• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

8 months ago
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

2 hours ago
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

5 hours ago
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

6 hours ago
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

7 hours ago
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

8 hours ago
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

9 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

2 days ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

2 days ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

2 days ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

2 days ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

2 days ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা

editor by editor
March 8, 2025
in বাণিজ্য, ভাৰত
0
অৱসৰত আৰ্থিক সুৰক্ষাৰ সুযোগ, প্ৰতিমাহে ৫৫ টকাকৈ জমা কৰি ৬০ বছৰৰ পাছত প্ৰতিমাহে পেঞ্চন লওক ৩০০০ টকা
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰে দেশজুৰি লাখ লাখ মানুহৰ উপকাৰৰ বাবে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে৷ বিভিন্ন চাহিদা পূৰণৰ কথা বিবেচনা কৰি এইসমূহ প্ৰকল্পৰ মাধ্যমেৰে চৰকাৰে আৰ্থিক সহায়তা, পেঞ্চন আৰু অন্যান্য প্ৰয়োজনীয় পৰিসেৱা প্ৰদান কৰে৷ বহু মানুহৰ বিশেষকৈ অসংগঠিত ক্ষেত্ৰত কৰ্মৰত সকলৰ বাবে সকলোতকৈ ডাঙৰ উদ্বেগৰ বিষয়টো হৈছে অৱসৰ গ্ৰহণৰ পাছৰ আৰ্থিক সুৰক্ষা৷

এই ধৰণৰ ব্যক্তিক সহায় কৰাৰ বাবে চৰকাৰে এটা কম মূল্যৰ পেঞ্চন প্ৰকল্প আৰম্ভ কৰিছে৷ এই প্ৰকল্পৰ অধীনত প্ৰতিমাহে মাত্ৰ ৫৫ টকা সঞ্চয় কৰিলে অৱসৰকালত ৩০০০ টকা মাহিলী পেঞ্চন পোৱা সম্ভৱ৷

প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা

চৰকাৰী এই প্ৰকল্পৰ নাম প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা৷ অৱসৰগ্ৰহণৰ পাছত যিসকলে কোনো আৰ্থিক সুৰক্ষা লাভ নকৰে তেওঁলোকৰ বাবে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছে৷ অৰ্থাৎ অসংগঠিত ক্ষেত্ৰত শ্ৰমিকৰ বাবে এই প্ৰকল্প তৈয়াৰ কৰা হৈছে৷ তেওঁলোকৰ কৰ্মজীৱনত প্ৰতি মাহে মাত্ৰ ৫৫ টকা সংৰক্ষণৰ বিনিময়ত অৱসৰ গ্ৰহণৰ পাছত মাহিলী ৩০০০ টকাকৈ পেঞ্চন লাভ কৰিব পাৰে৷ এই উদ্যোগে নিশ্চিত কৰে যে কম আয়ৰ লোকেও খুব বেছি আৰ্থিক বোজা অবিহনেই তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰে৷

এই প্ৰকল্পৰ পৰা কোন কোন উপকৃত হ’ব পাৰে?

প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা বিশেষভাৱে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকৰ বাবে তৈয়াৰী৷ ইয়াৰ মাজত আছে

বৰ্জ্য সংগ্ৰহকাৰী

লণ্ড্ৰী শ্ৰমিক

ৰিক্সা চালক

চামড়া শ্ৰমিক

ইটা ভাটাৰ শ্ৰমিক

গৃহস্থালিৰ শ্ৰমিক

নিৰ্মাণ শ্ৰমিক

এই প্ৰকল্পৰ সকলোতকৈ ডাঙৰ সুবিধাসমূহৰ মাজত এটা হৈছে যদি কোনো শ্ৰমিকে প্ৰতিমাহে ২০০ টকা জমা কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট শ্ৰমিকৰ পেনছন তহবিলত ২০০ টকা জমা কৰিব৷ অৰ্থাৎ এজন শ্ৰমিকে পেঞ্চন তহবিলত যিমান টকা জমাব সিমান পৰিমানৰ টকাই চৰকাৰেও সেই একাউণ্টত দিব৷

কেতিয়া খুলিব পাৰে এই একাউণ্ট

শ্ৰমিকে ১৮ বছৰ বয়সৰ পৰা এই প্ৰকল্পত বিনিয়োগ কৰা আৰম্ভ কৰিব পাৰে৷

যদি ১৮ বছৰ বয়সৰ পৰা আৰম্ভ কৰে তেন্তে তেওঁলোকে প্ৰতিমাহে মাত্ৰ ৫৫ টকাৰ পৰাই এই একাউণ্ট খুলিব পাৰে৷

যদি ২৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰে তেন্তে তেওঁলোকে মাহিলী ১০০ টকাকৈ জমা দিব লাগিব৷

অৱসৰ গ্ৰহণৰ পাছত কোন শ্ৰমিকে কিমান পৰিমাণৰ পেঞ্চন পাব সেয়া নিৰ্ভৰ কৰিব শ্ৰমিকে কিমান টকা পেঞ্চন তহবিলত জমা কৰিছে তাৰ ওপৰত৷ এই প্ৰকল্পটো নিম্ন আয়ৰ কৰ্মীৰ বাবে নূন্যতম বিনিয়োগ আৰু চৰকাৰী সহায়তাৰ মাধ্যমেৰে অৱসৰ কালত আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ এক চমকপ্ৰদ প্ৰকল্প৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট
জীৱনশৈলী

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

November 10, 2025
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

November 10, 2025
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?
জীৱনশৈলী

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

November 10, 2025
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ
জীৱনশৈলী

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

November 10, 2025
Next Post
দিল্লীতো অৰুণোদয়…! মাহিলী অসমৰ মহিলাতকৈ বেছি টকা পাব দিল্লীৰ মহিলাই, নাৰী দিৱসতেই ডাঙৰ চমক বিজেপি চৰকাৰৰ

দিল্লীতো অৰুণোদয়...! মাহিলী অসমৰ মহিলাতকৈ বেছি টকা পাব দিল্লীৰ মহিলাই, নাৰী দিৱসতেই ডাঙৰ চমক বিজেপি চৰকাৰৰ

ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল’ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী

ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল'ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.