• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট…

প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট…

3 years ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

23 minutes ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

2 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

3 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

5 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

6 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

7 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

8 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

8 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

9 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট…

সংসদ ভৱনৰ আক্ৰমণৰ ঘটনাক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া...

editor by editor
December 16, 2023
in ভাৰত, ৰাজনীতি
0
প্ৰধানমন্ত্ৰী মোদীক লৈ যুৱপ্ৰজন্ম আজি ভীষণভাৱে অসন্তুষ্ট…
0
SHARES
893
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সংসদ ভৱনত হোৱা আক্ৰমণক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।  অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু মৃল্যবৃদ্ধিৰ বাবেই সংসদত এনে আক্ৰমণৰ ঘটনা সংঘটিত হবলৈ পালে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে।  ৰাহুল গান্ধীয়ে লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নীতি-আদৰ্শক লৈ অসন্তুষ্ট হৈ পৰিছে দেশৰ যুৱ প্ৰজন্ম। দেশৰ নৱপ্ৰজন্মই নিবনুৱা সমস্যাৰ পৰা আদি কৰি মূল্যবৃদ্ধিৰ দৰে কঠিন সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৩ডিচেম্বৰত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। ইতিমধ্যে আক্ৰমণকাৰীক গ্ৰেপ্তাৰো কৰিছে নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ মাজতে প্ৰায় ৩দিনৰ বিৰতিৰ পিছত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাহুল গান্ধীয়ে। আনফালে ৰাহুলৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে যুক্তি তৰ্ক আৰম্ভ কৰিছে। ৰাহুল গান্ধীৰ এনে মন্তব্যই তেওঁৰ অজ্ঞতা প্ৰকাশ কৰে বুলি কৈ বিজেপিয়ে কয় যে, লোকে যোগসূত্ৰ নোহোৱাকৈ ৰাহুল গান্ধীয়ে কাম আৰু কথা কয় কাৰনেই কংগ্ৰেছৰ আজি এনে দুৰৱস্থা।

ক্লিক কৰি পঢ়কঃ 

১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
বিয়াৰ দুমাহৰ পাছতে ৰাঘৱ চড্ডাৰ দায়িত্ব বাঢ়িল…

বিয়াৰ দুমাহৰ পাছতে ৰাঘৱ চড্ডাৰ দায়িত্ব বাঢ়িল...

মনত ৰাখকঃ শনিবাৰে যদি নিমখ কিনে, টেটুলৈকে লাগিব ধাৰ…

মনত ৰাখকঃ শনিবাৰে যদি নিমখ কিনে, টেটুলৈকে লাগিব ধাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.