• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

2 years ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

50 minutes ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

2 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

2 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

4 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

4 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

5 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

5 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

6 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

7 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

7 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

editor by editor
September 27, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

IPLৰ নতুন ছিজন সন্দৰ্ভত ডাঙৰ আপডেট, খেলিব লাগিব মুঠ কিমান কেইখন খেল

IPL ২০২৫ মেগা নিলামৰ পূৰ্বে নতুন ছিজন সন্দৰ্ভত প্ৰতিদিনে নতুন নতুন আপডেট ওলাই আহিছে। শেহতীয়াকৈ খেলুৱৈ ধৰি ৰখাৰ (ৰিটেনশ্যন) সন্দৰ্ভত শেহতীয়া আপডেট ওলাইছিল যে এইবাৰ সকলো ফ্ৰেঞ্চাইজিকে ৫ জনকৈ খেলুৱৈ ধৰি ৰাখিবলৈ অনুমতি দিয়া হ’ব পাৰে। এতিয়া নতুন ছিজনত কিমানখন মেচ খেলিব সেই সন্দৰ্ভত শেহতীয়া আপডেট ওলাইছে।

নতুন ছিজনৰ পূৰ্বে এইবাৰ মেচৰ সংখ্যা বৃদ্ধি কৰিব পৰা যাব বুলি মেচৰ সংখ্যা সন্দৰ্ভত যথেষ্ট চৰ্চা চলিছিল। এই সন্দৰ্ভত এটা নতুন আপডেট ওলাইছে। ই এছ পি এনৰ প্ৰতিবেদন অনুসৰি আই পি এলৰ খেলৰ সংখ্যা বৃদ্ধি হোৱা নাই। খেলুৱৈৰ ৱৰ্কলোড মেনেজমেণ্টৰ বাবে বিচিচিআইয়ে আইপিএল ২০২৫ৰ বাবে ৮৪খন খেলৰ পৰিৱৰ্তে ৭৪খন খেল অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

২০২৫ চনত আই পি এলত ৮৪খন মেচ নথকাৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলক তেওঁলোকৰ কৰ্মবোজা পৰিচালনা কৰাত সহায় কৰা। ১১ জুনৰ পৰা লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাৰ বাবে ভাৰত বৰ্তমান ফেভাৰিট আৰু যোগ্যতা অৰ্জন কৰিলে খেলুৱৈসকলে প্ৰস্তুতিৰ অংশ হিচাপে যাতে পৰ্যাপ্ত জিৰণি লোৱাটো নিশ্চিত কৰিব বিচাৰিছে বিচিচিআইয়ে।

তথ্য অনুসৰি বি চি চি আইৰ সম্পাদক জে শ্বাহে কয় যে আই পি এল ২০২৫ত ৮৪খন খেল আয়োজন কৰাৰ ক্ষেত্ৰত আমি কোনো সিদ্ধান্ত লোৱা নাই, কাৰণ খেলৰ সংখ্যা বৃদ্ধিৰ বাবে খেলুৱৈসকলৰ ওপৰত যি বোজা পৰিছে সেয়া আমি মনত ৰাখিব লাগিব। যদিও ৮৪খন মেচ এই চুক্তিৰ অংশ, ৭৪ বা ৮৪খন মেচ আয়োজন কৰাটো বিচিচিআইৰ ওপৰত নিৰ্ভৰশীল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Premier LegiplIPL Auction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!
বিনোদন

IPL 2026 ৰ Qualifier 2 ৰ পূৰ্বে বৈভৱ সূৰ্যবংশীকলৈ ডাঙৰ দাবী, গঢ়িব ৰেকৰ্ড!

May 29, 2026
ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ
ভাৰত

ছাগলী আকৃতিৰ কেক কাটি ঈদ উদযাপন, বিধায়ক নন্দকিশোৰ গুৰজাৰে দেখুৱালে আদৰ্শ

May 29, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ
জীৱনশৈলী

দিব্য অস্ত্রৰ ভিতৰত অন্যতম ৰামৰ ধনু, এই ধনুৰ ওজন শুনিলে চকু কঁপালত উঠিব আপোনাৰ

May 28, 2026
Next Post
চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

চিয়া গুটি খাইনে, জানেন ইয়াৰ আচৰিত গুণাগুণ, কিদৰে খাব এই গুটি

কোন প্ৰকৃত দোষী! দেশ কঁপাই যোৱা বাংগালুৰু ঘটনাৰ অভিযুক্তৰ নিহতৰ পাছতে নতুন তথ্য

কোন প্ৰকৃত দোষী! দেশ কঁপাই যোৱা বাংগালুৰু ঘটনাৰ অভিযুক্তৰ নিহতৰ পাছতে নতুন তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.