• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ প্ৰায় আসন্ন! সকলো ভাৰতীয়ক দেশলৈ ওভতিবলৈ নিৰ্দেশ

ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ প্ৰায় আসন্ন! সকলো ভাৰতীয়ক দেশলৈ ওভতিবলৈ নিৰ্দেশ

5 years ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

6 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

13 minutes ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

47 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

3 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

6 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

7 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ প্ৰায় আসন্ন! সকলো ভাৰতীয়ক দেশলৈ ওভতিবলৈ নিৰ্দেশ

editor by editor
February 15, 2022
in Uncategorized
0
ৰাছিয়াৰ ইউক্ৰেইনৰ যুদ্ধ প্ৰায় আসন্ন! সকলো ভাৰতীয়ক দেশলৈ ওভতিবলৈ নিৰ্দেশ
0
SHARES
291
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ প্ৰায় নিশ্চিত বুলি ধাৰণা কৰিছে ভাৰতৰ লগতে বিশ্ব সম্প্ৰদায়ে৷ ইতিমধ্যে এই আশংকাৰে আমেৰিকাৰ বাইডেন প্ৰকাশনে ইউক্ৰেইনত থকা মাৰ্কিন নাগৰিকসকলক নিজ দেশলৈ ওভতি যাবলৈ নিৰ্দেশ জাৰি কৰিছিল৷

এই তালিকাত এইবাৰ ভাৰতৰ নামো সন্নিৱিষ্ট হৈছে৷ আসন্ন যুদ্ধৰ আশংকা কৰি ভাৰতেও ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকসকলক দেশলৈ ওভতি আহিবলৈ নিৰ্দেশ জাৰি কৰিছে৷

ইতিমধ্যে ইউক্ৰেইনৰ ভাৰতীয় দুতাবাসে এই সন্দৰ্ভত এক জাননী জাৰি কৰিছে৷ জাননীখনত ইউক্ৰেইনত বিভিন্ন উপলক্ষ্যত থকা ভাৰতীয়সকলক ইউক্ৰেইন ত্যাগ কৰি ভাৰতলৈ ওভতি যাবলৈ কোৱা হৈছে৷ আনকি ইউক্ৰেইনত বাস কৰা ভাৰতীয়সকলকো সতৰ্ক হৈ থাকিবলৈ জাননীতখনত কোৱা হৈছে৷

ইফালে ইউক্ৰেইনৰ ৰাজধানী কিয়েভস্থতি মাৰ্কিন দুতাবাস ইতিমধ্যে লিভিভলৈ স্থানান্তৰ কৰা হৈছে৷ সোমবাৰে মাৰ্কিন প্ৰশাসনে এক বিবৃতিৰ যোগে দাবী কৰিছে যে ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত সৈন্য মোতায়েন বৃদ্ধি কৰিছে৷

মাৰ্কিন প্ৰশাসনে দাবী কৰিছে যে যিকোনো সময়তে ইউক্ৰেইনৰ ৰাজধানীসহ দেশৰ বিভিন্ন স্থানত ৰাছিয়াই আক্ৰমণ কৰিব পাৰে৷

ইফালে ইয়াৰ পিছতো ৰাছিয়াই এতিয়াও ইউক্ৰেইন আক্ৰমণৰ কৰাৰ সম্ভাৱনা নাই বুলি দাবী কৰিছে৷ ৰাছিয়াৰ এই দাবীৰ পিছতো ইউক্ৰেইন সীমান্ত ৰাছিয়াই সৈন্যৰ সংখ্যা বৃদ্ধি কৰাৰ উপগ্ৰহীয় চিত্ৰও সংবাদ মাধ্যমত প্ৰচাৰ হৈছে৷

আনহাতে, ৰাছিয়াই ইউক্ৰেইনৰ দক্ষিণ, পূৱ আৰু পশ্চিম সীমান্তৰ পৰা প্ৰায় ১.৩ লাখ ৰাছিয়ান সৈন্য সেনা ছাউণীলৈ ওভতাই নিয়া বুলি দাবী কৰিছে৷

সংবাদ সংস্থা ৰয়টাৰ-এ ক্ৰেমলিনৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে ব্ৰিটেইন আৰু আমেৰিকাৰ সকীয়নিৰ পিছতে মস্কোৱে ইউক্ৰেইনৰ সীমান্তৰ পৰা সেনা ওভতাই নিবলৈ আৰম্ভ কৰিছে৷   

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aso live 24axom live 24axom live 24 digitalBritainrussiaukraineusa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন

জামুগুৰিহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভাৰ নিৰ্বাচন

ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!

ঋতুস্ৰাৱৰ সময়ত বিষ হ’লে কি কৰিব? এই বস্তুবিধ খালেই নিমিষতে উপশম পাব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.