• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন তেওঁৰ বাবেই ভাৰত এৰিছিল, সেই প্ৰেমিক ছোৱেইবেই তালাক বিচাৰিছে ছানিয়াৰে! কাৰ বাবে এই কাজিয়াৰ সূত্ৰপাত?

এদিন তেওঁৰ বাবেই ভাৰত এৰিছিল, সেই প্ৰেমিক ছোৱেইবেই তালাক বিচাৰিছে ছানিয়াৰে! কাৰ বাবে এই কাজিয়াৰ সূত্ৰপাত?

3 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

3 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এদিন তেওঁৰ বাবেই ভাৰত এৰিছিল, সেই প্ৰেমিক ছোৱেইবেই তালাক বিচাৰিছে ছানিয়াৰে! কাৰ বাবে এই কাজিয়াৰ সূত্ৰপাত?

editor by editor
November 6, 2022
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত
0
এদিন তেওঁৰ বাবেই ভাৰত এৰিছিল, সেই প্ৰেমিক ছোৱেইবেই তালাক বিচাৰিছে ছানিয়াৰে! কাৰ বাবে এই কাজিয়াৰ সূত্ৰপাত?
0
SHARES
31.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এদিন প্ৰেমৰ বাবেই দেশ এৰিছিল ছানিয়া মিৰ্জাই৷ ছোৱেইব মালিকৰ হাতত ধৰি পাৰ হৈছিল ভাৰতৰ পৰিসীমা৷ ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা হৈছিল পাকিস্তানৰ বোৱাৰী৷ ২০১০ চনত ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ছানিয়া মিৰ্জা৷ ২০১৮ চনত দুয়োৰে মাজলৈ আহিছিল এটি লৰা সন্তান৷ কিন্তু শেহতীয়াভাৱে প্ৰকাশিত হোৱা খবৰে হতাশ কৰিছে ছানিয়াৰ অনুৰাগীমহলক৷ পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে ছানিয়াৰ বিপৰীতে আকৃষ্ঠ হৈছে অন্য নাৰীৰ প্ৰতি৷ যাৰবাবে দুয়োৰে সংসাৰত ফাঁট মেলিবলৈ আৰম্ভ হৈছে৷

এই দুই ছেলিব্ৰিটি যুঁটিৰ মাজৰ অন্তদ্বন্দই দুই দেশতেই লাভ কৰিছে চৰ্চা৷ পাক সংবাদমাধ্যমতো শীৰ্ষ শিৰোনাম হৈছে এতিয়া ছানিয়া-ছোৱেইব৷ একাংশই দাবী কৰা অনুযায়ী ইতিমধ্যে দুয়োৱে পৃথকে থাকিবলৈকো আৰম্ভ কৰিছে৷ পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি অচিৰেই দুয়োৰে মাজত বিচ্ছেদ হ’ব৷ কেৱল সন্তানৰ বাবেহে দুয়ো কিছু চিন্তিত৷ সন্তানৰ বাবেই দুয়োৱে এতিয়া যোগাযোগ ৰাখিছে৷ সন্তান ইজান মিৰ্জা মালিক ছানিয়াৰ সৈতে থাকিবনে সেই বিষয়ে দুয়োৱে বৰ্তমানো কোনো কথা প্ৰকাশ কৰা নাই৷

কিয় বিচ্ছেদৰ দিশে আগবাঢ়িছে ছানিয়া-ছোৱেইব? একাধিক পাক সংবাদমাধ্যমে দাবী কৰা অনুযায়ী ছানিয়াক প্ৰতাৰণা কৰিছে ছোৱেইবে৷ ছানিয়াৰ উপস্থিতিটো ছোৱেইবে সম্পৰ্ক ৰাখিছে অন্য নাৰীৰে৷ শেহতীয়াভাৱে ছানিয়াই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বিভিন্ন ফটোত ছোৱেইবক দেখা নোপোৱাৰ কাৰণ এয়াই বুলি একাংশ নেটিজেনেও সন্দেহ কৰিছে৷ ইপিনে বিগত কিছুদিন ধৰি ছানিয়াই দুখলগা কিছু পষ্ট শ্বেয়াৰ কৰিছে৷ শুকুৰবাৰে সন্তান ইজান মিৰ্জা মালিকৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে ছানিয়াই৷ ফটোখন শ্বেয়াৰ কৰোতে ছানিয়াই কেপছনত লিখিছে, ‘কঠিন সময়ৰ মাজতো কিছুক্ষণ আমাৰ বাবে স্পেছিয়েল৷’

কেৱল ছানিয়াই তেনে পষ্ট শ্বেয়াৰ কৰিছে এনে নহয়৷ ক্ৰিকেটাৰ ছোৱেইবেও ফেচবুকত কৰা এটা পষ্টে দৃষ্টি কাঢ়িছে বহুতৰে৷ পষ্টত ছোৱেইবে সন্তানৰ উদ্দেশ্যি লিখিছে, ‘যেতিয়া তুমি ওপজিছিলা, তেতিয়া আমাৰ জীৱনে নতুন গতি পাইছিল৷ মোৰ জীৱনটো বিশেষ হৈ উঠিছিল৷ আমি যদিও একেলগে নাথাকো, তথাপিও এটা কথা মনত ৰাখিবা তোমাৰ আব্বাই সকলো সময়তে তোমাক বুকুত কঢ়িয়াই ফুৰে৷ সকলো সময়তে তোমাৰ হাঁহিভৰা মুখ এখন দেখিবলৈকে তোমাৰ আব্বাই সকলো কৰিব৷ আল্লাহে তোমাক সকলো দিয়ক ইজান মিৰ্জা মালিক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
এলনেও ভালপায় ভোজপুৰী গান! কোনে কিয় এলনৰ নামেৰে শ্বেয়াৰ কৰিছিল ‘কমৰিয়া কৰে লপালপ’?

এলনেও ভালপায় ভোজপুৰী গান! কোনে কিয় এলনৰ নামেৰে শ্বেয়াৰ কৰিছিল ‘কমৰিয়া কৰে লপালপ’?

ক্ৰিকেটৰ ইতিহাসত নাম সন্নিবিষ্ট সূৰ্যকুমাৰৰ! টি-২০ত এই ৰেকৰ্ড গঢ়া প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত সূৰ্যকুমাৰ…

ক্ৰিকেটৰ ইতিহাসত নাম সন্নিবিষ্ট সূৰ্যকুমাৰৰ! টি-২০ত এই ৰেকৰ্ড গঢ়া প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত সূৰ্যকুমাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.