• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

4 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

5 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

5 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

5 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

editor by editor
December 28, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
ভাৰতৰ কোন মুখ্যমন্ত্ৰীৰ কিমান সম্পত্তি! হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী আটাইতকৈ ধনী
জগনমোহন ৰেড্ডীৰ সম্পত্তিৰ পৰিমান ৩৭০ কোটি
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সম্পত্তিৰ পৰিমান ১৩২ কোটি
উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সম্পত্তিৰ পৰিমাণ ৬৩.২৭ কোটি
পুডুচেৰীৰ মুখ্যমন্ত্ৰী এণ্ডা ৰাঙ্গাস্বামীৰ সম্পত্তিৰ পৰিমাণ ৩৭.২৪ কোটি
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিওৰ সম্পত্তিৰ পৰিমাণ ২৮.১৪ কোটি
চত্তিছগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাঘেলৰ সম্পত্তিৰ পৰিমাণ ১৫.১৮ কোটি
তেলেঙ্গানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেষৰ ৰাওৰ সম্পত্তিৰ পৰিমাণ ১৩.৭২ কোটি
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ সম্পত্তিৰ পৰিমাণ ১১.২৮ কোটি
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সম্পত্তিৰ পৰিমাণ ৭.১৮ কোটি
গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ স্বাৱন্তৰ সম্পত্তিৰ পৰিমাণ ৫.৬৯ কোটি
ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সম্পত্তিৰ পৰিমাণ ৫.৫১ কোটি
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ছুকবিন্দৰ সিং সুখুৰ সম্পত্তিৰ পৰিমাণ ৫.২৪ কোটি
গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সম্পত্তিৰ পৰিমাণ ৪.০৩ কোটি
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সম্পত্তিৰ পৰিমাণ ৩.৬৪ কোটি
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সম্পত্তিৰ পৰিমাণ ২.৭৬ কোটি
মধ্যপ্ৰদেশৰ মুক্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সম্পত্তিৰ পৰিমাণ ২.৬৩ কোটি
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ সম্পত্তিৰ পৰিমাণ ২.২৪ কোটি
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেণৰ সম্পত্তিৰ পৰিমাণ ২.২৪ কোটি
মিজোৰামৰ মুখ্যমন্ত্ৰী জাৰাম ঠাঙ্গাৰ সম্পত্তিৰ পৰিমাণ ২.০২ কোটি
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সম্পত্তিৰ পৰিমাণ ২ কোটি
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সম্পত্তিৰ পৰিমাণ ১.৬৭ কোটি
উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সম্পত্তিৰ পৰিমাণ ১.৫৬ কোটি
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছৰৰাজ বুমানীৰ সম্পত্তিৰ পৰিমাণ ১.৩৫ কোটি
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰৰ সম্পত্তিৰ পৰিমাণ ১.২৭ কোটি
ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ সম্পত্তিৰ পৰিমাণ ১.২২ কোটি
মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সম্পত্তিৰ পৰিমাণ ১.০৭ কোটি
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১.০৪ কোটি
কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰী বিজায়নৰ সম্পত্তিৰ পৰিমাণ ৭২ লাখ
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সম্পত্তিৰ পৰিমাণ ৫৬ লাখ
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ ১৫ লাখ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

৩০ কোটিতকৈয়ো অধিক লোকে কৰা নাছিল ভোটদান! এটা ভোটকেন্দ্ৰৰ পৰাই কৰিব পাৰিব ৭২টা সমষ্টিৰ ভোটদান, কিন্তু কেনেকৈ?

আধাৰৰ সৈতে বিদ্যুত সংযোগ কৰিলেই পাব ১০০ ইউনিট ফ্ৰী বিদ্যুত, চৰকাৰে দিছে এই বিশেষ জাননী…

আধাৰৰ সৈতে বিদ্যুত সংযোগ কৰিলেই পাব ১০০ ইউনিট ফ্ৰী বিদ্যুত, চৰকাৰে দিছে এই বিশেষ জাননী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.