইতিমধ্যে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকসকলক পেঞ্চন প্ৰদান কৰি থকাৰ কথা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গমেই নাপায় নেকি বুলিও একাংশই প্ৰশ্ন কৰিছে। সেয়া যি কি নহলেও, চৰকাৰীভাৱে সাংবাদিকসকলক এক নিৰ্ধাৰিত সময়ৰ পাছত পেঞ্চন প্ৰদান কৰা হয় যদিও শেহতীয়াকৈ ভূুপেন বৰাই কৰা এই ঘোষণাৰ পাছত এই প্ৰসংগটোৱে বিশেষ চৰ্চা লাভ কৰিছে।

ক্লিক কৰি পঢ়কঃ 

ৰভা ভাঙি শেষ হোৱাই নাছিলঃ বিয়াৰ দুদিনৰ পাছতে মৃত্যু সন্দীপৰ…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 2024ELECTIONassamloksabha election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাজঘৰ
অসম

সাজঘৰ

June 7, 2026
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?
অসম

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

June 6, 2026
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত
বিনোদন

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

June 6, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

June 6, 2026
Next Post
প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট…

প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট...

বিয়াৰ দুমাহৰ পাছতে ৰাঘৱ চড্ডাৰ দায়িত্ব বাঢ়িল…

বিয়াৰ দুমাহৰ পাছতে ৰাঘৱ চড্ডাৰ দায়িত্ব বাঢ়িল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.