• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৭৫ চনৰ এখন চিনেমা, যাৰ উপাৰ্জন আজিয়ো ৰেকৰ্ড হৈ আছে, ভংগ কৰিবলৈ সক্ষম হোৱা নাই কোনে চিনেমাই

2 years ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

17 minutes ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

33 minutes ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

54 minutes ago
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

1 hour ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

2 hours ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

3 hours ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

4 hours ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৯৭৫ চনৰ এখন চিনেমা, যাৰ উপাৰ্জন আজিয়ো ৰেকৰ্ড হৈ আছে, ভংগ কৰিবলৈ সক্ষম হোৱা নাই কোনে চিনেমাই

editor by editor
June 16, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
১৯৭৫ চনৰ এখন চিনেমা, যাৰ উপাৰ্জন আজিয়ো ৰেকৰ্ড হৈ আছে, ভংগ কৰিবলৈ সক্ষম হোৱা নাই কোনে চিনেমাই
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৭৫ চনৰ এখন চিনেমা, যাৰ উপাৰ্জন আজিয়ো ৰেকৰ্ড হৈ আছে, ভংগ কৰিবলৈ সক্ষম হোৱা নাই কোনে চিনেমাই

হিন্দী চিনেমাৰ কথা আহিলে বহু হিট ছবিৰ নাম মনলৈ আহে। হিন্দী চিনেমাই সদায় দৰ্শকৰ হৃদয় জয় কৰি আহিছে আৰু ৰাইজৰ মাজত নিজস্ব পৰিচয় বজাই ৰাখিছে। কিন্তু হিন্দী চবি জহতৰ এখন এনে চিনেমা, যাৰ ৰেকৰ্ড আজিয়ো অক্ষত। মুক্তিৰ ৫০ বছৰৰ পাছতো সেই ছবিৰ জনপ্ৰিয়তা আৰপ উপাৰ্জনে কৰা ৰেকৰ্ড আজিৰ ২০০-৩০০ কোটি উপাৰ্জন কৰা ছবিয়েও ভংগ কৰিব পৰা নাই।

শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। ছবিখনৰ মুক্তিৰ পাছত ইমানেই জনপ্ৰিয় হৈছিল যে, তাৰ উপাৰ্জন তেতিয়াৰ দিনত বিশ্বাস কৰিবলৈ টান হোৱা এক ঘটনাৰ লেখীয়া।

সেই ছবিখন হৈছে- মাত্ৰ ২৫ লাখ টকাত নিৰ্মিত হোৱা ১৯৭৫ চনত মুক্তি পোৱা ‘জয় সন্তোষী মা’। ১৯৭৫ চনৰ ভক্তিমূলক ছবি ‘জয় সন্তোষী মা’ হিন্দী চিনেমাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ শ্লীপাৰ হিট হিচাপে প্ৰমাণিত ।

‘জয় সন্তোষী মা’ বক্স অফিচত ৫ কোটি টকা উপাৰ্জন কৰিছিল। বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ লগত সামঞ্জস্য কৰিলে এই সংখ্যা ১০০০ কোটি টকাৰ ওচৰ চাপিব। ইয়াৰ লগতে এই ছবিখন আজিলৈকে সৰ্বাধিক লাভজনক ভাৰতীয় ছবি, যাৰ অভিলেখ এতিয়াও অক্ষত আছে। এতিয়ালৈকে কোনো হিন্দী ছবিয়ে কেৱল ঘৰুৱা উপাৰ্জনত বাজেটতকৈ ২০গুণ বেছি উপাৰ্জন কৰিব পৰা নাই।

চিনেমাখনত কোনো ডাঙৰ তাৰকা নাছিল
আপোনালোকক কওঁ যে এই ছবিখন পৰিচালনা কৰিছিল বিজয় শৰ্মাই। এই ছবিখনত সন্তোষী মাৰ কাহিনী আৰু তেওঁৰ ভক্তসকলৰ প্ৰতি কেনেদৰে দয়ালু তাক দেখুওৱা হৈছে। লগতে তেওঁৰ অলৌকিক কাৰ্য্যও অনুসৰণ কৰা হৈছে। ছবিখনৰ কাষ্টৰ কোনো ডাঙৰ তাৰকা নাছিল যদিও ইয়াৰ পিছতো ছবিখনে দৰ্শকৰ হৃদয়ত এক অমলিন চিন ৰাখিছে, যিটো আজিও আছে।

তাৰোপৰি এই ছবিখনত কোনো খলনায়ক নাছিল আৰু কোনো ধৰণৰ কাজিয়া বা হিংসাও নাছিল। এই সকলোবোৰৰ মাজতো ছবিখনে দৰ্শকক যথেষ্ট আপ্লুত কৰিছিল। কওঁ যে ‘শোলে’ ছবিখনো ১৯৭৫ চনত মুক্তি পাইছিল, যাৰ বাজেট ‘জয় সন্তোষী মা’তকৈ ১২ গুণ বেছি আছিল। শ্বোলেৰ প্ৰাৰম্ভিক গ্ৰাছ আছিল ১৫ কোটি টকা, কিন্তু ইয়াৰ লাভৰ হাৰ আছিল ৪০০%, যিটো জয় সন্তোষী মাতকৈ বহু কম। কেৱল এয়াই নহয়, জয় সন্তোষী মাৰ বক্স অফিচৰ প্ৰদৰ্শনৰ তুলনাত বাহুবলী ২, দংগল, আৰ আৰ আৰৰ দৰে ছবিও ম্লান হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: hindi movieIndian MovieJai Maa SantoshiRecordRecord income
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

April 10, 2026
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি

আকবৰে আজীৱন কিয় গংগাজল সেৱন কৰিছিল? পত্নী প্ৰেম নে হিন্দু ধৰ্মৰ প্ৰতি আনুগত্য আছিল আকবৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন